• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Saturday, March 21, 2026
20 °c
Guwahati
20 ° Sun
23 ° Mon
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    চিলিণ্ডাৰ বুকিঙৰ বাবে নতুন নম্বৰ মুকলি, আজিয়েই SAVE কৰক এই নম্বৰ

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

    পত্নী-পুত্ৰসহিতে সমদল উলিয়াই খানাপাৰা পৰা জিলা উপায়ুক্ত কাৰ্যালয়লৈ মনোনয়ন পত্ৰ দাখিল যাত্ৰা মুখ্যমন্ত্ৰীৰ

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল:কি কয় ৰাশিচক্ৰই

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আনুষ্ঠানিভাৱে গেৰুৱা বসন পৰিধান কৰিলে প্ৰদ্যুৎ বৰদলৈয়ে, শিৰত ধাৰণ কৰিলে বিজেপিৰ গেৰুৱা টুপী

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

কেজৰিৱালক সমালোচনাৰে দিল্লীত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী প্ৰচাৰ

Nation NE by Nation NE
January 29, 2025
in Top News, অসম, ৰাষ্ট্ৰীয়
0 0
কেজৰিৱালক সমালোচনাৰে দিল্লীত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী প্ৰচাৰ

ফাইল ফটো।

Share on FacebookShare on TwitterWhatsApp

অহা ৫ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’বলগীয়া দিল্লী বিধানসভা নিৰ্বাচনৰ বাবে তুংগত উঠিছে প্ৰচাৰ অভিযান। আপ নেতৃত্বাধীন চৰকাৰক ওফৰাবলৈ এইবাৰ বিজেপিয়ে ধাৰণ কৰিছে আগ্ৰাসী ৰূপ। প্ৰধানমন্ত্ৰী মোদীকে ধৰি বিজেপিৰ কেইবাজনো জ্যেষ্ঠ নেতাৰ লগতে এইবাৰ প্ৰচাৰত দখা পোৱা গ’ল অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি দিল্লীৰ উত্তম নগৰ আৰু কৰোলবাগ বিধান সভাত দুখন নিৰ্বাচনী জনসভা সম্বোধন কৰে। মুখ্যমন্ত্ৰী শৰ্মাই কেজৰিৱালক সমালোচনা কৰি কয় যে এই অঞ্চল দুটাৰ পৰা অন্যান্য স্থানসমূহলৈ যাতায়াত কৰাটো অত্যন্ত বিপজ্জনক। এই অঞ্চলৰ পথৰ সৈতে গুৱাহাটীৰ বাট-পথৰ তুলনা কৰাটো অতি হাস্যকৰ বুলিও আখ্যা দিয়ে।

দিল্লী চৰকাৰক ক্ষুৰধাৰ আক্ৰমণ কৰি ড০ শৰ্মাই প্ৰতিটো ক্ষেত্ৰতে চৰকাৰৰ বিফলতাৰ খতিয়ান দাঙি ধৰি অনুন্নত পথ, দূষিত বায়ু, সুৰা কেলেংকাৰি, চিকিৎসালয়ৰ দুৰ্বল আন্তঃগাঁথনি আৰু আইন শৃংখলাৰ কথা ব্যক্ত কৰে।

আনহাতে দিল্লীৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী আতিশীক ক্ষমতাহীন তথা মাত্ৰ নামৰ মুখ্যমন্ত্ৰী বুলি উল্লেখ কৰি ড০ শৰ্মাই দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক তীব্ৰ সমালোচনা কৰি কয় যে কাৰাগাৰত থকাৰ অৱস্থাৰ পৰা ৰিম’ট কন্ট্ৰ’ল ৰাজনীতি কৰি জনসধাৰণক প্ৰতাৰণা কৰিছিল কেজৰিৱালে।

মুখ্যমন্ত্ৰী শৰ্মাই লগতে কেজৰিৱালৰ বিতৰ্কিত বাসগৃহ চিচ মহল সম্পৰ্কতো ব্যংগাত্মকভাৱে কটাক্ষ কৰে। আগন্তুক নিৰ্বাচনত দিল্লীৰ জনতাক বিজেপিৰ পক্ষত ভোট দি আপ নেতৃত্বাধীন চৰকাৰক শাসনৰ পৰা ওফৰাবলৈ আহ্বান জনায়।

Tags: #Arvind KejriwalDelhi Assembly ElectionHimanta Biswa Sarma

Related Posts

যুদ্ধৰ মাজত ডাঙৰ সকাহ, ইৰাণৰ পৰা ভাৰতে কিনিব তেল, আমেৰিকাই কিয় ল’লে U-turn?
Top News

March 21, 2026
পত্নীয়ে প্ৰহাৰ কৰে স্বামীক! গণগৌৰ উৎসৱৰ আশ্চৰ্যজনক পৰম্পৰা…

আমেৰিকা-ইজৰাইলৰ ওপৰত ক্ষুব্ধ তেহৰাণ, ইৰাণত বৰ্তমানলৈকে ২০০০ৰো অধিক লোকৰ প্ৰাণহানি

মধ্যপ্ৰাচ্যৰ যুদ্ধৰ সম্পূৰ্ণ সুবিধা লৈছে চীনে! সমগ্ৰ বিশ্বক প্ৰতাৰণা কৰি এই বিশেষ সামগ্ৰীত নিষেধাজ্ঞা আৰোপ চীনৰ
Top News

মধ্যপ্ৰাচ্যৰ যুদ্ধৰ সম্পূৰ্ণ সুবিধা লৈছে চীনে! সমগ্ৰ বিশ্বক প্ৰতাৰণা কৰি এই বিশেষ সামগ্ৰীত নিষেধাজ্ঞা আৰোপ চীনৰ

March 21, 2026
চিলিণ্ডাৰ বুকিঙৰ বাবে নতুন নম্বৰ মুকলি, আজিয়েই SAVE কৰক এই নম্বৰ
Top News

চিলিণ্ডাৰ বুকিঙৰ বাবে নতুন নম্বৰ মুকলি, আজিয়েই SAVE কৰক এই নম্বৰ

March 21, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

শীৰ্ষ সংবাদ

যুদ্ধৰ মাজত ডাঙৰ সকাহ, ইৰাণৰ পৰা ভাৰতে কিনিব তেল, আমেৰিকাই কিয় ল’লে U-turn?

পত্নীয়ে প্ৰহাৰ কৰে স্বামীক! গণগৌৰ উৎসৱৰ আশ্চৰ্যজনক পৰম্পৰা…

আমেৰিকা-ইজৰাইলৰ ওপৰত ক্ষুব্ধ তেহৰাণ, ইৰাণত বৰ্তমানলৈকে ২০০০ৰো অধিক লোকৰ প্ৰাণহানি

মধ্যপ্ৰাচ্যৰ যুদ্ধৰ সম্পূৰ্ণ সুবিধা লৈছে চীনে! সমগ্ৰ বিশ্বক প্ৰতাৰণা কৰি এই বিশেষ সামগ্ৰীত নিষেধাজ্ঞা আৰোপ চীনৰ

চিলিণ্ডাৰ বুকিঙৰ বাবে নতুন নম্বৰ মুকলি, আজিয়েই SAVE কৰক এই নম্বৰ

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025