• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Wednesday, February 4, 2026
21 °c
Guwahati
21 ° Thu
21 ° Fri
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    ন-কইনাক আনিবলৈ যোৱা বৰযাত্ৰীৰ বাহনৰ সৈতে শোকাৱহ ঘটনা, থিতাতে নিহত দৰাৰ ককায়েক আৰু মোমায়েক

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    ধেমালিতে স্বামীয়ে পত্নীক ক’লে ‘বান্দৰী’ বুলি; খঙত পত্নীয়ে কৰিলে ভয়ংকৰ কাণ্ড, জানক সৱিশেষ

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

২০২৬ ত গোলাঘাটত হ’ব মহাৰণঃ অজন্তা নেওগৰ বিৰুদ্ধে প্ৰাৰ্থী হ’ব গৌৰৱ গগৈ!

Nation NE by Nation NE
August 17, 2024
in Top News, অসম
0 0
২০২৬ ত গোলাঘাটত হ’ব মহাৰণঃ অজন্তা নেওগৰ বিৰুদ্ধে প্ৰাৰ্থী হ’ব গৌৰৱ গগৈ!
Share on FacebookShare on TwitterWhatsApp

২০২৬ চনৰ বিধানসভা নিৰ্বাচনত গোলাঘাট সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা আগবঢ়াব গৌৰৱ গগৈয়ে। গোলাঘাট সমষ্টিত মন্ত্ৰী অজন্তা নেওগৰ বিৰুদ্ধে প্ৰতিদ্বন্দিতা আগবঢ়াব গৌৰৱ গগৈয়ে। ইতিমধ্যে, গোলাঘাটত কংগ্ৰেছে ভেঁটি সৱল কৰাৰ বাবে বিশেষ তৎপৰ হৈছে।

ইতিমধ্যে, সাংসদ গৌৰৱ গগৈয়ে সমষ্টিটোত দলৰ সাংগঠনিক দিশ শক্তিশালী কৰিবলৈ ভাগে-ভাগে নিৰ্দেশনা দিছে কংগ্ৰেছ দলৰ তৃণমূল কৰ্মীসকলক।

শুকুৰবাৰে গমাৰিগুৰি ব্লক কংগ্ৰেছ কমিটিৰ সম্পাদক নকুল মুছাহাৰীয়ে মেৰাপানীত এক সংবাদমেল অনুস্থিত কৰি গোলাঘাটত গৌৰৱ গগৈৰ প্ৰাৰ্থীত্বৰ কথা ৰাজহুৱা কৰিছে।

সম্পাদক নকুল মুছাহাৰীয়ে দাবী কৰা অনুসৰি গৌৰৱ গগৈৰ প্ৰাৰ্থীত্বৰ প্ৰতি উৎসাহিত হৈ শেহতীয়াকৈ কংগ্ৰেছ দলত যোগদানৰ জোৱাৰ উঠিছে। সমান্তৰালভাৱে দীৰ্ঘদিনে নিষ্ক্ৰিয় হৈ থকা একাংশ কংগ্ৰেছ কৰ্মী হাতে কামে লাগিছে দলক শক্তিশালী কৰাত।

উল্লেখযোগ্য যে, নিৰ্বাচনলৈ এতিয়াও দিন বাকী আছে যদিও অজন্তা নেওগৰ বিৰুদ্ধে গৌৰৱ গগৈ অৱতীৰ্ণ হ’লে ২৬ ৰ নিৰ্বাচনত জমি উঠিব গোলাঘাট বিধানসভা সমষ্টিৰ পৰিবেশ।

Tags: #CongressGaurav GogoiGolaghat

Related Posts

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

February 4, 2026
ন-কইনাক আনিবলৈ যোৱা বৰযাত্ৰীৰ বাহনৰ সৈতে শোকাৱহ ঘটনা, থিতাতে নিহত দৰাৰ ককায়েক আৰু মোমায়েক
Top News

ন-কইনাক আনিবলৈ যোৱা বৰযাত্ৰীৰ বাহনৰ সৈতে শোকাৱহ ঘটনা, থিতাতে নিহত দৰাৰ ককায়েক আৰু মোমায়েক

February 4, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

February 4, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

February 4, 2026
মহাশিৱৰাত্ৰিত ভুলতো নকৰিব এইকেইটা কাম, অন্যথা ৰুষ্ট হ’ব দেৱাদিদেৱ মহাদেৱ

February 3, 2026
ভাৰতৰ সন্মুখত হাৰ মানিলে আমেৰিকাই! শুল্কহ্ৰাসৰ বাবে  কি কি সামগ্ৰীৰ মূল্য হ্ৰাস হ’ব ?

শীৰ্ষ সংবাদ

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

ন-কইনাক আনিবলৈ যোৱা বৰযাত্ৰীৰ বাহনৰ সৈতে শোকাৱহ ঘটনা, থিতাতে নিহত দৰাৰ ককায়েক আৰু মোমায়েক

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

মহাশিৱৰাত্ৰিত ভুলতো নকৰিব এইকেইটা কাম, অন্যথা ৰুষ্ট হ’ব দেৱাদিদেৱ মহাদেৱ

ভাৰতৰ সন্মুখত হাৰ মানিলে আমেৰিকাই! শুল্কহ্ৰাসৰ বাবে কি কি সামগ্ৰীৰ মূল্য হ্ৰাস হ’ব ?

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025