• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Friday, October 24, 2025
25 °c
Guwahati
25 ° Sat
25 ° Sun
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    কোনবোৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ; পঢ়ক আমাৰ ৰাশিফল

    বাক্সাত উপস্থিত হৈ পদত্যাগ সন্দৰ্ভত কি ক’লে মুখ্যমন্ত্ৰীয়ে?

    ৰাজহুৱা কৰা নহয় জুবিন গাৰ্গৰ মৰোণোত্তৰ পৰীক্ষাৰ ৰিপোৰ্ট, কি আছে ভিছেৰা ৰিপোৰ্টত?

    জুবিন গাৰ্গৰ মৃ*ত্যু*ৰ তদন্তৰ বাবে ছিংগাপুৰলৈ যাব অসম আৰক্ষীৰ SIT দল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    জুবিন গাৰ্গৰ বিয়োগত শোকস্তব্ধ বলীউড; কেইবাগৰাকীও তাৰকাৰ শোকপ্ৰকাশ

    নলবাৰীত নিৰ্মাণ হ’ব ‘মায়াবিনী’ নামৰ জুবিন উদ্যান

    মায়া আৰু নাই। জুবিন দাৰ দেশলৈ গুচি গ’ল মায়া…..

    ‘ঈশ্বৰপুত্ৰ’বিহীন এমাহ, সোণাপুৰত আদ্যশ্ৰাদ্ধ, আজিও ৩ কোটি মানুহৰ বাবে এক ডাঙৰ সাঁথৰ

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ট্ৰাম্পৰ ‘শুল্ক’ নীতিত হাহাকাৰ বিশ্বৰ অৰ্থনীতিত; হোৰাহোৰে ডুবিল বিভিন্ন দেশৰ শ্বেয়াৰ মাৰ্কেট

Nation NE by Nation NE
April 7, 2025
in Top News, আন্তঃ ৰাষ্ট্ৰীয়, ৰাষ্ট্ৰীয়
0 0
ট্ৰাম্পৰ ‘শুল্ক’ নীতিত হাহাকাৰ বিশ্বৰ অৰ্থনীতিত; হোৰাহোৰে ডুবিল বিভিন্ন দেশৰ শ্বেয়াৰ মাৰ্কেট

প্ৰতিনিধিত্বমূলক চিত্ৰ

Share on FacebookShare on TwitterWhatsApp

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে আন এটা বিতৰ্কিত সিদ্ধান্ত গ্ৰহণ কৰি বিশ্বৰ ৬০ খন দেশৰ ওফৰত ‘প্ৰত্যুত্তৰমূলক শুল্ক’ আৰোপ কৰি সমগ্ৰ বিশ্বৰে অৰ্থনীতিলৈ ভাবুকি কঢ়িয়াই আনিছে।

ট্ৰাম্পে আৰম্ভ কৰা এই শুল্ক যুদ্ধৰ ফলত আমেৰিকা, ইউৰোপৰ লগতে এছিয়াৰ অৰ্থনীতিত বেয়া প্ৰভাৱ পৰাৰ লগতে হোৰাহোৰে খহিছে বিশ্বৰ বিভিন্ন দেশৰ শ্বেয়াৰ মাৰ্কেট।

ট্ৰাম্পৰ এই ভয়ংকৰ সিদ্ধান্তৰ পিছতেই ভাৰতীয় বজাৰতো বিৰূপ প্ৰভাৱ পৰা পৰিলক্ষিত হয়। সোমবাৰে ছেনছেক্সৰ শ্বেয়াৰ ২,২২৭ পইণ্ট হ্ৰাস পাই ৭৩,১৩৭.৯০ পইণ্টত বন্ধ হোৱাৰ বিপৰীতে নিফটিৰ শ্বেয়াৰ ৭৪৩ পইণ্ট হ্ৰাস পাই ২২,১৬১.৬০ পইণ্টত উপনীত হয়।

দিনটোৰ ব্যৱসায়ৰ সময়ছোৱাত দুয়োটা ইণ্ডেক্স প্ৰায় ৫ শতাংশ হ্ৰাস পাইছিল যদিও শেষত কিছু উন্নতি ঘটিছিল।

টাটা ষ্টীল (-৭.৭৮ শতাংশ), এল এণ্ড টি (-৫.৮৮ শতাংশ), টাটা মটৰ্ছ (-৫.৫৬ শতাংশ)ৰ দৰে ডাঙৰ ডাঙৰ ষ্টক বেয়াকৈ লোকচানৰ সন্মুখীন হয়।

কেৱল এয়াই নহয় আজিৰ দিনটোত দেশৰ সবাটোকৈ ধনাঢ্য ব্যক্তি মুকেশ আম্বানী, গৌতম আদানী, জিন্দাল গ্ৰুপকে ধৰি আন বহু উদ্যোগপতি তথা ব্যৱসায়ীয়ে হাজাৰ-হাজাৰ কোটি টকাৰ লোকচানৰ সন্মুখীন হয়।

বিদেশী মাৰ্কেটটো পৰিল প্ৰভাৱ

জাপানৰ নিকেই ২২৫ ৭.১ শতাংশ হ্ৰাস। বিগত কেইবাবছৰৰ ভিতৰত এইটোৱেই সৰ্বাধিক পতন

দক্ষিণ কোৰিয়াৰ কস্পি ৫.৫ শতাংশ হ্ৰাস পোৱাৰ বাবে চাৰ্কিট ব্ৰেকাৰ প্ৰয়োগ কৰিবলগীয়া হয়

টাইৱানৰ বজাৰ ৯.৮ শতাংশ হ্ৰাস পায়, যাৰ বাবে শ্বৰ্ট চেলিং নিষিদ্ধ কৰিবলগীয়া হৈছিল।

ছিংগাপুৰত বজাৰ মুকলি হোৱাৰ লগে লগে ৮.৫ শতাংশ হ্ৰাস পায়।

অষ্ট্ৰেলিয়াৰ এ এছ এক্স ২০০ ৬.৩ শতাংশ হ্ৰাস পায়। এয়া ১৫ মাহৰ ভিতৰত সৰ্বাধিক পতন।

ছৌদি শ্বেয়াৰ বজাৰত ৬.৭৮ শতাংশ হ্ৰাস পাইছে। ক’ভিডৰ পিছত এইটোৱে সৰ্ববৃহত পতন।

ইফালে বজাৰ খোলাৰ লগে লগে পাকিস্তান মাৰ্কেটত এক হাহাকাৰময় পৰিৱেশৰ সৃষ্টি হয়। পলকতে ৮০০০ পইণ্ট হ্ৰাস পোৱাৰ লগে লগে দেশখনে এঘণ্টাৰ বাবে শ্বেয়াৰ মাৰ্কেট বন্ধ কৰি দিবলৈ বাধ্য হয়।

Tags: Donald trumpMarket CrashShare MarketTarriff

Related Posts

গুগলৰ ওপৰত ২৯ হাজাৰ কোটি টকাৰ জৰিমনা; ক্ষুণ্ণ ড’নাল্ড ট্ৰাম্প
Top News

ট্ৰাম্পৰ শান্তি চুক্তিত ভেঙুচালি নেতান্যায়াহুৰ! ক্ষুব্ধ আমেৰিকাই জাৰি কৰিছে সতৰ্কবাণী

October 24, 2025
বেংগালুৰু-হায়দৰাবাদ ঘাইপথত ভয়ংকৰ দুৰ্ঘটনা, কেইবাজনৰো প্ৰাণহানি
Top News

বেংগালুৰু-হায়দৰাবাদ ঘাইপথত ভয়ংকৰ দুৰ্ঘটনা, কেইবাজনৰো প্ৰাণহানি

October 24, 2025
আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল
Top News

কোনবোৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ; পঢ়ক আমাৰ ৰাশিফল

October 24, 2025
ফেণ্টানিলক ৰাষ্ট্ৰীয় ভাবুকি হিচাপে ঘোষণা কৰাৰ প্ৰস্তুতি! কিন্তু কিয়? জানক সবিশেষ…

October 23, 2025
INDIA মিত্ৰজোঁটৰ চুক্তি! কোন হ’ব বিৰোধীৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী? শীঘ্ৰে ঘোষণা…

ট্ৰাম্পৰ শুল্কবাণৰ মাজতেই ভাৰত ভ্ৰমণলৈ আহিব ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিন
Top News

পুটিনৰ বিৰুদ্ধে বৃহৎ ব্যৱস্থা ট্ৰাম্পৰ! ৰাছিয়াৰ দুটা প্ৰধান তেল কোম্পানীত নিষেধাজ্ঞা

October 23, 2025

শীৰ্ষ সংবাদ

ট্ৰাম্পৰ শান্তি চুক্তিত ভেঙুচালি নেতান্যায়াহুৰ! ক্ষুব্ধ আমেৰিকাই জাৰি কৰিছে সতৰ্কবাণী

বেংগালুৰু-হায়দৰাবাদ ঘাইপথত ভয়ংকৰ দুৰ্ঘটনা, কেইবাজনৰো প্ৰাণহানি

কোনবোৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ; পঢ়ক আমাৰ ৰাশিফল

ফেণ্টানিলক ৰাষ্ট্ৰীয় ভাবুকি হিচাপে ঘোষণা কৰাৰ প্ৰস্তুতি! কিন্তু কিয়? জানক সবিশেষ…

INDIA মিত্ৰজোঁটৰ চুক্তি! কোন হ’ব বিৰোধীৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী? শীঘ্ৰে ঘোষণা…

পুটিনৰ বিৰুদ্ধে বৃহৎ ব্যৱস্থা ট্ৰাম্পৰ! ৰাছিয়াৰ দুটা প্ৰধান তেল কোম্পানীত নিষেধাজ্ঞা

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025