• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, February 1, 2026
21 °c
Guwahati
21 ° Mon
22 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ধেমালিতে স্বামীয়ে পত্নীক ক’লে ‘বান্দৰী’ বুলি; খঙত পত্নীয়ে কৰিলে ভয়ংকৰ কাণ্ড, জানক সৱিশেষ

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    দিল্লী কাণ্ডক সমৰ্থন কৰা প্ৰতিজন লোক যাব লাগিব জে’ললৈ

    ‘সকলো সমস্যাৰ সমাধান হৈ যাব’, মিঞাৰ প্ৰসংগত পুনৰ সৰৱ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

উৎকট গৰমে দহিছে দেশবাসীক! জানক দেশৰ ভিন্ন ঠাইৰ গৰমৰ প্ৰকোপ…

Nation NE by Nation NE
June 10, 2025
in Top News, ৰাষ্ট্ৰীয়
0 0
গ্ৰীষ্মকালত ছালৰ খজুৱতি বা ফোঁহাৰ পৰা সকাহ পাব পৰা ঘৰুৱা উপায়
Share on FacebookShare on TwitterWhatsApp

জুন মাহতে উৎকট গৰমে দহিছে দেশবাসীক। মে’ মাহত দিল্লী, উত্তৰ প্ৰদেশকে ধৰি বহু ৰাজ্যৰ বৰষুণে উৎকট গৰম অনুভৱ কৰিবলৈ নিদিয়ে যদিও জুন মাহত এতিয়া দিল্লীৰ লগতে আন ৰাজ্যৰ লোকসকলেও গৰমৰ সন্মুখীন হৈছে। সোমবাৰে দেশৰ ৰাজধানীত পাৰাৰ উষ্ণতা ৪৫ ডিগ্ৰী চেলছিয়াছত উপনীত হয়।

আজি পুৱাই গুৱাহাটীত ৩৫ ডিগ্ৰী ছেলছিয়াছ। ৪৪ ডিগ্ৰী ছেলছিয়াছ তাপ অনুভৱ কৰিছে গুৱাহাটীৰ জনতাই। আকৌ লখিমপুৰত ৩৩ ডিগ্ৰী ছেলছিয়াছ, নলবাৰীত ৩২ ডিগ্ৰী ছেলছিয়াছ, বৰপেটাত ৩৬ ডিগ্ৰী ছেলছিয়াছ, তিনিচুকীয়াত ৩১ ডিগ্ৰী ছেলছিয়াছ, মৰিগাঁৱত ৩২ ডিগ্ৰী ছেলছিয়াছ, যোৰহাটত ৩২ ডিগ্ৰী ছেলছিয়াছ, বিশ্বনাথত ৩২ ডিগ্ৰী ছেলছিয়াছ, হাইলাকান্দিতত ৩০ ডিগ্ৰী ছেলছিয়াছ, শোণিতপুৰত ৩২ ডিগ্ৰী ছেলছিয়াছ, কাছাৰত ৩০ ডিগ্ৰী ছেলছিয়াছ, গোলাঘাটত ৩২ ডিগ্ৰী ছেলছিয়াছ, ডিমা হাছাওত ৩২ ডিগ্ৰী ছেলছিয়াছ, ধুবুৰীত ৩২ ডিগ্ৰী ছেলছিয়াছ, কৰিমগঞ্জত ৩২ ডিগ্ৰী ছেলছিয়াছ, নগাঁৱত ৩২ ডিগ্ৰী ছেলছিয়াছ, কাৰ্বি আংলঙত ২৮ ডিগ্ৰী ছেলছিয়াছ।

সোমবাৰে ৰাজধানী চহৰখনত দিনটো পৰিষ্কাৰ আকাশ আৰু উজ্জ্বল ৰ’দৰ বাবে জনসাধাৰণে তীব্ৰ গৰমৰ কবলত ভুগিছিল। আজিও ৰাজধানীত তীব্ৰ গৰম পৰিব। দিল্লীত আজি ৪৯ ডিগ্ৰী ছেলছিয়াছ আৰু সৰ্বনিম্ন ২৯ ডিগ্ৰী চেলছিয়াছ হ’ব পাৰে। গ্ৰীষ্মপ্ৰৱাহৰ বাবে বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে অৰেঞ্জ এলাৰ্ট।অনাগত ৪ দিন ধৰি গ্ৰীষ্মপ্ৰৱাহ অব্যাহত থকাৰ সম্ভাৱনা।

উত্তৰ প্ৰদেশতো গৰমে দহিছে ৰাজ্যবাসীক। বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি, আজি ৰাজ্যখনৰ পূৱ আৰু পশ্চিম উভয় প্ৰান্তৰ বতৰ শুকান হ’বলৈ গৈ আছে। বতৰ বিজ্ঞান বিভাগে ললিতপুৰ, ঝান্সী, জালাউন, মহোবা, হামিৰপুৰ, ইটাৱা, ফিৰোজাবাদ, আগ্ৰা, হাথৰাছ, আলিগড় আৰু মথুৰাত গৰমৰ ঢৌ সন্দৰ্ভত অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে।

ৰাজস্থানত গৰমৰ প্ৰভাৱ দেখা গৈছে। গৰমৰ ঢৌৰ বাবে শ্ৰীগংগানগৰত সৰ্বোচ্চ উষ্ণতা হৈছে ৪৭.৩ ডিগ্ৰী। বতৰ বিজ্ঞান বিভাগে আগন্তুক এসপ্তাহৰ বাবে পশ্চিম ৰাজস্থানৰ বেছিভাগ ঠাইতে খৰালি বতৰ আৰু গৰমৰ ঢৌৰ ভৱিষ্যদ্বাণী কৰিছে। ১৫-১৬ জুনত ভৰতপুৰ সংমণ্ডলৰ কোটাত বজ্ৰপাতৰ সৈতে কিছু ঠাইত সামান্য বৰষুণ হ’ব পাৰে। এই সপ্তাহতো হাৰিয়ানা আৰু পঞ্জাৱতো তীব্ৰ গৰমৰ সম্ভাৱনা আছে।

Tags: HeatsummerWeather

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

February 1, 2026
মহাশিৱৰাত্ৰি উপলক্ষে ৩০০ গৰাকী বিশেষভাৱে সক্ষম কন্যাৰ বিবাহ, ক’ত আছে এই বিশেষ ধাম?

January 31, 2026
“মিডনাইট হামাৰ”ৰ দৰে ভয়ংকৰ অভিযানৰ বাবে সাজু! ইৰাণত সুৰক্ষা প্ৰদানৰ অৰ্থে ১০০০খন ড্ৰ’ন নিয়োগ

ইণ্ডোনেছিয়াৰ এক দম্পতীক ৰাজহুৱাভাৱে ভয়ানক শাস্তি, কি দোষৰ বাবে এই শাস্তিৰ সন্মুখীন এওঁলোক?

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

January 31, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

January 31, 2026

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

মহাশিৱৰাত্ৰি উপলক্ষে ৩০০ গৰাকী বিশেষভাৱে সক্ষম কন্যাৰ বিবাহ, ক’ত আছে এই বিশেষ ধাম?

“মিডনাইট হামাৰ”ৰ দৰে ভয়ংকৰ অভিযানৰ বাবে সাজু! ইৰাণত সুৰক্ষা প্ৰদানৰ অৰ্থে ১০০০খন ড্ৰ’ন নিয়োগ

ইণ্ডোনেছিয়াৰ এক দম্পতীক ৰাজহুৱাভাৱে ভয়ানক শাস্তি, কি দোষৰ বাবে এই শাস্তিৰ সন্মুখীন এওঁলোক?

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025