• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Tuesday, September 9, 2025
30 °c
Guwahati
28 ° Thu
26 ° Fri
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    ‘কল্পনা চোৰেনক দেখি মোৰ পত্নীয়ে…..’, ৰাঁচীত শাসক পক্ষৰ বিৰুদ্ধে তীব্ৰ বাক্যবাণ হিমন্ত বিশ্ব শৰ্মাৰ

    বিদেশী বহিষ্কাৰ সন্দৰ্ভত অসম কেবিনেটৰ ঐতিহাসিক সিদ্ধান্ত

    আজিৰ দিনটো আৰ্থিক ক্ষেত্ৰত কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক ৰাশিফল

    আজিৰ দিনটোৱে এই ৰাশিৰ লোকসকলৰ বাবে কঢ়িয়াই আনিব আশাৰ বতৰা

    আজি সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ জন্ম দিন, বছৰজোৰা কাৰ্যসূচীৰে জন্ম শতবার্ষিকী উদযাপনৰ বাবে সাজু ৰাজ্যবাসী

    আজিৰ দিনটোৰ ৰাশিফল; কি কয় ৰাশিচক্ৰই?

    ২২ ছেপ্তেম্বৰত ৫ খনকৈ জিলাত চৰকাৰী বন্ধ ঘোষণা, বন্ধ থাকিব স্কুল-কলেজ, কাৰ্যালয়-ব্যৱসায়িক প্ৰতিষ্ঠান

    চাকৰিৰ নামত এতিয়াও প্ৰবঞ্চনাৰে একাংশই লুটিছে ধন! ৰঙিয়া আৰক্ষী থানাত এগৰাকী অসহায় যুৱতী!

    Trending Tags

    • ৰাষ্ট্ৰীয়
    • আন্তঃ ৰাষ্ট্ৰীয়
    • বিনোদন
    • ক্ৰীড়া
    • ভিডিও
    No Result
    View All Result

      Home Top News

      আজি বিশ্ব স্বাস্থ্য দিৱস উপলক্ষে জানক স্বাস্থ্য সজাগতাৰ বিষয়ে কিছু কথা…

      Nation NE by Nation NE
      April 7, 2025
      in Top News, আন্তঃ ৰাষ্ট্ৰীয়
      0 0
      আজি বিশ্ব স্বাস্থ্য দিৱস উপলক্ষে জানক স্বাস্থ্য সজাগতাৰ বিষয়ে কিছু কথা…
      Share on FacebookShare on TwitterWhatsApp

      প্ৰতিগৰাকী ব্যক্তিৰ বাবে নিজৰ স্বাস্থ্যৰ যতন লোৱাটো অতি প্ৰয়োজনীয়। বৰ্তমান জীৱনত সকলোৱে অস্বাস্থ্যকৰ জীৱনশৈলী আৰু অস্বাস্থ্যকৰ খাদ্যাভ্যাসৰ বাবে ডায়েবেটিছ, উচ্চ ৰক্তচাপ, কেন্সাৰ আদি গুৰুতৰ ৰোগৰ কবলত পৰিছে।

      এই কথাৰ লগত সংগতি ৰাখি প্ৰতি বছৰে সমগ্ৰ বিশ্বতে ৭ এপ্ৰিলত বিশ্ব স্বাস্থ্য দিৱস পালন কৰা হয়। বিশ্ব স্বাস্থ্য দিৱসৰ জৰিয়তে সকলোকে নিজৰ স্বাস্থ্যৰ বিষয়ে সজাগ কৰা হয়।

      এইবাৰ বিশ্ব স্বাস্থ্য দিৱসৰ বিষয়বস্তু কি আৰু কেতিয়াৰ পৰা আৰম্ভ হ’ল জানো আহক-

      ২০২৫ চনৰ স্বাস্থ্য দিৱসৰ বিষয়বস্তু ‘স্বাস্থ্যকৰ আৰম্ভণি, সম্ভাৱনাময় ভৱিষ্যত’। সহজ ভাষাত বুজিবলৈ হ’লে সুস্থ আৰম্ভণিৰ বাবে আশাবাদী ভৱিষ্যতৰ সৃষ্টি হয়। প্ৰতি বছৰে স্বাস্থ্য দিৱসৰ বিষয়বস্তু সলনি হয়, এইবাৰ গৰ্ভৱতী মহিলাৰ স্বাস্থ্য আৰু নৱজাত শিশুৰ যত্নৰ ওপৰত ভিত্তি কৰি বিষয়বস্তু ৰখা হৈছে।

      সমীক্ষা অনুসৰি, প্ৰতি বছৰে প্ৰায় ৩ লাখ মহিলাই গৰ্ভাৱস্থা বা প্ৰসৱৰ সময়ত নিজৰ প্ৰাণ হেৰুৱাইছে, আনহাতে জন্মৰ প্ৰথম মাহত ২০ লাখতকৈও অধিক শিশুৰ প্ৰাণহানি হয়। গতিকে এই অভিযানৰ জৰিয়তে মাতৃ আৰু নৱজাত শিশুৰ স্বাস্থ্যৰ বিষয়ে আলোচনা কৰা হৈছে।

      ১৯৪৮ চনৰ ৭ এপ্ৰিলত বিশ্ব স্বাস্থ্য সংস্থাই (WHO) প্ৰথমবাৰৰ বাবে উদযাপন কৰিছিল যদিও এই দিৱস  ১৯৫০ চনৰ পৰা উদযাপনৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছিল।

      এই দিৱস উদযাপনৰ আঁৰৰ তাৎপৰ্য হ’ল স্বাস্থ্যৰ প্ৰতি মানুহৰ মাজত সজাগতা বৃদ্ধি কৰা, সকলো মানুহে স্বাস্থ্য সেৱাৰ সুবিধা লাভ কৰা আৰু বিশ্ব স্বাস্থ্য প্ৰত্যাহ্বানৰ সন্দৰ্ভত নিয়ম আৰু চিকিৎসাৰ প্ৰতি সজাগতা বৃদ্ধি কৰা।

      বিশ্ব স্বাস্থ্য দিৱস উপলক্ষে গৰ্ভৱতী মহিলা আৰু নৱজাতকৰ স্বাস্থ্যৰ বাবে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰা হয়। সেইসমূহ হ’ল-

      • এই দিনটোৰ জৰিয়তে স্বাস্থ্য সজাগতা বৃদ্ধি কৰা। গৰ্ভৱতী মহিলাক গৰ্ভাৱস্থাত খাদ্যাভ্যাস সঠিক আৰু পুষ্টিকৰ খাদ্যৰ বিষয়ে তথ্য দিয়া।
      • সময়ে সময়ে প্ৰাৰম্ভিক পৰীক্ষাত পৰিৱৰ্তন কৰি গৰ্ভৱতী মহিলাৰ স্বাস্থ্যৰ বাবে উপযুক্ত চিকিৎসাৰ ব্যৱস্থা কৰা।
      • এইটো মনত ৰখা উচিত যে গৰ্ভাৱস্থাই মানসিক স্বাস্থ্যৰ ওপৰত নেতিবাচক প্ৰভাৱ পেলাব পাৰে। বহু সময়ত প্ৰথমবাৰৰ বাবে মাতৃ হোৱা মহিলাসকলে নতুন অভিজ্ঞতা আৰু পৰিৱৰ্তনৰ বাবে মানসিক চাপ অনুভৱ কৰিবলৈ আৰম্ভ কৰে।গতিকে এই দিনটোৰ জৰিয়তে গৰ্ভৱতী মহিলাৰ মানসিক স্বাস্থ্যৰ ওপৰত গুৰুত্ব দিয়া হয়।
      • গৰ্ভৱতী মহিলাই শাৰীৰিক ক্ৰিয়া-কলাপ সাৱধানে পালন কৰাটো অতি প্ৰয়োজনীয়। এলাহ আৰু কম ব্যায়ামেও গৰ্ভাৱস্থাত আপোনাৰ স্বাস্থ্যৰ ক্ষতি কৰিব পাৰে। ইয়াৰ জৰিয়তে গৰ্ভৱতী মহিলাৰ শাৰিৰীকভাৱে সজাগ হৈ থাকিবলৈ কোৱা হয়।
      Tags: Healthhealthy dayMedical life

      Related Posts

      GEN Z ৰ প্ৰতিবাদৰ সন্মুখত কিয় শিৰ নত কৰিলে প্ৰধানমন্ত্ৰী অলিয়ে? তথ্য আৰু যোগাযোগ প্ৰযুক্তি মন্ত্ৰীৰ ডাঙৰ বক্তব্য…
      Top News

      নিশা ১০ বজাৰ পৰা অশান্ত জৰ্জৰ নেপালৰ নিৰাপত্তাৰ দায়িত্বত সেনা

      September 9, 2025
      ‘কল্পনা চোৰেনক দেখি মোৰ পত্নীয়ে…..’, ৰাঁচীত শাসক পক্ষৰ বিৰুদ্ধে তীব্ৰ বাক্যবাণ হিমন্ত বিশ্ব শৰ্মাৰ
      Top News

      বিদেশী বহিষ্কাৰ সন্দৰ্ভত অসম কেবিনেটৰ ঐতিহাসিক সিদ্ধান্ত

      September 9, 2025
      ভাৰতৰ নতুন উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণ

      লাডাখত ভয়ংকৰ হিমস্খলন; তিনিজন সেনা জোৱানৰ মৃত্যু

      আজিৰ পৰা এছিয়া কাপ ক্ৰিকেট প্ৰতিযোগিতা
      Top News

      আজিৰ পৰা এছিয়া কাপ ক্ৰিকেট প্ৰতিযোগিতা

      September 9, 2025
      ভয়াৱহ হৈ পৰিছে নেপালৰ পৰিস্থিতি, ৰাজপথত টকাৰ বৰষুণ

      শীৰ্ষ সংবাদ

      নিশা ১০ বজাৰ পৰা অশান্ত জৰ্জৰ নেপালৰ নিৰাপত্তাৰ দায়িত্বত সেনা

      বিদেশী বহিষ্কাৰ সন্দৰ্ভত অসম কেবিনেটৰ ঐতিহাসিক সিদ্ধান্ত

      ভাৰতৰ নতুন উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণ

      লাডাখত ভয়ংকৰ হিমস্খলন; তিনিজন সেনা জোৱানৰ মৃত্যু

      আজিৰ পৰা এছিয়া কাপ ক্ৰিকেট প্ৰতিযোগিতা

      ভয়াৱহ হৈ পৰিছে নেপালৰ পৰিস্থিতি, ৰাজপথত টকাৰ বৰষুণ

      Nation NE

      © 2024 | Created and maintained by - Provibe Media LLP

      Navigate Site

      • About us
      • Contact us
      • Privacy Policy
      • Disclaimer
      • Grievance Redressal

      Follow Us

      Welcome Back!

      Login to your account below

      Forgotten Password?

      Retrieve your password

      Please enter your username or email address to reset your password.

      Log In

      Add New Playlist