• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Saturday, June 7, 2025
29 °c
Guwahati
30 ° Sun
31 ° Mon
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    কঁকাল আৰু ভৰিৰ অনবৰতে বিষ হোৱাটো কোনটো ৰোগৰ লক্ষণ? জানক সবিশেষ…

    আপোনাৰ আজিৰ দিনটো ভালদৰে যাবনে? পঢ়ক ৰাশিফল

    দিনটো আৰম্ভ কৰাৰ পূৰ্বে জানি লওক আপোনাৰ আজিৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    সাৱধান! আপোনাৰ ম’বাইলতো এই দুটা অচিনাকী নম্বৰেৰে ক’ল আহিছে নেকি?

    পত্নীক বিচাৰি ওলাল স্বামী, কিন্তু পত্নী আছিলগৈ শ্বিলঙত! খঙতে কি কৰিলে স্বামীয়ে?

    ৰাজ্যৰ বান পৰিস্থিতিক লৈ উদ্বিগ্ন মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়া, সহায়ৰ আশ্বাস

    গৱেষক শিক্ষাৰ্থীৰ পৰা লাখপতি বাইদেউলৈ… বহু গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৰাজ্যিক কেবিনেটৰ

    অপেক্ষাৰ অন্ত! দেশত হ’বলগীয়া লোকপিয়লৰ সময় নিৰ্ধাৰণ

    Trending Tags

    • ৰাষ্ট্ৰীয়
    • আন্তঃ ৰাষ্ট্ৰীয়
    • বিনোদন
    • ক্ৰীড়া
    • ভিডিও
    No Result
    View All Result

      Home Top News

      জাৰ্মানীৰ আদালতৰ বাহিৰত প্ৰচণ্ড গুলীয়াগুলী; চলি আছিল বক্সাৰ নিমানী হত্যাকাণ্ডৰ শুনানি

      Nation NE by Nation NE
      February 26, 2025
      in Top News, আন্তঃ ৰাষ্ট্ৰীয়
      0 0
      জাৰ্মানীৰ আদালতৰ বাহিৰত প্ৰচণ্ড গুলীয়াগুলী; চলি আছিল বক্সাৰ নিমানী হত্যাকাণ্ডৰ শুনানি
      Share on FacebookShare on TwitterWhatsApp

      জাৰ্মানীৰ বিলেফেল্ড চহৰৰ এখন আদালতৰ বাহিৰত তীব্ৰ গুলীচালনা সংঘটিত হোৱাৰ খবৰ আহিছে। পেছাদাৰী বক্সাৰ বেছাৰ নিমানীক হত্যা কৰাৰ অভিযোগত অভিযুক্ত হুছেইন আক্কুৰ্টৰ গোচৰৰ শুনানিৰ সময়ত আদালতৰ বাহিৰত গুলীচালনা হয়।

      স্থানীয় সময় অনুসৰি নিশা প্ৰায় ১:৩০ বজাত আদালতৰ প্ৰস্থান গেটৰ পৰা ১৫০ মিটাৰ দূৰত্বত সংঘটিত হয় এই গুলীচালনা। আন্তঃৰাষ্ট্ৰীয় সংবাদ সংস্থাৰ প্ৰতিবেদন অনুসৰি এই আক্ৰমণত তিনিজন লোক আহত হৈছে।

      ঘটনা সন্দৰ্ভত আৰক্ষীয়ে এজন লোকক গ্ৰেপ্তাৰ কৰিছে। আনহাতে দ্বিতীয়গৰাকী গুলীচালনাকাৰীয়ে ঘটনাস্থলৰ আশে পাশে কোনো অঞ্চলত লুকুৱাই থকা বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে। দ্বিতীয়গৰাকী দুৰ্বৃত্তক কৰায়ত্ত কৰিবলৈ আৰক্ষীয়ে হেলিকপ্টাৰ ব্যৱহাৰ কৰিছে।

      চলিত বৰ্ষৰ জানুৱাৰী মাহৰ শেষৰ ফালে হুছেইন আক্কুৰ্টৰ বিচাৰ আৰম্ভ হৈছিল আৰু এই গোচৰৰ সৈতে জড়িত সকলোৰে সুৰক্ষা নিশ্চিত কৰিবলৈ কঠোৰ নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰা হৈছিল। এই আক্ৰমণৰ পিছত আদালতত প্ৰৱেশ কৰা প্ৰতিজন ব্যক্তিৰ ওপৰত পুংখানুপুংখভাৱে তালাচী চলোৱা হয়।

      পেছাদাৰী বক্সাৰ বেছাৰ নিমানীক গুলীয়াই হত্যা কৰাৰ অভিযোগত অভিযুক্ত হুছেইন আক্কুৰ্ট (৩৮)ৰ বিচাৰ আজি পুৱা আৰম্ভ হয়। ২০২৪ চনৰ জুলাই মাহত বেলজিয়াম আৰক্ষীৰ সহায়ত ব্ৰাছেলছৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছিল তেওঁক। এই গোচৰৰ দ্বিতীয়জন সন্দেহযুক্ত আয়মান দাউদ কিৰিট এতিয়াও পলাতক হৈ আছে।

      উল্লেখ্য যে, ২০২৩ চনৰ মাৰ্চ মাহত বক্সাৰ বেছাৰ নিমানীক হত্যা কৰা হৈছিল। কোৱা হৈছে যে তেওঁৰ হত্যাকাণ্ডত আণ্ডাৰৱৰ্ল্ড জড়িত হৈ আছে।

      ১৯৯৭ চনত ক’ছ’ভ’ যুদ্ধৰ সময়ত জাৰ্মানীত আশ্ৰয় লৈছিল বক্সাৰ বেছাৰ নিমানীয়ে। তেওঁৰ বক্সিং কেৰিয়াৰ আছিল অতি চমকপ্ৰদ। কেৰিয়াৰৰ ২৭খন মেচৰ ভিতৰত ২৬খন খেলত জয়লাভ কৰা নিমানীয়ে ২০১৯ চনত পেছাদাৰী বক্সিঙৰ পৰা অৱসৰ গ্ৰহণ কৰে।

      Tags: CourtGermanyShooting

      Related Posts

      ভাৰতৰ স্বাধীনতা প্ৰসংগক লৈ RSS প্ৰধান মোহন ভাগৱতৰ ডাঙৰ মন্তব্য
      Top News

      June 7, 2025
      শুভমন গিল সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য ৰিকি পণ্টিঙৰ
      Top News

      শুভমন গিল সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য ৰিকি পণ্টিঙৰ

      June 7, 2025
      কঁকাল আৰু ভৰিৰ অনবৰতে বিষ হোৱাটো কোনটো ৰোগৰ লক্ষণ? জানক সবিশেষ…
      Top News

      কঁকাল আৰু ভৰিৰ অনবৰতে বিষ হোৱাটো কোনটো ৰোগৰ লক্ষণ? জানক সবিশেষ…

      June 7, 2025
      কিডনী ষ্টোন বা পিত্তথলীৰ ষ্টোন, দুয়োটাৰ মাজত পাৰ্থক্য কি আৰু কোনটোৰ চিকিৎসা কৰাটো বেছি কঠিন?

      কুকুৰাতকৈও অধিক হৈ পৰিছে কুকুৰাৰ কণীৰ মূল্য! জানক সবিশেষ…
      Top News

      মহম্মদ ইউনুছৰ ডাঙৰ ঘোষণা, বাংলাদেশত অনুষ্ঠিত হ’ব সাধাৰণ নিৰ্বাচন…

      June 7, 2025
      ১খন ৫ টকীয়া বিস্কুটৰ মূল্য ২৪০০ টকা, প্ৰতি কিলো চেনীৰ মূল্য ৫০০০ টকা!তীব্ৰ অৰ্থসংকটত গাজা

      শীৰ্ষ সংবাদ

      ভাৰতৰ স্বাধীনতা প্ৰসংগক লৈ RSS প্ৰধান মোহন ভাগৱতৰ ডাঙৰ মন্তব্য

      শুভমন গিল সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য ৰিকি পণ্টিঙৰ

      কঁকাল আৰু ভৰিৰ অনবৰতে বিষ হোৱাটো কোনটো ৰোগৰ লক্ষণ? জানক সবিশেষ…

      উদ্ধাৰ হৈছে কোটি কোটি মূল্যৰ তিমিৰ ওকালি, ৩ জনক গ্ৰেপ্তাৰ

      কিডনী ষ্টোন বা পিত্তথলীৰ ষ্টোন, দুয়োটাৰ মাজত পাৰ্থক্য কি আৰু কোনটোৰ চিকিৎসা কৰাটো বেছি কঠিন?

      মহম্মদ ইউনুছৰ ডাঙৰ ঘোষণা, বাংলাদেশত অনুষ্ঠিত হ’ব সাধাৰণ নিৰ্বাচন…

      Nation NE

      © 2024 | Created and maintained by - Provibe Media LLP

      Navigate Site

      • About us
      • Contact us
      • Privacy Policy
      • Disclaimer
      • Grievance Redressal

      Follow Us

      Welcome Back!

      Login to your account below

      Forgotten Password?

      Retrieve your password

      Please enter your username or email address to reset your password.

      Log In

      Add New Playlist