• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Wednesday, April 29, 2026
22 °c
Guwahati
23 ° Thu
25 ° Fri
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    উৎকণ্ঠাৰ অৱসান! কি কি ৱেৱছাইটযোগে লাভ কৰিব পৰীক্ষাৰ ফলাফল?

    ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল, ১২ টা ৱেব চাইটত উপলব্ধ হৈছে ফলাফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ভাৰতত ২০৩৬ৰ অলিম্পিক! কিমান কোটি কোটি টকা খৰচ হ’ব?

Nation NE by Nation NE
November 5, 2024
in Top News, ক্ৰীড়া, ৰাষ্ট্ৰীয়
0 0
ভাৰতত ২০৩৬ৰ অলিম্পিক! কিমান কোটি কোটি টকা খৰচ হ’ব?

প্ৰতিনিধিত্বমূলক চিত্ৰ

Share on FacebookShare on TwitterWhatsApp

২০৩৬ চনৰ অলিম্পিক আয়োজন কৰিবলৈ তপৰহৈ পৰিছে ভাৰত। ইতিমধ্যে চলিত বৰ্ষৰ আগষ্ট মাহত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০৩৬ চনৰ অলিম্পিকৰ বাবে ভাৰতে প্ৰস্তুতি আৰম্ভ কৰিছে বুলি মন্তব্য কৰিছিল।

সংবাদ মাধ্যমৰ বাতৰি অনুসৰি ভাৰতীয় অলিম্পিক সন্থাই আন্তঃৰাষ্ট্ৰীয় অলিম্পিক সমিতিলৈ পত্ৰ লিখি ২০৩৬ চনৰ অলিম্পিক আয়োজনৰ দাবী উত্থাপন কৰিছে।

এতিয়া প্ৰশ্ন উত্থাপন হৈছে যে যদি ভাৰতে আয়োজনৰ দায়িত্ব লাভ কৰে তেন্তে কিমান খৰচ হ’ব?

উল্লেখ্য যে ২০১০ চনত যেতিয়া ভাৰতে কমনৱেলথ গেমছ আয়োজন কৰিছিল তেতিয়া মুঠ ব্যয় আছিল ১.৪ বিলিয়ন মাৰ্কিন ডলাৰ অৰ্থাৎ ভাৰতীয় মুদ্ৰাত প্ৰায় ১২,৬১৭ কোটি টকা। কিন্তু কোৱা হয় যে গেমছৰ প্ৰকৃত বাজেট ইয়াতকৈ বহু বেছি আছিল, প্ৰায় ৭০ হাজাৰ কোটি টকা, য’ত আন্তঃগাঁথনি আৰু দিল্লী মেট্ৰ’ৰ সম্প্ৰসাৰণকে ধৰি বহু কাম অন্তৰ্ভুক্ত কৰা হৈছিল।

কমনৱেলথ গেমছত মুঠ ৭২খন দেশ আৰু আন ১৮খন সৰু দেশে অংশগ্ৰহণ কৰে, কিন্তু গ্ৰেটেষ্ট শ্ব’ অন দ্যা আৰ্থৰূপে পৰিচিত অলিম্পিক গেমছ বৃহৎ পৰিসৰত আয়োজন কৰা হয়।

মাত্ৰ কেইমাহমানৰ পূৰ্বে সমাপ্ত হোৱা পেৰিছ অলিম্পিক ২০২৪ৰ যদি উদাহৰণ লও তেন্তে আমি দেখিবলৈ পাও যে তাত খেলসমূহৰ আয়োজনৰ বাবে মুঠ ৯ বিলিয়ন মাৰ্কিন ডলাৰ ব্যয় কৰা হৈছিল। ভাৰতীয় মুদ্ৰাত এই ধনৰাশি প্ৰায় ৭৫,৭০৫ কোটি টকাৰ সমতুল্য।

যদি আমি তথ্য বিশ্লেষণ কৰো তেন্তে ফ্ৰান্সে পেৰিছে অলিম্পিক গেমছ অতি সস্তাতে আয়োজন কৰিছিল, কিন্তু তাৰ পূৰ্বৰ অলিম্পিক গেমছ আয়োজন কৰা দেশসমূহে ইয়াতকৈ বহু বেছি পৰিমাণৰ ধন খৰচ কৰিছিল।

২০০৮ চনত চীনত অনুষ্ঠিত হোৱা গেমছক ইতিহাসত এতিয়ালৈকে সৰ্বাধিক ব্যয়বহুল অলিম্পিক গেমছ হিচাপে বিবেচিত হৈছে। ২০০৮ চনৰ বেইজিং অলিম্পিকৰ বাবে প্ৰায় ৬.৮ বিলিয়ন মাৰ্কিন ডলাৰ ব্যয় হৈছিল যদিও ইয়াৰ ভিতৰত বেইজিং সংস্কাৰৰ বাবে ব্যৱহাৰ কৰা কেইবা হাজাৰ কোটি টকা অন্তৰ্ভুক্ত নহয়। এক্সপ্ৰেছৱে, ৰে’লৰ সুবিধা আৰু আন্তঃগাঁথনি সম্পৰ্কীয় কামত ব্যয় কৰা ধনকে ধৰি ২০০৮ চনৰ অলিম্পিক গেমছৰ বাবে মুঠ ৪৩ বিলিয়ন মাৰ্কিন ডলাৰ ব্যয় কৰা হৈছিল। এই ধনৰাশি ভাৰতীয় মুদ্ৰাত ৩ লাখ ৬১ হাজাৰ ৭০৩ কোটি টকাৰ সমান।

এতিয়া প্ৰশ্ন হৈছে যদিহে ২০৩৬ চনৰ অলিম্পিক আয়োজনৰ দায়িত্ব লাভ কৰে তেন্তে ভাৰতে অৰ্থনৈতিক দিশটোৰ সৈতে কিদৰে মোকাবিলা কৰে সেয়া লক্ষ্যণীয় হ’ব।

Tags: IndiaOlympic Games

Related Posts

এইকেইটা ভুলৰ বাবেই ব্লা*ষ্ট হয় প্ৰেচাৰ কুকাৰ, জানক সবিশেষ…
Top News

এইকেইটা ভুলৰ বাবেই ব্লা*ষ্ট হয় প্ৰেচাৰ কুকাৰ, জানক সবিশেষ…

April 29, 2026
কেমেৰাত বন্দী হ’ল ড্ৰেছিং ৰুমৰ এই দৃশ্যৰ, বিপদত পৰিব নেকি অসম সন্তান ৰিয়ান পৰাগ?
Top News

কেমেৰাত বন্দী হ’ল ড্ৰেছিং ৰুমৰ এই দৃশ্যৰ, বিপদত পৰিব নেকি অসম সন্তান ৰিয়ান পৰাগ?

April 29, 2026
নিচাযুক্ত দ্ৰব্য সৰবৰাহেৰে নিৰ্মাণ কৰা সম্পত্তিৰ বিৰুদ্ধে এক্সন, কোটি টকাৰ অবৈধ সম্পত্তি ধ্বংস
Top News

নিচাযুক্ত দ্ৰব্য সৰবৰাহেৰে নিৰ্মাণ কৰা সম্পত্তিৰ বিৰুদ্ধে এক্সন, কোটি টকাৰ অবৈধ সম্পত্তি ধ্বংস

April 29, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

April 29, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

April 29, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

April 29, 2026

শীৰ্ষ সংবাদ

এইকেইটা ভুলৰ বাবেই ব্লা*ষ্ট হয় প্ৰেচাৰ কুকাৰ, জানক সবিশেষ…

কেমেৰাত বন্দী হ’ল ড্ৰেছিং ৰুমৰ এই দৃশ্যৰ, বিপদত পৰিব নেকি অসম সন্তান ৰিয়ান পৰাগ?

নিচাযুক্ত দ্ৰব্য সৰবৰাহেৰে নিৰ্মাণ কৰা সম্পত্তিৰ বিৰুদ্ধে এক্সন, কোটি টকাৰ অবৈধ সম্পত্তি ধ্বংস

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025