• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Wednesday, February 11, 2026
22 °c
Guwahati
22 ° Fri
22 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    প্ৰকাশ পালে কামৰূপ মহানগৰ জিলাৰ ৫ টাকৈ সমষ্টিৰ ভোটাৰৰ ফটো সম্বলিত তালিকা, জানক কিমান ভোটাৰৰ নাম হ’ল কৰ্তন…

    নতুন ৰূপত দেখা যাব হাৰ্টথ্ৰ’ৱ জুবিন গাৰ্গৰ অন্তিম শয়নস্থলী, ভিডিঅ’ ভাইৰেলৰ পিছতেই প্ৰশাসনে ল’লে এই ব্যৱস্থা…

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আঁতৰিব লাগিব সকলো বেদখলকাৰী, পুনৰ ১০০০ৰো অধিক পৰিয়াললৈ উচ্ছেদৰ জাননী…

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

শিশুৰ মেদবহুলতা হৈছে ভিন্ন ৰোগৰ কাৰণ, ওজন কমোৱাৰ উপায়ৰ বিষয়ে জানক চিকিৎসকৰ পৰা সবিশেষ

Nation NE by Nation NE
November 26, 2024
in Top News, ৰাষ্ট্ৰীয়
0 0
শিশুৰ মেদবহুলতা হৈছে ভিন্ন ৰোগৰ কাৰণ, ওজন কমোৱাৰ উপায়ৰ বিষয়ে জানক চিকিৎসকৰ পৰা সবিশেষ
Share on FacebookShare on TwitterWhatsApp

ভাৰতত শিশুৰ মেদবহুলতাৰ সমস্যা লক্ষণীয় হাৰত বৃদ্ধি পাইছে। ২০২১ চনৰ “দ্য লেন্সেট জাৰ্নেল”ৰ এক প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে, ভাৰতৰ প্ৰায় ৩.৩ কোটি শিশু ডায়েবেটিছত আক্ৰান্ত।

এই সংখ্যা প্ৰত্যেক বছৰে বৃদ্ধি পাই আহিছে। শিশুৰ মেদবহুলতাৰ বাবে বহু ৰোগৰো আশংকা থাকে। শৰীৰৰ ওজন বৃদ্ধিৰ বাবে ডায়েবেটিছো হয়। ইয়াৰ বাহিৰেও আন বহুতো ৰোগ আছে, যিবোৰ মেদবহুলতাৰ ফলত হয়।

শিশুৰ ওজন কেনেকৈ নিয়ন্ত্ৰণ কৰিব এই বিষয়ে বিশেষজ্ঞই কি কয় শুনক-

The Lancet ৰ গৱেষণা অনুসৰি মেদবহুলতাই হৃদৰোগৰ সম্ভাৱনা বৃদ্ধি কৰিব পাৰে, কাৰণ মেদবহুলতাৰ ফলত উচ্চ ৰক্তচাপ, কলেষ্টেৰল আৰু ট্ৰাইগ্লিচাৰাইডৰ মাত্ৰা বৃদ্ধি পাব পাৰে। ইহঁতৰ মাত্ৰা বৃদ্ধি কৰিলে হৃদযন্ত্ৰৰ ওপৰত হেঁচা পৰে আৰু আক্ৰমণৰ সৃষ্টি হ’ব পাৰে।

মেদবহুলতাই হাপানীৰো সম্ভাৱনা বৃদ্ধি কৰিব পাৰে, কাৰণ মেদবহুলতাই শ্বাস-প্ৰশ্বাসতন্ত্ৰত হেঁচা প্ৰয়োগ কৰে। যাৰ বাবে হাওঁফাওঁত ইয়াৰ প্ৰত্যক্ষ প্ৰভাৱ পৰে আৰু হাঁপানী, ব্ৰংকাইটিছ আৰু চি অ’ পি ডি আদি ৰোগৰ আশংকা থাকে। মেদবহুলতাই কেন্সাৰ ৰোগৰ সম্ভাৱনাও বৃদ্ধি কৰিব পাৰে, কাৰণ মেদবহুলতাই শৰীৰত অক্সিডেটিভ ষ্ট্ৰেছ বৃদ্ধি কৰিব পাৰে। যিটো কেন্সাৰৰ এটা প্ৰধান কাৰণ। মেদবহুলতাৰ ফলত পেটৰ কৰ্কট ৰোগৰ সম্ভাৱনা বৃদ্ধি পায়।

শিশুৰ মেদবহুলতা বৃদ্ধিৰ কাৰণ-

এইমছ নতুন দিল্লীৰ শিশু চিকিৎসা বিভাগৰ ডাঃ ৰাকেশ কুমাৰে কয় যে, শিশুৰ মেদবহুলতা বৃদ্ধিৰ আটাইতকৈ ডাঙৰ কাৰণ হৈছে ভুল খাদ্যাভ্যাস। আজিৰ শিশুসকলে ফাষ্ট ফুড খাবলৈ বেছিকৈ পছন্দ কৰে। ফাষ্ট ফুডত আটা আৰু বহু ধৰণৰ ৰাসায়নিক পদাৰ্থ থাকে, যিয়ে শৰীৰত মেদবহুলতা বৃদ্ধি কৰে।

ইয়াৰ উপৰিও শিশুৰ জীৱনশৈলীও বহুত বেয়া হৈ পৰিছে। শিশুসকলে এতিয়া ফোন আৰু ছ’চিয়েল মিডিয়া অধিক ব্যৱহাৰ কৰে। দীৰ্ঘ সময় মোবাইল চাই বহি থকাৰ বাবে শিশু মেদবহুল হৈ পৰিছে।

শিশুৰ মেদবহুলতাৰ নিয়ন্ত্ৰণ-

  • শিশুক ফল-মূল, শাক-পাচলি, গোটা শস্যকে ধৰি স্বাস্থ্যসন্মত খাদ্যৰ যোগান
  • শিশুক চিপচ, কুকিজৰ দৰে জাংক ফুড খাবলৈ দিয়াৰ পৰা বিৰত ৰখা
  • শিশুসকলক নিয়মীয়াকৈ ব্যায়াম কৰিবলৈ দিয়া
  • টিভি আৰু ভিডিঅ’ গেমৰ সময় সীমিত কৰা
Tags: Health careHealthy lifeMedical life

Related Posts

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

February 11, 2026
এখন বিদ্যালয়ত নিৰ্বিচাৰ গু*লী*চা*লনা, আহত কেইবাজনো লোক
Top News

এখন বিদ্যালয়ত নিৰ্বিচাৰ গু*লী*চা*লনা, আহত কেইবাজনো লোক

February 11, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

February 11, 2026
প্ৰকাশ পালে কামৰূপ মহানগৰ জিলাৰ ৫ টাকৈ সমষ্টিৰ ভোটাৰৰ ফটো সম্বলিত তালিকা, জানক কিমান ভোটাৰৰ নাম হ’ল কৰ্তন…
Top News

প্ৰকাশ পালে কামৰূপ মহানগৰ জিলাৰ ৫ টাকৈ সমষ্টিৰ ভোটাৰৰ ফটো সম্বলিত তালিকা, জানক কিমান ভোটাৰৰ নাম হ’ল কৰ্তন…

February 10, 2026
অন্ত পৰিল ভাৰত বনাম পাকিস্তানৰ খেলৰ বিতৰ্ক, ভাৰতৰ বিৰুদ্ধে খেলিবলৈ অমান্তি হোৱা পাকিস্তানে কিয় দিলে সন্মতি?
Top News

অন্ত পৰিল ভাৰত বনাম পাকিস্তানৰ খেলৰ বিতৰ্ক, ভাৰতৰ বিৰুদ্ধে খেলিবলৈ অমান্তি হোৱা পাকিস্তানে কিয় দিলে সন্মতি?

February 10, 2026
নতুন ৰূপত দেখা যাব হাৰ্টথ্ৰ’ৱ জুবিন গাৰ্গৰ অন্তিম শয়নস্থলী, ভিডিঅ’ ভাইৰেলৰ পিছতেই প্ৰশাসনে ল’লে এই ব্যৱস্থা…
Top News

নতুন ৰূপত দেখা যাব হাৰ্টথ্ৰ’ৱ জুবিন গাৰ্গৰ অন্তিম শয়নস্থলী, ভিডিঅ’ ভাইৰেলৰ পিছতেই প্ৰশাসনে ল’লে এই ব্যৱস্থা…

February 10, 2026

শীৰ্ষ সংবাদ

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

এখন বিদ্যালয়ত নিৰ্বিচাৰ গু*লী*চা*লনা, আহত কেইবাজনো লোক

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

প্ৰকাশ পালে কামৰূপ মহানগৰ জিলাৰ ৫ টাকৈ সমষ্টিৰ ভোটাৰৰ ফটো সম্বলিত তালিকা, জানক কিমান ভোটাৰৰ নাম হ’ল কৰ্তন…

অন্ত পৰিল ভাৰত বনাম পাকিস্তানৰ খেলৰ বিতৰ্ক, ভাৰতৰ বিৰুদ্ধে খেলিবলৈ অমান্তি হোৱা পাকিস্তানে কিয় দিলে সন্মতি?

নতুন ৰূপত দেখা যাব হাৰ্টথ্ৰ’ৱ জুবিন গাৰ্গৰ অন্তিম শয়নস্থলী, ভিডিঅ’ ভাইৰেলৰ পিছতেই প্ৰশাসনে ল’লে এই ব্যৱস্থা…

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025