• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, March 12, 2026
26 °c
Guwahati
23 ° Fri
23 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আচৰিত! অবৈধ প্ৰেমিক ৰাহুল দাসৰ সৈতে মিলি খোদ পত্নীয়ে লুটিলে স্বামীৰ গহণাৰ দোকান

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ফুটবল খেলি থকা শিশু-কিশোৰৰ ওপৰত হিজবুল্লাহৰ ভয়ংকৰ আক্ৰমণ; ১২ জনৰ কৰুণ মৃত্যু

Nation NE by Nation NE
July 28, 2024
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
ফুটবল খেলি থকা শিশু-কিশোৰৰ ওপৰত হিজবুল্লাহৰ ভয়ংকৰ আক্ৰমণ; ১২ জনৰ কৰুণ মৃত্যু

সংগৃহীত ফটো।

Share on FacebookShare on TwitterWhatsApp

অন্ত পৰাৰ পৰিৱৰ্তে অধিক তীব্ৰতৰ হৈ পৰিছে ইজৰাইল আৰু হামাছৰ যুদ্ধ। দুয়ো পক্ষৰ মাজত চলি থকা যুদ্ধৰ মাজতে এইবাৰ হামাছ সমৰ্থিত সন্ত্ৰাসবাদী সংগঠন হিজবুল্লাহে ইজৰাইলত ভয়ংকৰ আক্ৰমণ সংঘটিত কৰিছে।

ৰকেটৰ জৰিয়তে কৰা আক্ৰমণত ইজৰাইলৰ শিশু-কিশোৰসহ ১২ জনৰ মৃত্যু হয়। মৃতসকলৰ অধিকাংশই শিশু বুলি জানিব পৰা গৈছে।

আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ খবৰ অনুসৰি, সন্ত্ৰাসবাদী সংগঠন হিজবুল্লাহে শনিবাৰে ইজৰাইলৰ মাজদল ছামছৰ ফুটবল খেলপথাৰত ৰকেটৰে আক্ৰমণ চলায়। আক্ৰমণ ইমানেই তীব্ৰতৰ তথা ভয়ংকৰ আছিল যে খেলপথাৰত থকা কোনো লোকেই নিৰাপদ স্থানত আশ্ৰয় লোৱাৰ সুযোগ লাভ নকৰিলে।

এই আক্ৰমণৰ ফলত খেলপথাৰত খেলি থকা বৃহৎ সংখ্যক লোক হতাহত হয়। এই আক্ৰমণৰ বলি হোৱা শিশুৰ সংখ্যা অতি বেছি বুলি জানিব পৰা গৈছে।

ইজৰাইলৰ সংবাদ মাধ্যমৰ খবৰ অনুসৰি, লেবাননত থকা সন্ত্ৰাসবাদী সংগঠন হিজবু্ল্লাহে এই ভয়ংকৰ আক্ৰমণৰ ঘটনাটো সংঘটিত কৰিছে। এই ঘটনাত ১২টি শিশু-কিশোৰৰ মৃত্যু হোৱাৰ লগতে বহু লোক গুৰুতৰভাৱে আহত হৈছে।

উল্লেখ্য যে বিগত বৰ্ষত ইজৰাইল আৰু হামাছৰ মাজত আৰম্ভ হোৱা যুদ্ধৰ পিছত ইজৰাইলত হিজবুল্লাহৰ এইটোৱে সবাটোকৈ ভয়ংকৰ আক্ৰমণৰ ঘটনা বুলি অভিহিত কৰা হৈছে।

ইফালে হিজবুল্লাহৰ এই ভয়ংকৰ আক্ৰমণৰ প্ৰতিশোধস্বৰূপে ইজৰাইলৰ সেনাইও যে ভয়ংকৰ আক্ৰমণ সংঘটিত কৰিব সেই কথা ইতিমধ্যেই ইংগিত প্ৰদান কৰিছে ইজৰাইলৰ প্ৰধানমন্ত্ৰীয়ে।

Tags: HamasHezbollahIsraelWar

Related Posts

যুদ্ধবিৰতি সন্দৰ্ভত ইৰাণৰ ৩ চৰ্ত, মধ্যপ্ৰাচ্যৰ যুদ্ধত বৰ্তমানলৈকে কি কি হৈছে? ১০টা বিশেষ আপডেট
Top News

March 12, 2026
ইৰাণ, আমেৰিকাৰ পৰা কুৱেইট, ওমানলৈকে… মধ্যপ্ৰাচ্যৰ যুদ্ধত কোন দেশে কিমান লোক হেৰুৱালে?
Top News

ট্ৰাম্পৰ ভাবুকিৰ পিছত তেহৰানে এক বৃহৎ পদক্ষেপ! পাৰস্য উপসাগৰত আমেৰিকাৰ তেল টেংকাৰত বিস্ফোৰণ ইৰাণৰ

March 12, 2026
ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

March 12, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

March 12, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

March 12, 2026

শীৰ্ষ সংবাদ

যুদ্ধবিৰতি সন্দৰ্ভত ইৰাণৰ ৩ চৰ্ত, মধ্যপ্ৰাচ্যৰ যুদ্ধত বৰ্তমানলৈকে কি কি হৈছে? ১০টা বিশেষ আপডেট

ট্ৰাম্পৰ ভাবুকিৰ পিছত তেহৰানে এক বৃহৎ পদক্ষেপ! পাৰস্য উপসাগৰত আমেৰিকাৰ তেল টেংকাৰত বিস্ফোৰণ ইৰাণৰ

ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025