• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Wednesday, February 11, 2026
22 °c
Guwahati
22 ° Thu
22 ° Fri
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    প্ৰকাশ পালে কামৰূপ মহানগৰ জিলাৰ ৫ টাকৈ সমষ্টিৰ ভোটাৰৰ ফটো সম্বলিত তালিকা, জানক কিমান ভোটাৰৰ নাম হ’ল কৰ্তন…

    নতুন ৰূপত দেখা যাব হাৰ্টথ্ৰ’ৱ জুবিন গাৰ্গৰ অন্তিম শয়নস্থলী, ভিডিঅ’ ভাইৰেলৰ পিছতেই প্ৰশাসনে ল’লে এই ব্যৱস্থা…

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আঁতৰিব লাগিব সকলো বেদখলকাৰী, পুনৰ ১০০০ৰো অধিক পৰিয়াললৈ উচ্ছেদৰ জাননী…

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

শীতকালত বৃদ্ধি হয় হাৰ্ট এটেকৰ সম্ভাৱনা! কেনেদৰে যত্ন ল’ব জানক বিশেষজ্ঞই দিয়া এই তথ্যৰ পৰা পৰা

Nation NE by Nation NE
November 22, 2024
in Top News, ৰাষ্ট্ৰীয়
0 0
শীতকালত বৃদ্ধি হয় হাৰ্ট এটেকৰ সম্ভাৱনা! কেনেদৰে যত্ন ল’ব জানক বিশেষজ্ঞই দিয়া এই তথ্যৰ পৰা পৰা

প্ৰতিনিধিত্বমূলক চিত্ৰ

Share on FacebookShare on TwitterWhatsApp

বতৰ সলনি হোৱাৰ লগতে দেশৰ বহুতো অঞ্চলত টোকৰ মাৰিছে শীতে। অৱশ্যে যেতিয়াই বতৰৰ তাপমাত্ৰা কমিবলৈ আৰম্ভ কৰে, তেতিয়াই বহু ৰোগৰ আশংকাও বাঢ়ি যায়। ইয়াৰ ফলত আটাইতকৈ ডাঙৰ আশংকা হৃদৰোগ।

আমেৰিকান হাৰ্ট এছ’চিয়েশ্যনৰ অধ্যয়ন অনুসৰি, শীতকালত হাৰ্ট এটেকৰ ৰোগী ৩০ শতাংশ বৃদ্ধি পায়। ভাৰততো শীতকালত প্ৰতি বছৰে অধিক হাৰ্ট এটেকৰ ঘটনা দেখা যায়। এইমছ দিল্লীৰ গৱেষণাৰ পৰা দেখা যায় যে, শীতকালত দেশত হাৰ্ট এটেকৰ ৰোগীৰ সংখ্যা ২৫ শতাংশলৈ বৃদ্ধি পায়।

পূৰ্বতে এই সমস্যা বৃদ্ধসকলৰ মাজত বেছিকৈ দেখা গৈছিল, যদিও বৰ্তমান সময়ত কম বয়সতে মানুহ হাৰ্ট এটেকৰ বলি হৈ পৰিছে। বিশেষজ্ঞসকলে কয় যে, এই বতৰত তাপমাত্ৰা কমি যোৱা, অনুন্নত জীৱনশৈলী, ভুল খাদ্যাভ্যাসে এই বতৰত হাৰ্ট এটেকৰ সংখ্যা বৃদ্ধি পোৱাৰ প্ৰধান কাৰণ।

এই সন্দৰ্ভত ৰাজীৱ গান্ধী চিকিৎসালয়ৰ হৃদৰোগ বিভাগৰ সহযোগী অধ্যাপক ডাঃ অজিত জৈনে কয় যে, শীতকালত হৃদযন্ত্ৰৰ সিৰালৈ তেজৰ যোগান সঠিকভাৱে নহয়, যাৰ বাবে ৰক্তচাপ বাঢ়ি যায় আৰু যাৰ বাবে হৃদৰোগ হোৱাৰ আশংকা থাকে।

ডাঃ অজিত জৈনে কয় যে, এই বতৰত ঠাণ্ডা আৰু বায়ু প্ৰদূষণ এই দুয়োটাৰে বাবে হাৰ্ট এটেকৰ আশংকা থাকে। শীতকালত বায়ু প্ৰদূষণ বেছি হয়, যাৰ ফলত হাৰ্ট এটেকৰ সম্ভাৱনা বৃদ্ধি পায়, কাৰণ প্ৰদূষণৰ কণাবোৰে উশাহ-নিশাহৰ জৰিয়তে হাওঁফাওঁলৈ প্ৰৱেশ কৰে। এই কণাবোৰ তেজতো জমা হৈ শিৰাবোৰ বন্ধ হৈ পৰে। যাৰ বাবে তেজৰ যোগান সঠিকভাৱে সম্ভৱ নহয়। ইয়াৰ ফলত হৃদযন্ত্ৰৰ ওপৰত চাপ পৰে আৰু হাৰ্ট এটেক হ’ব পাৰে।

আমেৰিকান হাৰ্ট এছ’চিয়েচনৰ তথ্য অনুসৰি, যিসকল লোকৰ উচ্চ ৰক্তচাপ, উচ্চ কলেষ্টেৰল, ডায়েবেটিছ বা মেদবহুলতা থাকে, তেওঁলোকৰ শীতকালত হাৰ্ট এটেক হোৱাৰ সম্ভাৱনা অধিক। এনে পৰিস্থিতিত এইসকল লোকে বিশেষ সাৱধান হোৱাটো প্ৰয়োজন।

হাৰ্ট এটেকৰ লক্ষণসমূহ-

  • বুকুত বিষ বা চাপ অনুভৱ কৰা
  • বুকুৰ কাষত বিষ
  • শ্বাস-প্ৰশ্বাসজনিত সমস্যাত ভোগা
  • মূৰ-ঘূৰণি হোৱা
  • বমিভাৱ
  • বুকুত গধুৰ অনুভৱ হোৱা

শীতকালত হাৰ্ট এটেক কেনেকৈ প্ৰতিৰোধ কৰিব পাৰি-

  • ফলমূল আৰু শাক-পাচলিকে ধৰি স্বাস্থ্যসন্মত খাদ্য গ্ৰহণ কৰা উচিত
  • পুৱা আৰু গধূলি কম উষ্ণতাত ব্যায়াম কৰাটো পৰিহাৰ কৰিব লাগিব
  • ধূম্ৰপান পৰিহাৰ কৰা উচিত
  • মদ্যপান পৰিত্যাগ কৰা উচিত
  • নিয়মিতভাৱে কলেষ্টেৰল পৰীক্ষা কৰোৱাৰ প্ৰয়োজন
  • এছপিৰিনৰ দৰে ঔষধ নিজৰ লগত ৰাখা উচিত
  • গৰম কাপোৰ পৰিধান কৰা উচিত
  • ফাষ্ট ফুড পৰিহাৰ কৰা উচিত
  • নিয়মিতভাৱে বি পি পৰীক্ষা কৰাৰ প্ৰয়োজন
Tags: Health careHealthy lifeMedical life

Related Posts

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

February 11, 2026
এখন বিদ্যালয়ত নিৰ্বিচাৰ গু*লী*চা*লনা, আহত কেইবাজনো লোক
Top News

এখন বিদ্যালয়ত নিৰ্বিচাৰ গু*লী*চা*লনা, আহত কেইবাজনো লোক

February 11, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

February 11, 2026
প্ৰকাশ পালে কামৰূপ মহানগৰ জিলাৰ ৫ টাকৈ সমষ্টিৰ ভোটাৰৰ ফটো সম্বলিত তালিকা, জানক কিমান ভোটাৰৰ নাম হ’ল কৰ্তন…
Top News

প্ৰকাশ পালে কামৰূপ মহানগৰ জিলাৰ ৫ টাকৈ সমষ্টিৰ ভোটাৰৰ ফটো সম্বলিত তালিকা, জানক কিমান ভোটাৰৰ নাম হ’ল কৰ্তন…

February 10, 2026
অন্ত পৰিল ভাৰত বনাম পাকিস্তানৰ খেলৰ বিতৰ্ক, ভাৰতৰ বিৰুদ্ধে খেলিবলৈ অমান্তি হোৱা পাকিস্তানে কিয় দিলে সন্মতি?
Top News

অন্ত পৰিল ভাৰত বনাম পাকিস্তানৰ খেলৰ বিতৰ্ক, ভাৰতৰ বিৰুদ্ধে খেলিবলৈ অমান্তি হোৱা পাকিস্তানে কিয় দিলে সন্মতি?

February 10, 2026
নতুন ৰূপত দেখা যাব হাৰ্টথ্ৰ’ৱ জুবিন গাৰ্গৰ অন্তিম শয়নস্থলী, ভিডিঅ’ ভাইৰেলৰ পিছতেই প্ৰশাসনে ল’লে এই ব্যৱস্থা…
Top News

নতুন ৰূপত দেখা যাব হাৰ্টথ্ৰ’ৱ জুবিন গাৰ্গৰ অন্তিম শয়নস্থলী, ভিডিঅ’ ভাইৰেলৰ পিছতেই প্ৰশাসনে ল’লে এই ব্যৱস্থা…

February 10, 2026

শীৰ্ষ সংবাদ

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

এখন বিদ্যালয়ত নিৰ্বিচাৰ গু*লী*চা*লনা, আহত কেইবাজনো লোক

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

প্ৰকাশ পালে কামৰূপ মহানগৰ জিলাৰ ৫ টাকৈ সমষ্টিৰ ভোটাৰৰ ফটো সম্বলিত তালিকা, জানক কিমান ভোটাৰৰ নাম হ’ল কৰ্তন…

অন্ত পৰিল ভাৰত বনাম পাকিস্তানৰ খেলৰ বিতৰ্ক, ভাৰতৰ বিৰুদ্ধে খেলিবলৈ অমান্তি হোৱা পাকিস্তানে কিয় দিলে সন্মতি?

নতুন ৰূপত দেখা যাব হাৰ্টথ্ৰ’ৱ জুবিন গাৰ্গৰ অন্তিম শয়নস্থলী, ভিডিঅ’ ভাইৰেলৰ পিছতেই প্ৰশাসনে ল’লে এই ব্যৱস্থা…

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025