• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, January 26, 2026
20 °c
Guwahati
20 ° Tue
21 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    স্বাস্থ্য কেন্দ্ৰত ভয়ংকৰ কাণ্ড ! নাবালিকাৰ সৈতে কুকাণ্ড কৰা কমল চৌধুৰীক ৭ বছৰৰ সশ্ৰম কাৰাদণ্ড

    ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

নিশা গোৱালপাৰাত ভয়ংকৰ সংঘৰ্ষ; আৰক্ষীৰ এনকাউণ্টাৰত নিহত চাৰিজন দুৰ্ধৰ্ষ ডকাইত

Nation NE by Nation NE
September 28, 2025
in Top News, BIG BREAKING, অসম
0 0
নিশা গোৱালপাৰাত ভয়ংকৰ সংঘৰ্ষ; আৰক্ষীৰ এনকাউণ্টাৰত নিহত চাৰিজন দুৰ্ধৰ্ষ ডকাইত
Share on FacebookShare on TwitterWhatsApp

শনিবাৰে নিশা গোৱালপাৰা জিলাত নিৰাপত্তাৰক্ষীৰ সৈতে হোৱা সংঘৰ্ষত চাৰিজন দুৰ্ধৰ্ষ ডকাইত নিহত হয়। জিলাখনৰ ধূপধৰাৰ ঘিলাডুবিত সংঘটিত হৈছে এই ঘটনা। খবৰ অনুসৰি দুয়ো পক্ষৰ মাজত চলা গুলীয়াগুলীৰ সময়তে মৃত্যু হয় ডকাইত চাৰিজনৰ।

লাভ কৰা খবৰ অনুসৰি, শনিবাৰে নিশা এগৰাকী ব্যৱসায়ীক অপহৰণৰ উদ্দেশ্যে ডকাইতৰ দলটোৱে অসম-মেঘালয় সীমান্তৱৰ্তী অঞ্চলত বাহৰ পাতি আছিল। নিৰ্ভৰযোগ্য সূত্ৰৰ পৰা এই খবৰ লাভ কৰাৰ পিছতেই ঘটনাস্থলত উপস্থিত হয় নিৰাপত্তাৰক্ষীৰ এটা দল।

এছএছপি নৱনীত মহন্তৰ নেতৃত্বত যোৱা নিৰাপত্তাৰক্ষীৰ দলটোৰ উপস্থিতিৰ কথা জানিব পৰাৰ লগে লগে অস্ত্ৰধাৰী ডকাইতৰ দলটোৱে আৰক্ষীক আক্ৰমণ কৰি ঘটনাস্থলৰ পৰা পলায়নৰ চেষ্টা চলায়। লগে লগে আৰক্ষীয়েও ডকাইতৰ দলটোলৈ গুলীচালনা কৰে।

আৰক্ষী আৰু ডকাইতৰ মাজত হোৱা গুলীচালনাৰ ঘটনাত চাৰিজনকৈ দুৰ্ধৰ্ষ ডকাইতৰ মৃত্যু হোৱা বুলি আৰক্ষীয়ে নিশ্চিত কৰে। নিহত ডকাইত কেইজনক মুকুন্দ ৰাভা, চুবুৰ আলী, জাহিদুল ইছলাম আৰু চেংবাত মাৰাক বুলি চিনাক্ত কৰিছে।

এই ডকাইতৰ দলটোৰ বাহনখনৰ পৰা চাৰিটাকৈ পিষ্টল উদ্ধাৰ কৰিছে নিৰাপত্তাৰক্ষীৰ দলটোৱে। স্থানীয় লোকৰ ভাষ্য অনুসৰি এই ডকাইতৰ দলটোৱে দীৰ্ঘদিনৰ পৰা অঞ্চলটোত সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছিল।

সম্প্ৰতি অঞ্চলটোত নিৰাপত্তাৰক্ষীৰ এটা বৃহত দলে তহল দি থকাৰ লগতে তালাচী অভিযানো অব্যাহত ৰাখিছে।

Tags: Assam PoliceDacoitEncounterGoalpara

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

January 26, 2026
গণৰাজ্য দিৱসত অপাৰেচন সিন্দুৰক বিশ্ববাসীৰ সন্মুখত অৱগত কৰা ভাৰতীয় সেনা বিষয়া কৰ্ণেল ছফিয়া কুৰেশ্বীলৈ সন্মান, জানক সবিশেষ

January 25, 2026
আমেৰিকাত তুষাৰপাতৰ ধুমুহাৰ বিধ্বংসী ৰূপ ধাৰণ; ব্যাপক ব্লেকআউট, ১০ হাজাৰ বিমান বাতিল

কানাডালৈ ১০০% শুল্ক আৰোপৰ ভাবুকিৰ ট্ৰাম্পৰ, পি এম কাৰ্নীয়ে মুকলি কৰিলে ভিডিঅ’

হিংসাত জৰ্জৰিত বাংলাদেশ, পুনৰ প্ৰাণ হেৰুৱালে সংখ্যালঘু যুৱকে…

২০২৬ বৰ্ষত এইসকল লোক বিভূষিত হ’ব পদ্মশ্ৰী সন্মানেৰে, জানক সম্পূৰ্ণ তালিকা…

শীৰ্ষ সংবাদ

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025