• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, September 8, 2025
30 °c
Guwahati
30 ° Tue
27 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আজি সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ জন্ম দিন, বছৰজোৰা কাৰ্যসূচীৰে জন্ম শতবার্ষিকী উদযাপনৰ বাবে সাজু ৰাজ্যবাসী

    আজিৰ দিনটো আৰ্থিক ক্ষেত্ৰত কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক ৰাশিফল

    আজিৰ দিনটোৰ ৰাশিফল; কি কয় ৰাশিচক্ৰই?

    আজিৰ দিনটোৱে এই ৰাশিৰ লোকসকলৰ বাবে কঢ়িয়াই আনিব আশাৰ বতৰা

    ২২ ছেপ্তেম্বৰত ৫ খনকৈ জিলাত চৰকাৰী বন্ধ ঘোষণা, বন্ধ থাকিব স্কুল-কলেজ, কাৰ্যালয়-ব্যৱসায়িক প্ৰতিষ্ঠান

    চাকৰিৰ নামত এতিয়াও প্ৰবঞ্চনাৰে একাংশই লুটিছে ধন! ৰঙিয়া আৰক্ষী থানাত এগৰাকী অসহায় যুৱতী!

    ICC বিশ্বকাপ মহিলা দলত অসমৰ উমা চেত্ৰী

    আজিৰ দিনটো আপোনাৰ বাবে শুভ নে? জানিবলৈ পঢ়ক ৰাশিফল

    Trending Tags

    • ৰাষ্ট্ৰীয়
    • আন্তঃ ৰাষ্ট্ৰীয়
    • বিনোদন
    • ক্ৰীড়া
    • ভিডিও
    No Result
    View All Result

      Home Top News

      গুটখা আৰু পান মছলা খোৱাসকলৰ বাবে বেয়া খবৰ; চৰকাৰে ল’লে ডাঙৰ সিদ্ধান্ত

      Nation NE by Nation NE
      February 18, 2025
      in Top News, ৰাষ্ট্ৰীয়
      0 0
      গুটখা আৰু পান মছলা খোৱাসকলৰ বাবে বেয়া খবৰ; চৰকাৰে ল’লে ডাঙৰ সিদ্ধান্ত

      প্ৰতিনিধিত্বমূলক চিত্ৰ

      Share on FacebookShare on TwitterWhatsApp

      হেমন্ত চোৰেণ নেতৃত্বাধীন ঝাৰখণ্ড চৰকাৰে ৰাজ্যত নিকোটিন আৰু ধঁপাতযুক্ত গুটখা আৰু পান মছলাৰ উৎপাদন, বিতৰণ, বিক্ৰী আৰু মজুতকৰণ সম্পূৰ্ণৰূপে নিষিদ্ধ কৰাৰ নিৰ্দেশ প্ৰদান কৰিছে। এই সন্দৰ্ভত এক অধিসূচনা জাৰি কৰিছে স্বাস্থ্য বিভাগে। অধিসূচনা জাৰি কৰাৰ দিনটোৰ পৰা অহা এবছৰৰ বাবে কাৰ্যকৰী হ’ব এই নিষেধাজ্ঞা।

      পৰিস্থিতি পুনৰীক্ষণ কৰাৰ পিছত নিষেধাজ্ঞাৰ সময়সীমা আৰু বৃদ্ধি কৰা হ’ব বুলিও অধিসূচনাত কোৱা হৈছে। ইয়াৰ পূৰ্বে ২০২০ বৰ্ষত ঝাৰখণ্ডত ১১টা ব্ৰেণ্ডৰ গুটখা আৰু পান মছলা নিষিদ্ধ কৰা হৈছিল, যিটো ২০২৩ চনৰ জুন মাহলৈকে কাৰ্যকৰী হৈ আছিল।

      এইবাৰ গুটখাৰ লগতে নিকোটিন আৰু ধঁপাত থকা সকলো ধৰণৰ পান মছলা নিষিদ্ধ কৰা হৈছে।

      স্বাস্থ্য বিভাগৰ অতিৰিক্ত মুখ্য সচিব অজয় ​​কুমাৰ সিঙে স্বাক্ষৰ কৰা অধিসূচনাত কোৱা হৈছে, ‘ফুড ছেফটি এণ্ড ষ্টেণ্ডাৰ্ছ এক্ট, ২০০৬ৰ ধাৰা ৩০(২)(ক) আৰু ফুড ছেফটি এণ্ড ষ্টেণ্ডাৰ্ছ (বিক্ৰীৰ ওপৰত নিষেধাজ্ঞা) ৰেগুলেছন, ২০১১ৰ ২, ৩ আৰু ৪ ৰেগুলেছনৰ অধীনত এই নিষেধাজ্ঞা জাৰি কৰা হৈছে।’

      এই নিষেধাজ্ঞা সন্দৰ্ভত সংবাদ মাধ্যমত সাধাৰণ জাননী জাৰি কৰিবলৈ সংশ্লিষ্ট বিভাগক নিৰ্দেশ দিছে চৰকাৰে। যদি কোনো দোকানত গুটখা আৰু ধঁপাত বা নিকোটিনযুক্ত পান মছলা বিক্ৰী কৰা দেখা যায় তেন্তে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব।

      ইফালে স্বাস্থ্য মন্ত্ৰীয়ে কয় যে ৰাজ্যৰ প্ৰতিগৰাকী শীৰ্ষ বিষয়া আৰু সংশ্লিষ্ট কৰ্তৃপক্ষক এই নিষেধাজ্ঞাৰ বিৰুদ্ধে কঠোৰ হ’বলৈ আহ্বান জনোৱা হৈছে।

      ইয়াৰ পূৰ্বে স্বাস্থ্যমন্ত্ৰী ইৰফান আনছাৰীয়ে কৈছিল যে ৰাজ্যৰ নৱপ্ৰজন্মৰ স্বাস্থ্য আৰু স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি পান মছলা নিষিদ্ধ কৰা হ’ব। কৰ্কট দিৱস উপলক্ষে আয়োজন কৰা এক কাৰ্যসূচীৰ সময়ত তেওঁ ৰাজ্যত মুখৰ কৰ্কট ৰোগীৰ সংখ্যা বৃদ্ধি পোৱাত উদ্বেগ প্ৰকাশ কৰি কয় যে ৰাজ্যৰ এক লাখ জনসংখ্যাৰ ভিতৰত প্ৰায় ৭০ জন লোক কৰ্কট ৰোগত আক্ৰান্ত। ইয়াৰে ৪০-৪৫ জন ৰোগী মুখৰ কৰ্কট ৰোগত আক্ৰান্ত আৰু ইয়াৰ মূল কাৰণ হৈছে ধঁপাত আৰু গুটখা।

      উল্লেখ্য যে, ঝাৰখণ্ড চৰকাৰে লোৱা এই সিদ্ধান্তৰ বাবে ৰাজ্যখনে প্ৰচুৰ পৰিমানে ৰাজহ হেৰুৱাবলগীয়া হ’লেও বহু সচেতন লোকে এই সিদ্ধান্তক আদৰণি জনাইছে।

      Tags: #JharkhandGutkhaPan Masala

      Related Posts

      সোণৰ দাম আকাশলংঘী, বিগত তিনি সপ্তাহৰ পৰা দ্ৰুতগতিত বৃদ্ধি সোণৰ মূল্য
      Top News

      September 8, 2025
      কৰ্কট ৰোগৰ বিৰুদ্ধে নতুন সফলতা ৰাছিয়াৰ! বিজ্ঞানীসকলৰ দাবী…

      ভাৰতৰ ওপৰত আৰোপ কৰা জৰিমনা প্ৰত্যাহাৰ কৰিবনে আমেৰিকাই? শুল্ক বিবাদৰ মাজতে ট্ৰাম্পক সাক্ষাৎ জেছন মিলাৰৰ

      অপৰাজেয় ধাৰা অক্ষুণ্ণ ৰাখি হকী এছিয়া কাপ ২০২৫ৰ খিতাপ দখল ভাৰতৰ

      ট্ৰাম্পৰ বিৰুদ্ধে উত্থাপিত কণ্ঠ  আমেৰিকাতেই, ভাৰতৰ ওপৰত শুল্ক হ্ৰাস কৰাৰ দাবীৰ লগতে ক্ষমা বিচৰাৰ দাবী তীব্ৰতৰ
      Top News

      শুল্ক আৰোপৰ পিছতেই ভাৰতলৈ আন এক ডাঙৰ আঘাত! ভিছাৰ সাক্ষাৎকাৰৰ নিয়মত এই ডাঙৰ পৰিৱৰ্তন আমেৰিকাৰ…

      September 8, 2025
      আজি সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ জন্ম দিন, বছৰজোৰা কাৰ্যসূচীৰে জন্ম শতবার্ষিকী উদযাপনৰ বাবে সাজু ৰাজ্যবাসী
      Top News

      আজি সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ জন্ম দিন, বছৰজোৰা কাৰ্যসূচীৰে জন্ম শতবার্ষিকী উদযাপনৰ বাবে সাজু ৰাজ্যবাসী

      September 8, 2025
      Nation NE

      © 2024 | Created and maintained by - Provibe Media LLP

      Navigate Site

      • About us
      • Contact us
      • Privacy Policy
      • Disclaimer
      • Grievance Redressal

      Follow Us

      Welcome Back!

      Login to your account below

      Forgotten Password?

      Retrieve your password

      Please enter your username or email address to reset your password.

      Log In

      Add New Playlist