• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, March 5, 2026
27 °c
Guwahati
28 ° Sat
28 ° Sun
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিৰ্বাচনৰ বাবে ৰাইজৰ দলে প্ৰকাশ কৰিলে এখন বিশেষ তালিকা

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ফাকুৱাৰ ৰঙে ক্ষতিগ্ৰস্ত হোৱা চুলি পুনৰ কৰিব তুলিবলৈ ব্যৱহাৰ কৰক এই ৩ ঘৰুৱা সামগ্ৰী

Nation NE by Nation NE
March 5, 2026
in Top News, ৰাষ্ট্ৰীয়
0 0
ফাকুৱাৰ ৰঙে ক্ষতিগ্ৰস্ত হোৱা চুলি পুনৰ কৰিব তুলিবলৈ ব্যৱহাৰ কৰক এই ৩ ঘৰুৱা সামগ্ৰী
Share on FacebookShare on TwitterWhatsApp

ফাকুৱা উপলক্ষে মানুহে বিভিন্ন ৰঙেৰে উদযাপন কৰি আহিছে। কেতিয়াবা এই ৰং বা ৰাসায়নিক ৰং অত্যাধিক ব্যৱহাৰ কৰিলে ছাল আৰু চুলিৰ বিস্তৰ ক্ষতি হ’ব পাৰে। হোলী খেলাৰ পিছত যদি আপোনাৰ চুলিৰ ক্ষতি হৈছে, তেন্তে এই শিতানটো আপোনাৰ বাবে উপযোগী। চুলিখিনি পুনৰ কোমল আৰু ৰেচমী কৰি তুলিবলৈ কিছুমান হেয়াৰ মাস্ক ব্যৱহাৰ কৰিব পাৰে।

এই হেয়াৰ মাস্কবোৰ আপোনাৰ চুলিত লগালে হেৰাই যোৱা জিলিকনি পুনৰ ঘূৰি আহিব পাৰে আৰু ক্ষতিৰ পৰা ৰক্ষা কৰিব পাৰি। এই মাস্ক ব্যৱহাৰ কৰিলে ৰাতিটোৰ ভিতৰতে আপোনাৰ চুলি মেৰামতি কৰিব পাৰি।

  • এলোভেৰা

– প্ৰথমে এটা বাটিত ২ চামুচ এলোভেৰা জেল লগাব লাগে।

– তাৰপিছত তাত ১ চামুচ ডালচেনিৰ গুৰি দিব লাগে।

– তাৰ পিছত, ভালদৰে মিহলাই ল’ব লাগে।

– এই মিশ্ৰণটো চুলিত লগাব লাগে।

– প্ৰায় ২০ৰ পৰা ৩০ মিনিটৰ পিছত সাধাৰণ পানীৰে চুলিখিনি ধুই পেলাব লাগে।

– ইয়াৰ বাবে চুলি হাইড্ৰেট হ’ব আৰু ইয়াৰ জিলিকনি পুনৰ ঘূৰি আহিব।

  • নাৰিকল তেল আৰু মৌ

– এটা বাটিত ২ চামুচ নাৰিকল তেল সেৱন কৰিব লাগে।

– তাত ২ চামুচ মৌ দি ভালদৰে মিহলাই ল’ব লাগে।

– ইয়াৰ পিছত এইখিনি অলপ গৰম কৰি চুলিত লগাব লাগে।

– ২০ মিনিটমান পিছত শ্বেম্পুৰে চুলি ধুব লাগিব।

– ইয়াৰ দ্বাৰা ক্ষতিগ্ৰস্ত চুলি মেৰামতি কৰাত সহায়ক হ’ব।

  • কল, দৈ, আৰু মৌ

– এটা বাটিত ২ টা ডাঙৰ কল ল’ব।

– এতিয়া ভালকৈ গুড়ি কৰি ল’ব লাগিব।

– তাৰ পিছত, তাত ১ চামুচ দৈ আৰু মৌ মিহলাই ল’ব।

– তাৰ পিছত, এই পেকটো চুলিত প্ৰায় ৩০ মিনিটমান ৰাখিব।

– ইয়াৰ পিছত স্বাভাৱিক চেম্পুৰে চুলি ধুই দিব।

– কলৰ গভীৰ কণ্ডিচনিং গুণে আপোনাৰ চুলিত জিলিকি উঠাত সহায় কৰে।

– মৌৱে আপোনাৰ চুলিৰ হেৰাই যোৱা জিলিকনি পুনৰ ঘূৰাই আনিব পাৰে।

Tags: colourshairHealth Science

Related Posts

উপসাগৰীয় দেশকে ধৰি যুদ্ধবিধ্বস্ত এই দেশসমূহত আৱদ্ধ বহু ভাৰতীয় লোক, মুকলি কৰিলে হেল্পলাইন নম্বৰ
Top News

উপসাগৰীয় দেশকে ধৰি যুদ্ধবিধ্বস্ত এই দেশসমূহত আৱদ্ধ বহু ভাৰতীয় লোক, মুকলি কৰিলে হেল্পলাইন নম্বৰ

March 5, 2026
নীতিশ কুমাৰৰ Exit Plan নে কাহিনী এতিয়াও বাকী আছে? বিহাৰৰ ৰাজনৈতিক সমীকৰণে কি কয়?

ইৰাণৰ সৈতে যুদ্ধৰ মাজতে আমেৰিকাৰ পাৰমাণৱিক ক্ষেপণাস্ত্ৰ পৰীক্ষা, ‘মিনিটমেন-৩’ ক্ষেপণাস্ত্ৰ নিক্ষেপ

T20 বিশ্বকাপ ক্ৰিকেটৰ আজি দ্বিতীয়খন ছেমি ফাইনেল; কেতিয়া, ক’ত অনুষ্ঠিত হ’ব এই খেল?

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

শীৰ্ষ সংবাদ

উপসাগৰীয় দেশকে ধৰি যুদ্ধবিধ্বস্ত এই দেশসমূহত আৱদ্ধ বহু ভাৰতীয় লোক, মুকলি কৰিলে হেল্পলাইন নম্বৰ

ফাকুৱাৰ ৰঙে ক্ষতিগ্ৰস্ত হোৱা চুলি পুনৰ কৰিব তুলিবলৈ ব্যৱহাৰ কৰক এই ৩ ঘৰুৱা সামগ্ৰী

নীতিশ কুমাৰৰ Exit Plan নে কাহিনী এতিয়াও বাকী আছে? বিহাৰৰ ৰাজনৈতিক সমীকৰণে কি কয়?

ইৰাণৰ সৈতে যুদ্ধৰ মাজতে আমেৰিকাৰ পাৰমাণৱিক ক্ষেপণাস্ত্ৰ পৰীক্ষা, ‘মিনিটমেন-৩’ ক্ষেপণাস্ত্ৰ নিক্ষেপ

T20 বিশ্বকাপ ক্ৰিকেটৰ আজি দ্বিতীয়খন ছেমি ফাইনেল; কেতিয়া, ক’ত অনুষ্ঠিত হ’ব এই খেল?

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025