• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, October 30, 2025
26 °c
Guwahati
23 ° Fri
21 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    ঈশ্বৰ পুত্ৰৰ ইচ্ছা পুৰণ! জুবিন বিহীন এই সময় হ’ব সকলোৰে বাবে বেদনাদায়ক…

    দেশৰ স্বাধীনতাৰ বাবে যুঁজ দিয়া বাংলাদেশৰ সমালোকৰ এপৰত বিধ্বংসী ৰূপ ধাৰণ ইউনুছ চৰকাৰৰ

    মহম্মদ ইউনুছৰ উচটনিত বাংলাদেশত পুনৰ গৃহযুদ্ধ! জামাত-ই-ইছলামীৰ প্ৰতিবাদ

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই?

    জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ বাবে SIT গঠনৰ নিৰ্দেশ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

    জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত ৰাজপথত নামিব মুখ্যমন্ত্ৰী, অংশগ্ৰহণ কৰিব #JusticeForZubeenGarg আন্দোলনত

    ত্ৰিকোণ প্ৰেমৰ ভয়ংকৰ পৰিণতি! প্ৰেমিকা ঘৰলৈ যোৱাৰ সময়তে অন্য যুৱতীৰ সৈতে ভাৰাঘৰৰ কোঠাত ভয়ংকৰ কাণ্ড…

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

উত্তৰ গাজাত ইজৰাইলৰ ভয়ংকৰ আক্ৰমণ, ৭৭ জন লোকৰ প্ৰাণহনি

Nation NE by Nation NE
October 29, 2024
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
যুদ্ধৰ দামামা! হ’ব নেকি তৃতীয় বিশ্বযুদ্ধ? জানক কোন কোন দেশ আছে ইজৰাইলৰ লক্ষ্যত
Share on FacebookShare on TwitterWhatsApp

মধ্যপ্ৰাচ্যত অব্যাহত আছে যুদ্ধৰ দাবানল। গাজাৰ স্বাস্থ্য মন্ত্ৰালয়ে জনোৱা অনুসৰি, মঙলবাৰে ইজৰাইলে উত্তৰ গাজাত স্থানচ্যুত পেলেষ্টাইনীসকলে বাস কৰা পাঁচ মহলীয়া অট্টালিকাত আক্ৰমণ চলায়। যাৰ ফলত কমেও ৭৭ জন লোক নিহত হয়, ইয়াৰে আধাতকৈও অধিক মহিলা আৰু শিশু।

ইজৰাইলৰ সীমান্তৰ সমীপৰ উত্তৰ দিশৰ বেইট লাহিয়া চহৰত সংঘটিত হোৱা এই আক্ৰমণত আন ২০ জন লোক আহত হৈছে বুলি মন্ত্ৰালয়ৰ জৰুৰীকালীন সেৱাই জানিবলৈ দিয়ে।

প্ৰতিবেদন অনুসৰি, মৃত্যুৰ সংখ্যা ক্ৰমাগতভাৱে বৃদ্ধি পাইছে। উত্তৰ ষ্ট্ৰিপৰ বেইট লাহিয়াৰ এটা আৱাসিক অট্টালিকাত সংঘটিত হোৱা এই আক্ৰমণত মৃত্যু হোৱা লোকৰ সংখ্যা ৭৭লৈ বৃদ্ধি হোৱা বুলি প্ৰকাশ পাইছে।

উল্লেখ্য যে, এই আক্ৰমণ সংঘটিত হোৱা অঞ্চলৰ আটাইতকৈ ডাঙৰ চিকিৎসালয়খন হৈছে আল-আউদা হাস্পতাল। যদিও সেই চিকিৎসালয়খনৰ হাতত এতিয়া আৰু আহতসকলৰ চিকিৎসাৰ বাবে পৰ্যাপ্ত সম্পদ নাই। তথাপিও এই চিকিৎসালয়খন এতিয়াও কাৰ্যক্ষম হৈ আছে।

এই আক্ৰমণৰ ধ্বংসাৱশেষৰ পৰা অধিক লোকক উলিয়াই অনা হৈছে। সেইসকলৰ অৱস্থা অতি গুৰুতৰ। আহতসকলৰ শৰীৰৰ পৰা যথেষ্ট ৰক্তক্ষৰণ হৈছে। বৰ্তমানেও যথেষ্ট সংখ্যক লোক নিৰুদ্দেশ হৈ আছে।

বিস্ফোৰণৰ তীব্ৰতাৰ বাবে অট্টালিকাসমূহ টুকুৰা টুকুৰ হৈ পৰিছে। অৱশ্যে এই আক্ৰমণ সন্দৰ্ভত ইজৰাইলী সেনাই এতিয়াও কোনো বিবৃতি প্ৰকাশ কৰা নাই।

Tags: GAZAIranIsrael

Related Posts

বাংলাদেশৰ ষড়যন্ত্ৰ! অসমসহ উত্তৰ-পূৱক সামৰি বাংলাদেশৰ বিতৰ্কিত মেপ…
Top News

October 30, 2025
আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

October 30, 2025
২০২৭ চনৰ বিশ্বকাপত হৰ্ষিত ৰানাৰ স্থান ল’ব এইগৰাকী অল-ৰাউণ্ডাৰে! মুখ্য নিৰ্বাচকলৈ এক শক্তিশালী বাৰ্তা…

October 29, 2025
কানাডাত লৰেন্স বিষ্ণোই গেঙৰ গুলীচালনা, পাঞ্জাবী গায়িকা চান্নী নাট্টনৰ গৃহত আক্ৰমণ

গাজাত ইজৰাইলৰ ভয়ংকৰ বিমান আক্ৰমণ, ৩০ জনতকৈ অধিক লোকৰ প্ৰাণহানি
Top News

গাজাত ইজৰাইলৰ ভয়ংকৰ বিমান আক্ৰমণ, ৩০ জনতকৈ অধিক লোকৰ প্ৰাণহানি

October 29, 2025
ঈশ্বৰ পুত্ৰৰ ইচ্ছা পুৰণ! জুবিন বিহীন এই সময় হ’ব সকলোৰে বাবে বেদনাদায়ক…
Top News

ঈশ্বৰ পুত্ৰৰ ইচ্ছা পুৰণ! জুবিন বিহীন এই সময় হ’ব সকলোৰে বাবে বেদনাদায়ক…

October 29, 2025

শীৰ্ষ সংবাদ

বাংলাদেশৰ ষড়যন্ত্ৰ! অসমসহ উত্তৰ-পূৱক সামৰি বাংলাদেশৰ বিতৰ্কিত মেপ…

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

২০২৭ চনৰ বিশ্বকাপত হৰ্ষিত ৰানাৰ স্থান ল’ব এইগৰাকী অল-ৰাউণ্ডাৰে! মুখ্য নিৰ্বাচকলৈ এক শক্তিশালী বাৰ্তা…

কানাডাত লৰেন্স বিষ্ণোই গেঙৰ গুলীচালনা, পাঞ্জাবী গায়িকা চান্নী নাট্টনৰ গৃহত আক্ৰমণ

গাজাত ইজৰাইলৰ ভয়ংকৰ বিমান আক্ৰমণ, ৩০ জনতকৈ অধিক লোকৰ প্ৰাণহানি

ঈশ্বৰ পুত্ৰৰ ইচ্ছা পুৰণ! জুবিন বিহীন এই সময় হ’ব সকলোৰে বাবে বেদনাদায়ক…

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025