ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটো বহুকেইটা ঘটনাৰে লিপিবদ্ধ হৈ আছে। জানো আহক ইতিহাসৰ পাতত নথীভুক্ত হৈ থকা বহু ঘটনাৰ বিশেষত্বৰ বিষয়ে-
১৭১৫- শিখসকলৰ প্ৰমুখ নেতা বাহাদুৰ বৈৰাগীয়ে গুৰুদাসপুৰত মোগলৰ সন্মুখত আত্মসমৰ্পন কৰিছিল।
১৭১৮- ফ্ৰান্স, ব্ৰিটেইন আৰু অষ্ট্ৰিয়াই স্পেইনৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰে।
১৯০৩- ৰাইট ভাতৃদ্বয়ে প্ৰথমখন বিমান “দ্য ফ্লাইয়াৰ” উৰুৱাইছিল।
১৯২৯- মহান ক্ৰান্তিকাৰী নেতা ভগত সিংহ আৰু ৰাজগুৰুৱে ইংৰাজ আৰক্ষীবিষয়াসকলৰ ওপৰত গুলীবৰ্ষণ কৰে।
১৯৪০- মহাত্মা গান্ধীয়ে ব্যক্তিগত সত্যাগ্ৰহ আন্দোলন স্থগিত কৰিছিল।
১৯৭১- ভাৰত-পাকিস্তানৰ যুদ্ধৰ সমাপ্তি হৈছিল।
১৯৯৬- নেচনেল ফুটবল লীগৰ শুভাৰম্ভ হৈছিল।
২০০০- ভাৰত আৰু পাকিস্তানী সেনাৰ মুখ্য কাৰ্যালয়ৰ মাজত হটলাইন পুনৰ আৰম্ভ হয়, জাতীয়তাবাদী ছাৰ্ব ডেম’ক্ৰেটিক পাৰ্টিৰ নেতা মিৰ্কো ছাৰভিচে বছনিয়াৰ ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰে।
২০০২- তুৰ্কীয়ে কাশ্মীৰ বিষয় সন্দৰ্ভত ভাৰতক সমৰ্থন কৰিছিল।
২০০৯- লেবাননৰ উপকূলত মালবাহী জাহাজ এম ভি ডেনি এফ ২ ডুব যোৱাৰ ফলত ৪০ জন লোকৰ মৃত্যু হয় আৰু ২৮ হাজাৰতকৈ অধিক জীৱ-জন্তুৰ মৃত্যু হয়।
২০১৪- আমেৰিকা আৰু কিউবাই দশক দশক ধৰি ভংগ হৈ থকা কূটনৈতিক সম্পৰ্ক পুনৰুদ্ধাৰৰ কথা ঘোষণা কৰে।











