• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Tuesday, March 24, 2026
23 °c
Guwahati
24 ° Thu
24 ° Fri
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    এম্বুলেন্স আৰু ট্ৰাকৰ মুখামুখি সংঘৰ্ষ, ৰোগীসহ ৮ জনকৈ লোকৰ প্ৰাণহানি

    ASSAM ASSEMBLY ELECTION 2026: আজি ঘোষণা হ’ব অসম বিধানসভা নিৰ্বাচনৰ দিন

    ৰাজ্যত নিৰ্বাচনৰ গৰম বতাহ, আজি কেইবাজনো হেভিৱেট প্ৰাৰ্থীয়ে দাখিল কৰিব মনোনয়ন পত্ৰ

    কেনে যাব আপোনাৰ দেওবাৰৰ দিনটো: কি কয় ৰাশিচক্ৰই

    চিলিণ্ডাৰ বুকিঙৰ বাবে নতুন নম্বৰ মুকলি, আজিয়েই SAVE কৰক এই নম্বৰ

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

    পত্নী-পুত্ৰসহিতে সমদল উলিয়াই খানাপাৰা পৰা জিলা উপায়ুক্ত কাৰ্যালয়লৈ মনোনয়ন পত্ৰ দাখিল যাত্ৰা মুখ্যমন্ত্ৰীৰ

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

অলিম্পিকত গেম ভিলেজ, কাৰ প্ৰচেষ্টাৰ ফচল; জানো আহক ইয়াৰ ইতিহাস…

Nation NE by Nation NE
July 26, 2024
in Top News, আন্তঃ ৰাষ্ট্ৰীয়, ক্ৰীড়া
0 0
অলিম্পিকত গেম ভিলেজ, কাৰ প্ৰচেষ্টাৰ ফচল; জানো আহক ইয়াৰ ইতিহাস…

প্ৰতিনিধিত্বমূলক চিত্ৰ

Share on FacebookShare on TwitterWhatsApp

২৬ জুলাই অৰ্থাৎ আজিৰ পৰা ফ্ৰাঞ্চৰ ৰাজধানী তথা ঐতিহাসিক চহৰ পেৰিছত আৰম্ভ হ’ব ‘গ্ৰেটেষ্ট শ্ব’ অন দ্যা আৰ্থ’ অৰ্থাত অলিম্পিক। বিশ্বৰ সৰ্ববৃহৎ এই প্ৰতিযোগিতাখনৰ ফুটবল ইভেণ্ট ইতিমধ্যেই আৰম্ভ হৈছে ২৫ জুলাইৰ পৰা।

১১ আগষ্টলৈ চলিবলগীয়া এই প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিব লগা খেলুৱৈ, প্ৰশিক্ষক, ষ্টাফৰ বাবে নিৰ্মাণ কৰা হৈছে গেম ভিলেজ।

প্ৰতিবাৰেই প্ৰতিখন আয়োজক দেশে অলিম্পিকৰ সময়ত গেম ভিলেজক সজাই তোলে অতি ব্যতিক্ৰমভাৱে। অলিম্পিকৰ অভিন্ন অংগ এই গেম ভিলেজৰ পৰাই আয়োজক দেশে সমগ্ৰ দেশলৈ প্ৰেৰণ কৰে তেওঁলোকৰ সভ্যতা, সংস্কৃতি, চিন্তা আৰু অত্যাধুনিক বিজ্ঞান মানসিকতাৰ বাৰ্তা।

১৯২৪ চনত পেৰিছ অলিম্পিক স্থলত আৰম্ভ হোৱা সামাজিক বৈঠকেই পৰৱৰ্তী সময়ত গেম ভিলেজলৈ ৰূপান্তৰ হয়।

অলিম্পিকক এক নতুন ৰূপ দিয়া এই গেম ভিলেজৰ ইতিহাস হৈছে অতি আকৰ্ষণীয়। একমাত্ৰ এজন ব্যক্তিৰ প্ৰচেষ্টাতেই অলিম্পিকত অংশ হৈছিল সামাজিক বৈঠক, যি পাছলৈ হয় গৈ গেম ভিলেজ।

গেম ভিলেজৰ বিষয়ে এই চিন্তাৰ বীজ যিগৰাকী ব্যক্তিয়ে ৰোপণ কৰিছিল, তেওঁ হিটলাৰ বিৰুদ্ধেও গৰজি উঠিবলৈ সাহস কৰিছিল। নিজ দেশক প্ৰতিনিধিত্ব কৰি  তেওঁ বিশ্বৰ অগণন ক্ৰীড়াবিদৰ উচ্চতম আকাংক্ষা অলিম্পিকত পদক কঢ়িয়াই আনিবলৈ সক্ষম হৈছিল। সকলো প্ৰতিযোগিৰে অলিম্পিক প্ৰতিযোগিতাৰ স্থলি হৈছে তেওঁলোকৰ বাবে মন্দিৰ, মছজিদ, গীৰ্জা সকলো। অলিম্পিকৰ মঞ্চত তেওঁলোকৰ ধৰ্ম এটাই- ‘খেল’।

এই প্ৰসিদ্ধ খেলুৱৈ গৰাকীৰ নাম হৈছে ফিলিপ ন’ৱেল। তেওঁ ১৯১২ চনত পোন প্ৰথমবাৰৰ বাবে ছুইডেন অলিম্পিক প্ৰতিযোগিতাত ভাগ লৈছিল। তেওঁ ১৫০০ মিটাৰ ইভেণ্টত অংশগ্ৰহণ কৰে যদিও ফাইনেলত উপনীত হৈও তেওঁ কোনো পদক লাভ কৰিব নোৱাৰিলে।

কিন্তু ১৯২০ চনৰ অলিম্পিকত তেওঁ স্বদেশক প্ৰতিনিধিত্ব কৰি ৰূপৰ পদক লাভ কৰিবলৈ সক্ষম হয়। তাৰ পাছতেই তেওঁ অলিম্পিকৰ মঞ্চত আৰম্ভ কৰে এক বিশেষ কাৰ্যক্ৰম। সেয়া হৈছে ‘সামাজিক বৈঠক’।

বিভিন্ন দেশৰ খেলুৱৈৰ মাজত কথাৰ ভাগ বতৰাৰ জৰিয়তে, নিজ নিজ দেশৰ সাংস্কৃতিক, সামাজিক আদি দিশবোৰ ভাগ বাটোৱাৰা কৰাৰ বাবেই এই সামাজিক বৈঠক গঠন কৰা হয়। এই সামাজিক বৈঠকৰ পৰাই আৰম্ভ হয় গেম ভিলেজৰ চিন্তা। যি চিন্তাই পৰিপক্কতা লাভ কৰে ১৯৩২ চনৰ লছ এঞ্জেলেছ অলিম্পিকত।

অলিম্পিকৰ ইতিহাসত পোন প্ৰথমবাৰৰ বাবে লছ এঞ্জেলেছ অলিম্পিকতেই সংযুক্ত হয় এই গেম ভিলেজ। যি গেম ভিলেজত এখন দেশৰ খেলুৱৈয়ে আন এখন দেশৰ খেলুৱৈৰ লগত সংস্কৃতিৰ বিনিময় কৰে, ভাবৰ আদান প্ৰদান কৰে। এই গেম ভিলেজতেই বিশ্বৰ সকলো প্ৰান্তৰ খেলুৱৈয়ে একেলগে বাস কৰে।

Tags: Games VillageOlympics 2024Paris

Related Posts

অত্যাধিক খং স্বাস্থ্যৰ বাবে ক্ষতিকাৰক; অতিপাত খঙক নিয়ন্ত্ৰণ কৰাত অতি উপযোগী এইসমূহ উপায়
Top News

March 24, 2026
স্বৰূপ সলনি হ’ব সংসদৰ! লোকসভাত মহিলাৰ আসনৰ সংখ্যা ২৭৩ লৈ বৃদ্ধি কৰাৰ প্ৰস্তুতি

পুনৰ স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে ষ্টক মাৰ্কেট! জানক কিমান পইণ্ট অতিক্ৰম কৰিলে চেন্সেক্স-নিফ্টিয়ে…

উৰণৰ কিছু সময়ৰ পিছতে দুৰ্ঘটনাগ্ৰস্ত বায়ুসেনাৰ বিমান,  ১১০ জনৰ প্ৰাণহানি

ইৰাণ, আমেৰিকাৰ পৰা কুৱেইট, ওমানলৈকে… মধ্যপ্ৰাচ্যৰ যুদ্ধত কোন দেশে কিমান লোক হেৰুৱালে?
Top News

মধ্যপ্ৰাচ্যত মহাসংকট! ইজৰাইল-আমেৰিকা আৰু ইৰাণৰ মাজত যুদ্ধ ৰোধ কৰিবলৈ এই মুছলমান দেশক সহায় ভাৰতৰ

March 24, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

শীৰ্ষ সংবাদ

অত্যাধিক খং স্বাস্থ্যৰ বাবে ক্ষতিকাৰক; অতিপাত খঙক নিয়ন্ত্ৰণ কৰাত অতি উপযোগী এইসমূহ উপায়

স্বৰূপ সলনি হ’ব সংসদৰ! লোকসভাত মহিলাৰ আসনৰ সংখ্যা ২৭৩ লৈ বৃদ্ধি কৰাৰ প্ৰস্তুতি

পুনৰ স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে ষ্টক মাৰ্কেট! জানক কিমান পইণ্ট অতিক্ৰম কৰিলে চেন্সেক্স-নিফ্টিয়ে…

উৰণৰ কিছু সময়ৰ পিছতে দুৰ্ঘটনাগ্ৰস্ত বায়ুসেনাৰ বিমান, ১১০ জনৰ প্ৰাণহানি

মধ্যপ্ৰাচ্যত মহাসংকট! ইজৰাইল-আমেৰিকা আৰু ইৰাণৰ মাজত যুদ্ধ ৰোধ কৰিবলৈ এই মুছলমান দেশক সহায় ভাৰতৰ

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025