• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Wednesday, March 4, 2026
26 °c
Guwahati
28 ° Fri
28 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    নিৰ্বাচনৰ বাবে ৰাইজৰ দলে প্ৰকাশ কৰিলে এখন বিশেষ তালিকা

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

Nation NE by Nation NE
March 4, 2026
in Top News, আন্তঃ ৰাষ্ট্ৰীয়, ৰাষ্ট্ৰীয়
0 0
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Share on FacebookShare on TwitterWhatsApp
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটো বহুকেইটা ঘটনাৰে লিপিবদ্ধ হৈ আছে। জানো আহক ইতিহাসৰ পাতত নথীভুক্ত হৈ থকা বহু ঘটনাৰ বিশেষত্বৰ বিষয়ে-

১৯২১- আজিৰ দিনটোতে অসহযোগ আন্দোলনৰ সময়ত ননকনাৰ গুৰদ্বাৰাত শান্তিপূৰ্ণ সমাৱেশ অনুষ্ঠিত হৈ থকা গুৰদ্বাৰাত সৈন্যই গুলীচালনা কৰাত ৭০ জন লোকৰ মৃত্যু হয়।

১৯৩১- ব্ৰিটিছ ভাইচৰয়, গৱৰ্ণৰ জেনেৰেল এডৱাৰ্ড ফ্ৰেডেৰিক লিণ্ডলি উড আৰু মহনদাস কৰমচান্দ গান্ধী (মহাত্মা গান্ধী)ৰ বৈঠকত ৰাজনৈতিক বন্দীসকলক মুক্তি আৰু নিমখৰ সাৰ্বজনীন ব্যৱহাৰ সম্পৰ্কে আলোচনা আৰু চুক্তিৰ কথা ঘোষণা কৰা হয়।

১৯৯৮- ভাৰতৰ প্ৰকাশ শ্বাহক ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধানে বাগদাদত বিশেষ প্ৰতিনিধি হিচাপে নিযুক্তি দিয়ে।

১৯৯৯- ৰাষ্ট্ৰসংঘৰ কৰ্মচাৰীয়ে তেওঁলোকৰ পৰিত্যক্ত পত্নী আৰু সন্তানৰ বাবে জীৱিকাৰ ভাট্টা ঘোষণা কৰে।

২০০১- ইৰাণৰ প্ৰতিমূৰ্তি ক্ৰয়ৰ প্ৰস্তাৱ তালিবানে নাকচ কৰে।

২০০২- জিম্বাবুৱেৰ বিৰুদ্ধে কমনৱেলথ অৱ নেচনছত এটা প্ৰস্তাৱ নাকচ কৰা হয়। আফগানিস্তানত ১৫০ জন লোকৰ ভূমিস্খলনত মৃত্যু হয়।

২০০৩- নাইজেৰিয়াৰ কাব্বি ৰাজ্যৰ নাইজাৰ নদীত এখন নাও ডুব যোৱাৰ ফলত ৮০ জন লোকৰ মৃত্যু হয়।

২০০৮- তেলেংগানা ৰাজ্য গঠনত পলম হোৱাত অসন্তুষ্ট হৈ তেলেংগানা ৰাষ্ট্ৰ সমিতিৰ বিধায়কসকলে অন্ধ্ৰপ্ৰদেশ বিধানসভাৰ সদস্যপদৰ পৰা পদত্যাগ কৰে। প্ৰখ্যাত হিন্দী পণ্ডিত ড° মদন লাল মধুক মিডিয়া ইউনিয়নৰ সন্মানীয় স্বৰ্ণাক্ষৰ বঁটাৰে সন্মানিত কৰা হয়। ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদে ইৰাণৰ বিৰুদ্ধে নতুন নিষেধাজ্ঞা আৰোপ কৰে।

২০০৯- ভাৰতীয় ৰিজাৰ্ভ বেংকে মূল সুতৰ হাৰত আধা শতাংশ পইণ্ট কৰ্তনৰ কথা ঘোষণা কৰে। পাটনা উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ চান্দমৌলি কুমাৰ প্ৰসাদক এলাহাবাদ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ, আৰু কৰ্ণাটক উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ দীপক ভাৰ্মাক ৰাজস্থান উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি দিয়া হয়। ৰাষ্ট্ৰপতি প্ৰতিভা পাটিলে নবীন চাওলাক মুখ্য নিৰ্বাচন আয়ুক্ত হিচাপে নিযুক্তিত অনুমোদন জনায়। ৰাজস্থানৰ পোখৰাণৰ পৰা ব্ৰহ্মচ ক্ষেপণাস্ত্ৰৰ নতুন সংস্কৰণ পৰীক্ষা কৰা হয়।

Tags: global newsHistory EventsWorld news

Related Posts

‘যিজনেই উচ্চতম নেতা হ’ব তেওঁৱেই আমাৰ লক্ষ্য হ’ব’! ইজৰাইলে নতুন উচ্চতম নেতাক দিলে ভাবুকি
Top News

‘যিজনেই উচ্চতম নেতা হ’ব তেওঁৱেই আমাৰ লক্ষ্য হ’ব’! ইজৰাইলে নতুন উচ্চতম নেতাক দিলে ভাবুকি

March 4, 2026
ইৰাণৰ সৈতে হোৱা যুদ্ধত আমেৰিকাৰ খৰচৰ বাবদ ১৮.৮৭ লাখ কোটি! এই যুদ্ধ কিমান দিনলৈ চলিব ক’লে ট্ৰাম্পে…
Top News

ইৰাণৰ সৈতে হোৱা যুদ্ধত আমেৰিকাৰ খৰচৰ বাবদ ১৮.৮৭ লাখ কোটি! এই যুদ্ধ কিমান দিনলৈ চলিব ক’লে ট্ৰাম্পে…

March 4, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

March 4, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

March 3, 2026
আয়াতুল্লাহ আলী খামেনেইৰ মৃত্যুৰ প্ৰতিশোধ ল’ব হিজবুল্লাহহে! আইডিএফে হত্যা কৰিলে শীৰ্ষ সেনাধ্যক্ষক

March 2, 2026
ইৰাণ-ইজৰাইল যুদ্ধৰ বাবে কি কি সামগ্ৰীত হ’ব মূল্যবৃদ্ধি? ভাৰতত কেনেধৰণে ক্ষতি কৰিব? খাৰুৱা তেলৰ যোগানো ব্যাহত হ’ব নেকি ভাৰতত?

শীৰ্ষ সংবাদ

‘যিজনেই উচ্চতম নেতা হ’ব তেওঁৱেই আমাৰ লক্ষ্য হ’ব’! ইজৰাইলে নতুন উচ্চতম নেতাক দিলে ভাবুকি

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

ইৰাণৰ সৈতে হোৱা যুদ্ধত আমেৰিকাৰ খৰচৰ বাবদ ১৮.৮৭ লাখ কোটি! এই যুদ্ধ কিমান দিনলৈ চলিব ক’লে ট্ৰাম্পে…

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

আয়াতুল্লাহ আলী খামেনেইৰ মৃত্যুৰ প্ৰতিশোধ ল’ব হিজবুল্লাহহে! আইডিএফে হত্যা কৰিলে শীৰ্ষ সেনাধ্যক্ষক

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025