• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, January 26, 2026
20 °c
Guwahati
20 ° Tue
21 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    স্বাস্থ্য কেন্দ্ৰত ভয়ংকৰ কাণ্ড ! নাবালিকাৰ সৈতে কুকাণ্ড কৰা কমল চৌধুৰীক ৭ বছৰৰ সশ্ৰম কাৰাদণ্ড

    ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ক্লাৱত নৃত্য চলি থকাৰ মাজতে লাগিল হাহাকাৰ, পোহৰলৈ আহিছে গোৱা NIGHT CLUB ৰ ভিডিঅ’….

Nation NE by Nation NE
December 7, 2025
in Top News, ৰাষ্ট্ৰীয়
0 0
ক্লাৱত নৃত্য চলি থকাৰ মাজতে লাগিল হাহাকাৰ, পোহৰলৈ আহিছে গোৱা NIGHT CLUB ৰ ভিডিঅ’….
Share on FacebookShare on TwitterWhatsApp

৬ ডিচেম্বৰত গোৱাৰ অৰপোৰা অঞ্চলত সংঘটিত হোৱা বৃহৎ অগ্নিকাণ্ডৰ এটা নতুন ভিডিঅ’  সামাজিক মাধ্যমত দ্ৰুতগতিত বিয়পি পৰিছে। ভিডিঅ’টোত এগৰাকী মহিলা নৃত্যশিল্পীয়ে জনপ্ৰিয় গীত “মেহবুবা”ত নৃত্য কৰি আছিল। পৰিৱেশটো উত্তেজনাৰে ভৰি আছিল যদিও কিছু মুহূৰ্তৰ ভিতৰতে পৰিস্থিতি সলনি হৈ যায়।

হঠাতে ক্লাবৰ চিলিঙৰ পৰা উজ্জ্বল স্ফুলিংগ সৰিবলৈ ধৰিলে আৰু মঞ্চৰ পিছফালে জুইৰ সৃষ্টি হয়। কেইছেকেণ্ডমানৰ ভিতৰতে গোটেই নাইট ক্লাৱটো ধোঁৱাৰে বিয়পি পৰে। উপস্থিত সকলোৱে নিৰাপত্তাৰ বাবে ইফালে-সিফালে দৌৰিবলৈ ধৰে। উপস্থিত থকা সকলৰ মতে, বাহিৰ ওলোৱা পথ অতি সংকীৰ্ণ হোৱাৰ বাবে বহু লোক সেই ঠাইত আৱদ্ধ হৈ সময়মতে পলায়ন কৰিব নোৱাৰিলে।

ঘটনাৰ প্ৰাৰম্ভিক তদন্তত ক্লাবত এটা বৃহৎ গেছ চিলিণ্ডাৰ বিস্ফোৰণ হোৱা বুলি জানিব পৰা গৈছে। বিস্ফোৰণ ইমানেই প্ৰবল আছিল যে লগে লগে মূল মহলা আৰু বেছমেণ্টলৈ জুই বিয়পি পৰে। কিছুমান প্ৰত্যক্ষদৰ্শীয়ে জনোৱা মতে, প্ৰথমে ওপৰৰ মহলাত ধোঁৱা দেখা গৈছিল, তাৰ পিছত হঠাতে সমগ্ৰ মহলাত জুইৰ শিখা বিয়পি পৰে। ইফালে আৰক্ষীয়ে নাইট ক্লাবৰ মেনেজাৰজনক গ্ৰেপ্তাৰ কৰি জেৰা অব্যাহত ৰাখিছে।

বৰ্তমানলৈ এই দুৰ্ঘটনাটোত মৃত্যু হোৱা লোকৰ সংখ্যা ২৫ জনলৈ বৃদ্ধি পাইছে। ধোঁৱা উশাহ বন্ধ হৈ লোৱাৰ মৃত্যু হোৱাৰ বিপৰীতে ৩ জন পোনপটীয়াকৈ জুইত আৱদ্ধ হৈ পৰে। ঘটনাৰ সময়ত ক্লাবটোৰ বাবে বিশেষ নৃত্য প্ৰদৰ্শনৰ দিন ধাৰ্য কৰা হৈছিল, য’ত ব্যাপক জনসমাগম হৈছিল।

গোৱাৰ মুখ্যমন্ত্ৰী প্ৰমোদ সাৱন্তই ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয় আৰু মৃতকৰ বাবে গভীৰ শোক প্ৰকাশ কৰে। তেওঁ উল্লেখ কৰে যে, এইটো গোৱাত সংঘটিত হোৱা অন্যতম ভয়াৱহ ঘটনা আৰু দায়ীসকলক ৰেহাই দিয়া নহ’ব। মুখ্যমন্ত্রীয়ে উল্লেখ কৰে যে নাইট ক্লাবটোৱে কেইবাটাও সুৰক্ষাৰ মানদণ্ড মানি চলাত ব্যৰ্থ হৈছে, যাৰ বাবেই এই অগ্নিকাণ্ড ইমান দ্ৰুতগতিত বিয়পি পৰে।

তেওঁ দণ্ডাধীশৰ তদন্তৰ নিৰ্দেশ দি কয় যে, ৰাজ্যৰ সকলো ক্লাব আৰু বাৰৰ অগ্নিনিৰ্বাপক অডিট পুনৰ সম্পন্ন কৰা হ’ব। মৃতকৰ পৰিয়ালক চৰকাৰে সাহায্য প্ৰদান কৰাৰ বিপৰীতে আহত ছয়জন লোক চিকিৎসাধীন হৈ আছে।

Tags: BlastGOANight Club

Related Posts

গণৰাজ্য দিৱসত অপাৰেচন সিন্দুৰক বিশ্ববাসীৰ সন্মুখত অৱগত কৰা ভাৰতীয় সেনা বিষয়া কৰ্ণেল ছফিয়া কুৰেশ্বীলৈ সন্মান, জানক সবিশেষ
Top News

January 25, 2026
আমেৰিকাত তুষাৰপাতৰ ধুমুহাৰ বিধ্বংসী ৰূপ ধাৰণ; ব্যাপক ব্লেকআউট, ১০ হাজাৰ বিমান বাতিল

কানাডালৈ ১০০% শুল্ক আৰোপৰ ভাবুকিৰ ট্ৰাম্পৰ, পি এম কাৰ্নীয়ে মুকলি কৰিলে ভিডিঅ’

হিংসাত জৰ্জৰিত বাংলাদেশ, পুনৰ প্ৰাণ হেৰুৱালে সংখ্যালঘু যুৱকে…

২০২৬ বৰ্ষত এইসকল লোক বিভূষিত হ’ব পদ্মশ্ৰী সন্মানেৰে, জানক সম্পূৰ্ণ তালিকা…
Top News

২০২৬ বৰ্ষত এইসকল লোক বিভূষিত হ’ব পদ্মশ্ৰী সন্মানেৰে, জানক সম্পূৰ্ণ তালিকা…

January 25, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

January 25, 2026

শীৰ্ষ সংবাদ

গণৰাজ্য দিৱসত অপাৰেচন সিন্দুৰক বিশ্ববাসীৰ সন্মুখত অৱগত কৰা ভাৰতীয় সেনা বিষয়া কৰ্ণেল ছফিয়া কুৰেশ্বীলৈ সন্মান, জানক সবিশেষ

আমেৰিকাত তুষাৰপাতৰ ধুমুহাৰ বিধ্বংসী ৰূপ ধাৰণ; ব্যাপক ব্লেকআউট, ১০ হাজাৰ বিমান বাতিল

কানাডালৈ ১০০% শুল্ক আৰোপৰ ভাবুকিৰ ট্ৰাম্পৰ, পি এম কাৰ্নীয়ে মুকলি কৰিলে ভিডিঅ’

হিংসাত জৰ্জৰিত বাংলাদেশ, পুনৰ প্ৰাণ হেৰুৱালে সংখ্যালঘু যুৱকে…

২০২৬ বৰ্ষত এইসকল লোক বিভূষিত হ’ব পদ্মশ্ৰী সন্মানেৰে, জানক সম্পূৰ্ণ তালিকা…

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025