• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, January 26, 2026
20 °c
Guwahati
20 ° Tue
21 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    স্বাস্থ্য কেন্দ্ৰত ভয়ংকৰ কাণ্ড ! নাবালিকাৰ সৈতে কুকাণ্ড কৰা কমল চৌধুৰীক ৭ বছৰৰ সশ্ৰম কাৰাদণ্ড

    ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ভাৰতত ২০৩৬ৰ অলিম্পিক! কিমান কোটি কোটি টকা খৰচ হ’ব?

Nation NE by Nation NE
November 5, 2024
in Top News, ক্ৰীড়া, ৰাষ্ট্ৰীয়
0 0
ভাৰতত ২০৩৬ৰ অলিম্পিক! কিমান কোটি কোটি টকা খৰচ হ’ব?

প্ৰতিনিধিত্বমূলক চিত্ৰ

Share on FacebookShare on TwitterWhatsApp

২০৩৬ চনৰ অলিম্পিক আয়োজন কৰিবলৈ তপৰহৈ পৰিছে ভাৰত। ইতিমধ্যে চলিত বৰ্ষৰ আগষ্ট মাহত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০৩৬ চনৰ অলিম্পিকৰ বাবে ভাৰতে প্ৰস্তুতি আৰম্ভ কৰিছে বুলি মন্তব্য কৰিছিল।

সংবাদ মাধ্যমৰ বাতৰি অনুসৰি ভাৰতীয় অলিম্পিক সন্থাই আন্তঃৰাষ্ট্ৰীয় অলিম্পিক সমিতিলৈ পত্ৰ লিখি ২০৩৬ চনৰ অলিম্পিক আয়োজনৰ দাবী উত্থাপন কৰিছে।

এতিয়া প্ৰশ্ন উত্থাপন হৈছে যে যদি ভাৰতে আয়োজনৰ দায়িত্ব লাভ কৰে তেন্তে কিমান খৰচ হ’ব?

উল্লেখ্য যে ২০১০ চনত যেতিয়া ভাৰতে কমনৱেলথ গেমছ আয়োজন কৰিছিল তেতিয়া মুঠ ব্যয় আছিল ১.৪ বিলিয়ন মাৰ্কিন ডলাৰ অৰ্থাৎ ভাৰতীয় মুদ্ৰাত প্ৰায় ১২,৬১৭ কোটি টকা। কিন্তু কোৱা হয় যে গেমছৰ প্ৰকৃত বাজেট ইয়াতকৈ বহু বেছি আছিল, প্ৰায় ৭০ হাজাৰ কোটি টকা, য’ত আন্তঃগাঁথনি আৰু দিল্লী মেট্ৰ’ৰ সম্প্ৰসাৰণকে ধৰি বহু কাম অন্তৰ্ভুক্ত কৰা হৈছিল।

কমনৱেলথ গেমছত মুঠ ৭২খন দেশ আৰু আন ১৮খন সৰু দেশে অংশগ্ৰহণ কৰে, কিন্তু গ্ৰেটেষ্ট শ্ব’ অন দ্যা আৰ্থৰূপে পৰিচিত অলিম্পিক গেমছ বৃহৎ পৰিসৰত আয়োজন কৰা হয়।

মাত্ৰ কেইমাহমানৰ পূৰ্বে সমাপ্ত হোৱা পেৰিছ অলিম্পিক ২০২৪ৰ যদি উদাহৰণ লও তেন্তে আমি দেখিবলৈ পাও যে তাত খেলসমূহৰ আয়োজনৰ বাবে মুঠ ৯ বিলিয়ন মাৰ্কিন ডলাৰ ব্যয় কৰা হৈছিল। ভাৰতীয় মুদ্ৰাত এই ধনৰাশি প্ৰায় ৭৫,৭০৫ কোটি টকাৰ সমতুল্য।

যদি আমি তথ্য বিশ্লেষণ কৰো তেন্তে ফ্ৰান্সে পেৰিছে অলিম্পিক গেমছ অতি সস্তাতে আয়োজন কৰিছিল, কিন্তু তাৰ পূৰ্বৰ অলিম্পিক গেমছ আয়োজন কৰা দেশসমূহে ইয়াতকৈ বহু বেছি পৰিমাণৰ ধন খৰচ কৰিছিল।

২০০৮ চনত চীনত অনুষ্ঠিত হোৱা গেমছক ইতিহাসত এতিয়ালৈকে সৰ্বাধিক ব্যয়বহুল অলিম্পিক গেমছ হিচাপে বিবেচিত হৈছে। ২০০৮ চনৰ বেইজিং অলিম্পিকৰ বাবে প্ৰায় ৬.৮ বিলিয়ন মাৰ্কিন ডলাৰ ব্যয় হৈছিল যদিও ইয়াৰ ভিতৰত বেইজিং সংস্কাৰৰ বাবে ব্যৱহাৰ কৰা কেইবা হাজাৰ কোটি টকা অন্তৰ্ভুক্ত নহয়। এক্সপ্ৰেছৱে, ৰে’লৰ সুবিধা আৰু আন্তঃগাঁথনি সম্পৰ্কীয় কামত ব্যয় কৰা ধনকে ধৰি ২০০৮ চনৰ অলিম্পিক গেমছৰ বাবে মুঠ ৪৩ বিলিয়ন মাৰ্কিন ডলাৰ ব্যয় কৰা হৈছিল। এই ধনৰাশি ভাৰতীয় মুদ্ৰাত ৩ লাখ ৬১ হাজাৰ ৭০৩ কোটি টকাৰ সমান।

এতিয়া প্ৰশ্ন হৈছে যদিহে ২০৩৬ চনৰ অলিম্পিক আয়োজনৰ দায়িত্ব লাভ কৰে তেন্তে ভাৰতে অৰ্থনৈতিক দিশটোৰ সৈতে কিদৰে মোকাবিলা কৰে সেয়া লক্ষ্যণীয় হ’ব।

Tags: IndiaOlympic Games

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

January 26, 2026
গণৰাজ্য দিৱসত অপাৰেচন সিন্দুৰক বিশ্ববাসীৰ সন্মুখত অৱগত কৰা ভাৰতীয় সেনা বিষয়া কৰ্ণেল ছফিয়া কুৰেশ্বীলৈ সন্মান, জানক সবিশেষ

January 25, 2026
আমেৰিকাত তুষাৰপাতৰ ধুমুহাৰ বিধ্বংসী ৰূপ ধাৰণ; ব্যাপক ব্লেকআউট, ১০ হাজাৰ বিমান বাতিল

কানাডালৈ ১০০% শুল্ক আৰোপৰ ভাবুকিৰ ট্ৰাম্পৰ, পি এম কাৰ্নীয়ে মুকলি কৰিলে ভিডিঅ’

হিংসাত জৰ্জৰিত বাংলাদেশ, পুনৰ প্ৰাণ হেৰুৱালে সংখ্যালঘু যুৱকে…

২০২৬ বৰ্ষত এইসকল লোক বিভূষিত হ’ব পদ্মশ্ৰী সন্মানেৰে, জানক সম্পূৰ্ণ তালিকা…

শীৰ্ষ সংবাদ

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025