• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, March 12, 2026
26 °c
Guwahati
23 ° Fri
23 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আচৰিত! অবৈধ প্ৰেমিক ৰাহুল দাসৰ সৈতে মিলি খোদ পত্নীয়ে লুটিলে স্বামীৰ গহণাৰ দোকান

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

প্ৰকৃতিৰ কাল ৰূপ; হিমাচলত ৩১ জনৰ মৃত্যু, বন্ধ হৈ পৰিছে ৫৩ টা পথ

Nation NE by Nation NE
June 28, 2025
in Top News, ৰাষ্ট্ৰীয়
0 0
প্ৰকৃতিৰ কাল ৰূপ; হিমাচলত ৩১ জনৰ মৃত্যু, বন্ধ হৈ পৰিছে ৫৩ টা পথ
Share on FacebookShare on TwitterWhatsApp

বিগত কিছু দিনৰ পৰা হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত হিমাচল প্ৰদেশত সাধাৰণ জনতাৰ স্বাভাৱিক জনজীৱন ব্যাহত হৈ পৰিছে। ৰাজ্যিক জৰুৰীকালীন অভিযান কেন্দ্ৰই প্ৰকাশ কৰা তথ্য অনুসৰি ৰাজ্যখনত ২০ জুনৰ পৰা ২৭ জুনলৈ হোৱা ধাৰাসাৰ বৰষুণ, ভূমিস্খলন তথা ডাৱৰ বিস্ফোৰণৰ ফলত ৩১ গৰাকী লোকৰ মৃত্যু হোৱাৰ লগতে ৪ গৰাকী সন্ধানহীন হৈ আছে আৰু প্ৰায় ৬৬ গৰাকী লোক আহত হৈছে।

প্ৰচণ্ড বৰষুণৰ বাবে ৰাজ্যখনে মাত্ৰ এসপ্তাহতে ২৯.১৬ কোটি টকাৰ লোকচানৰ সন্মুখীন হৈছে। সৰ্বাধিক ২ কোটি ৭৪৩.৪০ লাখ টকাৰ লোকচানৰ সন্মুখীন হৈছে লোক নিৰ্মাণ বিভাগ। আনহাতে এই সময়ছোৱাত ৬টা ঘৰ সম্পূৰ্ণৰূপে ধ্বংস হোৱাৰ লগতে ৮টা ঘৰ ক্ষতিগ্ৰস্ত হৈছে। ইয়াৰ উপৰি পশু ধনৰো যথেষ্ট ক্ষতিসাধন হৈছে।

প্ৰকৃতিৰ ধ্বংসলীলাত ৰাজ্যখনৰ ৫৩টা পথত যাতায়াত বন্ধ হৈ পৰিছে। ইয়াৰ উপৰি ১৩৫টাৰো অধিক বৈদ্যুতিক ট্ৰেন্সফৰ্মাৰ বিকল হোৱা আৰু কেইবাটাও পানী যোগান আঁচনি বন্ধ হৈ পৰাত ব্যাপক অসুবিধাৰ সন্মুখীন হৈছে জনসাধাৰণ।

ৰাজ্যখনত সৰ্বাধিক ক্ষতিগ্ৰস্ত হোৱা জিলাখন হৈছে কুল্লু জিলা, য’ত ২৩টা পথ সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে।

বতৰ বিজ্ঞান বিভাগে ৩ জুলাইলৈকে প্ৰচণ্ড বৰষুণৰ পূৰ্বাভাস প্ৰকাশ কৰিছে। প্ৰবল বৰষুণৰ সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি বিশেষকৈ ২৯ জুনত অৰেঞ্জ এলাৰ্ট ঘোষণা কৰা হৈছে।

আগন্তুক ২৪ ঘণ্টাৰ ভিতৰত শিমলা আৰু ছিৰমৌৰ জিলাত বানপানীৰ সতৰ্কবাণী জাৰি কৰি নদী আৰু আন আন জলাশয়ৰ পৰা আঁতৰি থাকিবলৈ আৰু সাৱধান হ’বলৈ পৰামৰ্শ দিয়া হৈছে।

Tags: Heavy RainfallHimachal PradeshMonsoon

Related Posts

Mahakumbh Viral Girl মনালিছাৰ ভিডিঅ’ ভাইৰেল, মুছলমান প্ৰেমিকে শিৰত সেন্দুৰ পিন্ধালে নীলনয়নী মনালিছাৰ
Top News

March 12, 2026
যুদ্ধবিৰতি সন্দৰ্ভত ইৰাণৰ ৩ চৰ্ত, মধ্যপ্ৰাচ্যৰ যুদ্ধত বৰ্তমানলৈকে কি কি হৈছে? ১০টা বিশেষ আপডেট

ইৰাণ, আমেৰিকাৰ পৰা কুৱেইট, ওমানলৈকে… মধ্যপ্ৰাচ্যৰ যুদ্ধত কোন দেশে কিমান লোক হেৰুৱালে?
Top News

ট্ৰাম্পৰ ভাবুকিৰ পিছত তেহৰানে এক বৃহৎ পদক্ষেপ! পাৰস্য উপসাগৰত আমেৰিকাৰ তেল টেংকাৰত বিস্ফোৰণ ইৰাণৰ

March 12, 2026
ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

March 12, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

March 12, 2026

শীৰ্ষ সংবাদ

Mahakumbh Viral Girl মনালিছাৰ ভিডিঅ’ ভাইৰেল, মুছলমান প্ৰেমিকে শিৰত সেন্দুৰ পিন্ধালে নীলনয়নী মনালিছাৰ

যুদ্ধবিৰতি সন্দৰ্ভত ইৰাণৰ ৩ চৰ্ত, মধ্যপ্ৰাচ্যৰ যুদ্ধত বৰ্তমানলৈকে কি কি হৈছে? ১০টা বিশেষ আপডেট

ট্ৰাম্পৰ ভাবুকিৰ পিছত তেহৰানে এক বৃহৎ পদক্ষেপ! পাৰস্য উপসাগৰত আমেৰিকাৰ তেল টেংকাৰত বিস্ফোৰণ ইৰাণৰ

ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025