• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Saturday, December 6, 2025
19 °c
Guwahati
19 ° Sun
19 ° Mon
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

    সাজু বুলড’জাৰ, বেদখলকাৰীৰ ঘৰে ঘৰে বৃহৎ আৰক্ষীৰ দল

    সাজু প্ৰশাসনৰ বুলড’জাৰ, উচ্ছেদস্থলীত মোতায়েন শ শ আৰক্ষী

    আপোনাৰ আজিৰ দিনটো কেনে যাব: কি কয় ৰাশিচক্ৰই

    প্ৰতিবাদ কৰি বিপদত ১০৮ৰ কৰ্মচাৰী, জাননী নিদিয়াকৈ চাকৰিৰ পৰা অব্যাহতি

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    অমানৱীয়! কিশোৰীৰ সৈতে কু-কাণ্ড কৰি গ্ৰেপ্তাৰ কমলাকান্ত ৰায়

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

বিটিচি পৰিষদীয় নিৰ্বাচনত কোনো দলৰ সৈতে মিত্ৰতা নকৰে গণ সুৰক্ষা পাৰ্টীয়ে

Nation NE by Nation NE
April 25, 2025
in Top News, অসম
0 0
বিটিচি পৰিষদীয় নিৰ্বাচনত কোনো দলৰ সৈতে মিত্ৰতা নকৰে গণ সুৰক্ষা পাৰ্টীয়ে
Share on FacebookShare on TwitterWhatsApp

আগন্তুক বিটিচি পৰিষদীয় নিৰ্বাচনত কোনো ৰাজনৈতিক দলৰ সৈতে মিত্ৰতা নকৰে গণ সুৰক্ষা পাৰ্টিয়ে। শুকুৰবাৰে এই কথা স্পষ্ট কৰি দিছে বিটিচি পাৰিষদ ঘনশ্যাম দাসে। ঘনশ্যাম দাস বিটিচিৰ অন্তৰ্গত দিহিৰা পৰিষদীয় সমষ্টিৰ জিএছপিৰ নিৰ্বাচিত পাৰিষদ।

শেহতীয়াকৈ অবড়ো সুৰক্ষা সমিতিৰ কেন্দ্ৰীয় সম্পাদক জোন দাসে হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বিপিএফৰে গণ সুৰক্ষা পাৰ্টিৰ নিৰ্বাচনী মিত্ৰতা হ’ব বুলি দাবী কৰিছিল।

জোন দাসৰ দাবীক নস্যাৎ কৰি গণ সুৰক্ষা পাৰ্টিয়ে কোনো দলৰ সৈতে নিৰ্বাচনী মিত্ৰতাত আৱদ্ধ হ’বলৈ কোনো ধৰণৰ চিন্তা চৰ্চা কৰা নাই বুলি সংবাদমেলযোগে ৰাজহুৱা কৰিছে জিএছপি নেতা ঘনশ্যাম দাসে।

নেতাগৰাকীয়ে ইয়াকো কয় যে বিটিআৰৰ সকলো শ্ৰেণীৰ অনাবড়ো ৰাইজৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ বাবে জন্ম হৈছিল জিএছপিৰ। সমাগত বিটিচি পৰিষদীয় নিৰ্বাচনৰ বাবে অবড়ো সুৰক্ষা সমিতিৰ নেতা জোন দাসকে ধৰি সংগঠনটোৰ সকলো স্তৰৰ নেতা-কৰ্মীক গণ সুৰক্ষা পাৰ্টিৰ হৈ কাম কৰি যাবলৈ মুকলি আহ্বান জনাই পাৰিষদ ঘনশ্যাম দাসে।

Tags: BodoBTC ElectionGana Suraksha Party

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

December 6, 2025
মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ
Top News

মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

December 5, 2025
ধাৰ্মিক চোৰৰ কাণ্ড! গীতাৰ মাজত থৈ গ’ল টকা

ED ৰ ডাঙৰ এক্সন, বিকানেৰৰ এডুকেশ্যনেল ট্ৰাষ্টৰ প্ৰাক্তন সভাপতিক গ্ৰেপ্তাৰ

মিজোৰামৰ প্ৰাক্তন ৰাজ্যপাল স্বৰাজ কৌশলৰ দেহাৱসান

ডিচেম্বৰত ভাৰত ভ্ৰমণলৈ আহিব ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিন
Top News

ৰাজঘাটলৈ যাব ৰাষ্ট্ৰপতি পুটিন, জানক ৰাছিয়াৰ পুটিনৰ আজিৰ সম্পূৰ্ণ কাৰ্যসূচী…

December 5, 2025

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

ধাৰ্মিক চোৰৰ কাণ্ড! গীতাৰ মাজত থৈ গ’ল টকা

ED ৰ ডাঙৰ এক্সন, বিকানেৰৰ এডুকেশ্যনেল ট্ৰাষ্টৰ প্ৰাক্তন সভাপতিক গ্ৰেপ্তাৰ

মিজোৰামৰ প্ৰাক্তন ৰাজ্যপাল স্বৰাজ কৌশলৰ দেহাৱসান

ৰাজঘাটলৈ যাব ৰাষ্ট্ৰপতি পুটিন, জানক ৰাছিয়াৰ পুটিনৰ আজিৰ সম্পূৰ্ণ কাৰ্যসূচী…

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025