• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Tuesday, February 3, 2026
21 °c
Guwahati
21 ° Wed
21 ° Thu
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ধেমালিতে স্বামীয়ে পত্নীক ক’লে ‘বান্দৰী’ বুলি; খঙত পত্নীয়ে কৰিলে ভয়ংকৰ কাণ্ড, জানক সৱিশেষ

    দিল্লী কাণ্ডক সমৰ্থন কৰা প্ৰতিজন লোক যাব লাগিব জে’ললৈ

    ‘সকলো সমস্যাৰ সমাধান হৈ যাব’, মিঞাৰ প্ৰসংগত পুনৰ সৰৱ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

নৱবৰ্ষত আপোনজনলৈ প্ৰেৰণ কৰক এই শুভেচ্ছা বাৰ্তা

Nation NE by Nation NE
January 1, 2025
in Top News, অসম
0 0
নৱবৰ্ষত নতুন গাইডলাইন! উচ্চস্বৰত সংগীত বজোৱা বা ফটকা  ফুটোৱাত নিষেধাজ্ঞা
Share on FacebookShare on TwitterWhatsApp

চাওতে চাওতে আৰু এটা নতুন বছৰ লৈ ২০২৫ আহি পালে আৰু তাৰ লগে লগে যোৱা বছৰটো এতিয়া কেৱল এটা স্মৃতি হৈ পৰিছে।

বিগত বৰ্ষত জানুৱাৰীৰ পৰা ডিচেম্বৰলৈকে আমি সকলোৱে জীৱনত ব্যক্তিগত তথা পেছাগতভাৱে বহু উত্থান-পতন দেখিবলৈ পাইছো। নতুন বছৰক লৈ সকলোৰে মনত নতুন আশাৰ কিৰণ। নৱবৰ্ষক আদৰণি জনাই সকলোৱে বন্ধু-বান্ধৱী তথা আত্মীয়-স্বজনলৈ প্ৰেৰণ কৰে অভিনন্দন বাৰ্তা।

বিগত বৰ্ষৰ সময়বোৰ অতিক্ৰম কৰাৰ পাছত নতুন বছৰটোক আশাৰ নতুন ৰশ্মিৰে উষ্ম আদৰণি জনায় সকলোৱে। এনে পৰিস্থিতিত এনে বাৰ্তা সকলোৱে নিজৰ পৰিয়াল, বন্ধু-বান্ধৱী আৰু আত্মীয়-স্বজনলৈ প্ৰেৰণ কৰিব বিচাৰে, তেওঁলোকে নৱবৰ্ষ উপলক্ষে আপোনজনলৈ প্ৰেৰণ কৰক এই শুভেচ্ছা বাৰ্তা-

  • ২০২৫ চনৰ নতুন বছৰে আপোনাৰ জীৱনলৈ কঢ়িয়াই আনক সুখ, সমৃদ্ধি তথা সফলতা। অতীতৰ অভিজ্ঞতাৰ পৰা শিকক, নতুন সুযোগ কেনেদৰে আকোঁৱালি ল’ব। ২০২৫ চনৰ নৱবৰ্ষৰ অলেখ শুভেচ্ছা থাকিল।
  • আপোনাৰ লগত থাকক স্বাস্থ্য, সমৃদ্ধি আৰু প্ৰেম। আপোনাৰ প্ৰতিটো সপোন হওক পূৰণ। ভগৱানৰ আশীৰ্বাদ সদায় আপোনাৰ ওপৰত থাকক, নতুন বছৰে আপোনাৰ জীৱনটো আনন্দৰে ভৰাই তোলক। শুভ নৱবৰ্ষ।
  • নতুন বছৰত আপোনাৰ সকলো সপোন বাস্তৱায়িত হওঁক। নতুন বছৰত প্ৰতিটো দিন হাঁহি থাকিব থাকক। নৱবৰ্ষৰ শুভকামনা।
  • নতুন বছৰৰ শুভেচ্ছা থাকিল!এই নৱবৰ্ষত আপোনাৰ জীৱনৰ প্ৰতিটো পথ হওক সহজ
  • ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছো যে, এই বছৰটোৱে আপোনাৰ জীৱনলৈ সুখ, শান্তি, সম্প্ৰীতি, সমৃদ্ধি আৰু অসীম সফলতা কঢ়িয়াই আনক।
  • ২০২৫ চনটো এটা হাঁহিৰে আৰম্ভ কৰোঁ আহক। নতুন বছৰৰ বহুত বহুত শুভেচ্ছা থাকিল।
  • নতুন বছৰৰ বাবে আপোনালোক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। বিগত বৰ্ষৰ দৰে এইবাৰো ভগৱানে আপোনক উচ্চ চিন্তা, উজ্জ্বল ভৱিষ্যত আৰু সুস্বাস্থ্য প্ৰদান কৰক।
  • নতুন উদ্যম আৰু উৎসাহেৰে নতুন বছৰৰ বাবে শুভেচ্ছা জ্ঞাপন কৰিলোঁ। নতুন বছৰে আপোনালোকৰ জীৱনত সুখ আৰু উন্নতি কঢ়িয়াই আনক।
Tags: New yearNEW YEAR RESOLUTIONWishes

Related Posts

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

February 3, 2026
কৰ্তব্যৰত আৰক্ষীক দাঁতেৰে কামুৰিলে মহিলাই, চৰকাৰী কাম-কাজত বাধাৰ সৃষ্টি
Top News

কৰ্তব্যৰত আৰক্ষীক দাঁতেৰে কামুৰিলে মহিলাই, চৰকাৰী কাম-কাজত বাধাৰ সৃষ্টি

February 3, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

February 3, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

February 3, 2026
ভাৰত-পাকিস্তানৰ খেল বাতিলক লৈ বিপদ! ২০০ কোটি টকাৰ লোকচানৰ সন্মুখীন হ’ব নেকি ICC ?

February 2, 2026
টীম ইণ্ডিয়াৰ বিৰুদ্ধে Knockout মেচ নেখেলে পাকিস্তানে! কিন্তু কিয়? কোন দল হ’ব আটাইতকৈ বেছি লাভবান?

শীৰ্ষ সংবাদ

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

কৰ্তব্যৰত আৰক্ষীক দাঁতেৰে কামুৰিলে মহিলাই, চৰকাৰী কাম-কাজত বাধাৰ সৃষ্টি

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

ভাৰত-পাকিস্তানৰ খেল বাতিলক লৈ বিপদ! ২০০ কোটি টকাৰ লোকচানৰ সন্মুখীন হ’ব নেকি ICC ?

টীম ইণ্ডিয়াৰ বিৰুদ্ধে Knockout মেচ নেখেলে পাকিস্তানে! কিন্তু কিয়? কোন দল হ’ব আটাইতকৈ বেছি লাভবান?

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025