• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, December 15, 2025
19 °c
Guwahati
19 ° Tue
18 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটো কেনে যাব: কি কয় ৰাশিচক্ৰই

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    সাজু বুলড’জাৰ, ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ

    অৰুণাচল প্ৰদেশত ট্ৰাক বাগৰি পৰি ১৮ জন অসমীয়া শ্ৰমিকৰ প্ৰাণহানি,  বৰ্তমানেও নিৰুদ্দেশ ৩ জনকৈ লোক

    জুবিন গাৰ্গৰ অভিযুক্তক দিয়া হ’ব পাৰে মৃত্যুদণ্ড!

    চাৰ্জশ্বীটত আছে বহু ভয়ংকৰ তথ্য? আজি কাৰ কাৰ মুখা খোল খাব? সঁচাকৈ জুবিন গাৰ্গে ন্যায় পাবনে?

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    জুবিনৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰা ছাত্ৰক সমালোচনা নাগালেণ্ডৰ মন্ত্ৰীৰ

    কোনে কিয় প্ৰাণ ল’লে জুবিন গাৰ্গৰ? কাইলৈ ফাদিল হ’ব সকলো তথ্য…

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

গায়ানাত উপস্থিত প্ৰধানমন্ত্ৰী মোদী, ৰাষ্ট্ৰপতি মহম্মদ ইৰফান আলীৰ সৈতে সাক্ষাৎকাৰ

Nation NE by Nation NE
November 20, 2024
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
গায়ানাত উপস্থিত প্ৰধানমন্ত্ৰী মোদী, ৰাষ্ট্ৰপতি মহম্মদ ইৰফান আলীৰ সৈতে সাক্ষাৎকাৰ
Share on FacebookShare on TwitterWhatsApp

বুধবাৰে দক্ষিণ আমেৰিকাৰ গায়ানাত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। বিগত ৫৬ বছৰৰ ভিতৰত প্ৰথমবাৰৰ বাবে কোনো ভাৰতীয় প্ৰধানমন্ত্ৰী গায়ানা ভ্ৰমণলৈ যায়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী জৰ্জটাউনত উপস্থিত হোৱাৰ সময়ত ৰাষ্ট্ৰপতি ইৰফানে তেওঁক বিমানবন্দৰত সাৱটি ধৰি উষ্ম আদৰণি জনায়।ৰাষ্ট্ৰপতিৰ লগতে ১২জনৰো অধিক কেবিনেট মন্ত্ৰীয়েও প্ৰধানমন্ত্ৰীক আদৰণি জনায়।

গায়ানাৰ ৰাষ্ট্ৰপতিৰ সৈতে দ্বিপাক্ষিক বৈঠকত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে উপস্থিত হয় প্ৰধানমন্ত্ৰী মোদী। তেওঁ গায়ানা সংসদৰ বিশেষ বৈঠকতো ভাষণ দিব।

গায়ানাত থকা ভাৰতৰ ৰাষ্ট্ৰদূত অমিত এছ তেলাঙে প্ৰধানমন্ত্ৰীৰ ভ্ৰমণ সন্দৰ্ভত কয় যে, প্ৰধানমন্ত্ৰীৰ এই ভ্ৰমণ গায়ানা আৰু ভাৰত উভয়ৰে বাবে অতি গুৰুত্বপূৰ্ণ। তেওঁ কয় যে, বিগত ৫ দশক ভাৰতৰ প্ৰধানমন্ত্ৰী ভ্ৰমণৰ বাবে গায়ানালৈ আহিছে। দুয়োখন দেশৰ সম্পৰ্ক বছৰ বছৰ পুৰণি। ঐতিহাসিকভাৱেও ই অতি শক্তিশালী। তেওঁ কয় যে, প্ৰধানমন্ত্ৰীৰ গায়ানা ভ্ৰমণে দুয়োখন দেশৰ মাজত বছৰ বছৰ ধৰি বিদ্যমান গভীৰ বন্ধুত্ব দেখুৱাবলৈ যথেষ্ট।

তেওঁ কয় যে, গায়ানাত ভাৰতীয় সম্প্ৰদায়ৰ সংখ্যা বৃদ্ধি পাইছে। প্ৰধানমন্ত্ৰীৰ এই ভ্ৰমণক লৈ দুয়োখন দেশৰ লোক অতিশয় উৎসাহিত। তেওঁ কয় যে, প্ৰধানমন্ত্ৰী মোদীৰ গায়ানা ভ্ৰমণে দুয়োখন দেশৰ অংশীদাৰিত্বক এক নতুন জীৱন প্ৰদান কৰিব।

প্ৰধানমন্ত্ৰী মোদীক আদৰণি জনাই গায়ানা এক বৰ্ণিল কাৰ্যসূচীৰ আয়োজন কৰা হয়। প্ৰধানমন্ত্ৰীয়ে ভাৰতীয় সাজ-পোছাক পৰিধান কৰি সাংস্কৃতিক কাৰ্যসূচী উপভোগ কৰে।

CARICOM-India শীৰ্ষ সন্মিলনত অংশগ্ৰহণ 

প্ৰধানমন্ত্ৰী মোদী দুদিনীয়া গায়ানা ভ্ৰমণত বৃহস্পতিবাৰে CARICOM-India শীৰ্ষক সন্মিলনত অংশগ্ৰহণ কৰিব। এই বৈঠকত তেওঁৰ সৈতে গ্ৰেনাডাৰ প্ৰধানমন্ত্ৰী ডিকন মিচেলও উপস্থিত থাকিব। এই সন্মিলনৰ উদ্দেশ্য হ’ব দেশৰ শক্তি, আন্তঃগাঁথনি, কৃষি, খাদ্য সুৰক্ষাৰ ওপৰত গুৰুত্ব দিয়া।

Tags: GuyanaPrime MinisterSouth America

Related Posts

ট্ৰাম্পৰ বিৰুদ্ধে উত্থাপিত কণ্ঠ  আমেৰিকাতেই, ভাৰতৰ ওপৰত শুল্ক হ্ৰাস কৰাৰ দাবীৰ লগতে ক্ষমা বিচৰাৰ দাবী তীব্ৰতৰ
Top News

ভাৰতীয়ৰ বিৰুদ্ধে আমেৰিকাৰ নতুন এক্সন! এইচ-১বি আৰু এইচ-৪ ভিছাৰ বাবে এৰিব লাগিব গোপনীয়তা

December 15, 2025
কানাডাৰ এজন ভাৰতীয় মূলৰ ব্যৱসায়ীৰ ঘৰত গুলীচালনা, লৰেন্স বিষ্ণোইৰ দল জড়িত থকাৰ সন্দেহ…

মুছলমান গৃহমন্ত্ৰীৰ বাবেই ব্ৰিটেইনৰ পৰা বহিষ্কাৰ হ’ব লাখ লাখ মুছলমান! ভাৰত কেনেদৰে সৰ্বাধিক প্ৰভাৱিত হ’ব?

ছিডনীত পিতৃ-পুত্ৰৰ আক্ৰমণ, বৰ্তমানলৈ ১৬ জনকৈ লোকৰ প্ৰাণহানি…
Top News

ছিডনীত পিতৃ-পুত্ৰৰ আক্ৰমণ, বৰ্তমানলৈ ১৬ জনকৈ লোকৰ প্ৰাণহানি…

December 15, 2025
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটো কেনে যাব: কি কয় ৰাশিচক্ৰই

December 15, 2025
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

December 14, 2025

শীৰ্ষ সংবাদ

ভাৰতীয়ৰ বিৰুদ্ধে আমেৰিকাৰ নতুন এক্সন! এইচ-১বি আৰু এইচ-৪ ভিছাৰ বাবে এৰিব লাগিব গোপনীয়তা

কানাডাৰ এজন ভাৰতীয় মূলৰ ব্যৱসায়ীৰ ঘৰত গুলীচালনা, লৰেন্স বিষ্ণোইৰ দল জড়িত থকাৰ সন্দেহ…

মুছলমান গৃহমন্ত্ৰীৰ বাবেই ব্ৰিটেইনৰ পৰা বহিষ্কাৰ হ’ব লাখ লাখ মুছলমান! ভাৰত কেনেদৰে সৰ্বাধিক প্ৰভাৱিত হ’ব?

ছিডনীত পিতৃ-পুত্ৰৰ আক্ৰমণ, বৰ্তমানলৈ ১৬ জনকৈ লোকৰ প্ৰাণহানি…

আপোনাৰ আজিৰ দিনটো কেনে যাব: কি কয় ৰাশিচক্ৰই

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025