• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, December 7, 2025
19 °c
Guwahati
19 ° Tue
18 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

    সাজু বুলড’জাৰ, বেদখলকাৰীৰ ঘৰে ঘৰে বৃহৎ আৰক্ষীৰ দল

    সাজু প্ৰশাসনৰ বুলড’জাৰ, উচ্ছেদস্থলীত মোতায়েন শ শ আৰক্ষী

    আপোনাৰ আজিৰ দিনটো কেনে যাব: কি কয় ৰাশিচক্ৰই

    প্ৰতিবাদ কৰি বিপদত ১০৮ৰ কৰ্মচাৰী, জাননী নিদিয়াকৈ চাকৰিৰ পৰা অব্যাহতি

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    অমানৱীয়! কিশোৰীৰ সৈতে কু-কাণ্ড কৰি গ্ৰেপ্তাৰ কমলাকান্ত ৰায়

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

BTC নিৰ্বাচনত কোনো দলৰ সৈতে মিত্ৰতা নহয় বুলি স্পষ্ট মন্তব্য মুখ্যমন্ত্ৰী শৰ্মাৰ

Nation NE by Nation NE
June 11, 2025
in Top News, BIG BREAKING, অসম, ৰাজনীতি
0 0

ফাইল ফটো।

Share on FacebookShare on TwitterWhatsApp

সমাগত বি টি চি নিৰ্বাচনক লৈ বড়োলেণ্ডত আৰম্ভ হৈছে ব্যাপক তৎপৰতা। বি টি চিৰ শাসনভাৰ দখল কৰাৰ বাবে প্ৰতিটো ৰাজনৈতিক দলে তৃণমূল পৰ্যায়ৰ পৰা আৰম্ভ কৰিছে প্ৰস্তুতি। বিধানসভা নিৰ্বাচনৰ পূৰ্বে হ’বলগীয়া এই বি টি চি নিৰ্বাচনক লৈ এতিয়া বিশেষ দৃষ্টি নিৱদ্ধ হৈ আছে ৰাজ্যবাসীৰ।

শেহতীয়াকৈ অনুষ্ঠিত হৈ যোৱা পঞ্চায়ত নিৰ্বাচনত বিজেপিয়ে আঞ্চলিক দল অগপৰ সৈতে মিত্ৰতা কৰিছিল যদিও এইবাৰ মিত্ৰতা অবিহনেই বি টি চি নিৰ্বাচনত অৱতীৰ্ণ হ’ব বিজেপি। বিজেপিয়ে কোনো দলৰ সৈতে মিত্ৰতা নকৰে বুলি পুনৰবাৰ স্পষ্ট কৰি দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

আজি দৰঙত সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰী শৰ্মাই কয়, ‘মিত্ৰতা অবিহনেই সমাগত বিটিচি নিৰ্বাচনত অৱতীৰ্ণ হ’ব বিজেপি। দিল্লী-দিশপুৰত মিত্ৰতা থাকিলেও কোকৰাঝাৰত কোনো ধৰণৰ মিত্ৰতা নহয়।’

মুখ্যমন্ত্ৰী শৰ্মাই লগতে কয় যে ৰাজনৈতিক মিত্ৰতাৰ ক্ষেত্ৰত কোনো ধৰণৰ আলোচনা হোৱা নাই আৰু যদি এই সন্দৰ্ভত কিবা আলোচনা হয়ো তেন্তে সেয়া বি টি চি নিৰ্বাচনৰ পিছতহে হ’ব।

ইফালে মিত্ৰদল ইউ পি পি এলৰ সৈতে নিৰ্বাচনী মিত্ৰতা নহ’লেও দলটোৰ সৈতে বিজপিয়ে কোনোধৰণৰ সংঘাতত লিপ্ত নহয় বুলিও স্পষ্ট কৰি দিয়ে মুখ্যমন্ত্ৰী শৰ্মাই।

উল্লেখ্য যে, চলিত বছৰৰ ছেপ্তেম্বৰ মাহত অনুষ্ঠিত হ’বলগীয়া ৪০খন আসনযুক্ত বি টি চি নিৰ্বাচনত ইউ পি পি এল, বিজেপি, বি পি এফ, অগপকে ধৰি আন কেইবাটাও ৰাজনৈতিক দলে অকলেই নিৰ্বাচনত অৱতীৰ্ণ হ’ব।

বিজেপিয়ে ২৬ৰ পৰা ২৮ খন আসনত প্ৰতিদ্বন্দ্বিতা কৰাৰ বিপৰীতে অগপই ১০ খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিব বুলি চলিছে চৰ্চা। স্মৰ্তব্য যে নিৰ্বাচনৰ পিছত বিজেপিয়ে যিকোনো দলৰ সৈতেই মিত্ৰতা কৰিব পাৰে বুলিও ইংগিত দি থৈছে। অৰ্থাত ইউ পি পি এলৰ সমান্তৰালকৈ বি পি এফৰ সৈতে মিলিও বি টি চি দখল কৰিব পাৰে বিজেপিয়ে।

Tags: BJPBPFBTCHimanta Biswa SarmaUPPL

Related Posts

‘বাবৰি মছজিদৰ স্মৃতিত নিৰ্মাণ হ’ব এটা স্মৃতিসৌধ’, ঘোষণা এই মুছলমান সংগঠনৰ
Top News

December 7, 2025
গুগলৰ ওপৰত ২৯ হাজাৰ কোটি টকাৰ জৰিমনা; ক্ষুণ্ণ ড’নাল্ড ট্ৰাম্প
Top News

ড’নাল্ড ট্ৰাম্পৰ নতুন ভিছা নিয়ম জাৰি, জানক কেনেদৰে প্ৰভাৱিত হ’ব ভাৰতীয়সকল…

December 7, 2025
পুটিনৰ ভাৰত ভ্ৰমণৰ সময়তে পাকিস্তানৰ ঘৃণনীয় কাণ্ড! চীনৰ এই কাৰ্যক মুকলিকৈ সমৰ্থন…

ক্লাৱত নৃত্য চলি থকাৰ মাজতে লাগিল হাহাকাৰ, পোহৰলৈ আহিছে গোৱা NIGHT CLUB ৰ ভিডিঅ’….
Top News

ক্লাৱত নৃত্য চলি থকাৰ মাজতে লাগিল হাহাকাৰ, পোহৰলৈ আহিছে গোৱা NIGHT CLUB ৰ ভিডিঅ’….

December 7, 2025
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

December 6, 2025
মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ
Top News

মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

December 5, 2025

শীৰ্ষ সংবাদ

‘বাবৰি মছজিদৰ স্মৃতিত নিৰ্মাণ হ’ব এটা স্মৃতিসৌধ’, ঘোষণা এই মুছলমান সংগঠনৰ

ড’নাল্ড ট্ৰাম্পৰ নতুন ভিছা নিয়ম জাৰি, জানক কেনেদৰে প্ৰভাৱিত হ’ব ভাৰতীয়সকল…

পুটিনৰ ভাৰত ভ্ৰমণৰ সময়তে পাকিস্তানৰ ঘৃণনীয় কাণ্ড! চীনৰ এই কাৰ্যক মুকলিকৈ সমৰ্থন…

ক্লাৱত নৃত্য চলি থকাৰ মাজতে লাগিল হাহাকাৰ, পোহৰলৈ আহিছে গোৱা NIGHT CLUB ৰ ভিডিঅ’….

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025