• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Saturday, December 13, 2025
18 °c
Guwahati
18 ° Sun
19 ° Mon
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    অৰুণাচল প্ৰদেশত ট্ৰাক বাগৰি পৰি ১৮ জন অসমীয়া শ্ৰমিকৰ প্ৰাণহানি,  বৰ্তমানেও নিৰুদ্দেশ ৩ জনকৈ লোক

    জুবিন গাৰ্গৰ অভিযুক্তক দিয়া হ’ব পাৰে মৃত্যুদণ্ড!

    চাৰ্জশ্বীটত আছে বহু ভয়ংকৰ তথ্য? আজি কাৰ কাৰ মুখা খোল খাব? সঁচাকৈ জুবিন গাৰ্গে ন্যায় পাবনে?

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    জুবিনৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰা ছাত্ৰক সমালোচনা নাগালেণ্ডৰ মন্ত্ৰীৰ

    কোনে কিয় প্ৰাণ ল’লে জুবিন গাৰ্গৰ? কাইলৈ ফাদিল হ’ব সকলো তথ্য…

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    ফুটপাথত ব্যৱসায় কৰিব নোৱাৰিব অচিনাকী লোকে! অচিনাকী লোকলৈ মুখ্যমন্ত্ৰীৰ সকীয়নি

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ভাৰতৰ ভাগ্য পাকিস্তানৰ হাতত; আজি দেশৰ ক্ৰিকেট অনুৰাগীয়ে সমৰ্থন আগবঢ়াব পাকিস্তানক

চ

Nation NE by Nation NE
October 14, 2024
in Top News, ক্ৰীড়া
0 0
ভাৰতৰ ভাগ্য পাকিস্তানৰ হাতত; আজি দেশৰ ক্ৰিকেট অনুৰাগীয়ে সমৰ্থন আগবঢ়াব পাকিস্তানক
Share on FacebookShare on TwitterWhatsApp

মহিলা টি-২০ বিশ্বকাপত ভাৰতীয় দলৰ ভাগ্য এতিয়া চিৰশত্ৰুৰূপে পৰিচিত পাকিস্তানৰ ওপৰত নিৰ্ভৰ। ভাৰতৰ চুবুৰীয়া ৰাষ্ট্ৰখনে আজি এখন অতি গুৰুত্বপূৰ্ণ মেচত মুখামুখি হ’ব নিউজিলেণ্ডৰ বিৰুদ্ধে। নিউজিলেণ্ডৰ বিৰুদ্ধে খেলিবলগীয়া আজিৰ মেচখনত যদি পাকিস্তান দলে জয়লাভ কৰে তেন্তে এই সন্মানীয় প্ৰতিযোগিতাখনৰ ছেমি ফাইনেলত প্ৰৱেশ কৰাৰ দুৱাৰ খোল খাব ভাৰতৰ।

উল্লেখ্য যে, ভাৰতীয় মহিলা দলটোৱে টুৰ্ণামেণ্টৰ অন্তিমখন লীগ মেচত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে পৰাস্ত হোৱাৰ বাবে ছেমি ফাইনেলত প্ৰৱেশৰ বাট প্ৰায় ৰুদ্ধ হৈ পৰিছিল।

ভাৰতে গ্ৰুপ এ’ৰ চাৰিখন মেচৰ দুখনত জয় আৰু সমসংখ্যক মেচত পৰাস্ত হৈ চাৰি পইণ্ট আৰু +০.৩২২ ৰানৰেটৰ সহায়ত তালিকাৰ দ্বিতীয় স্থানত আছে। সমসংখ্যক পইণ্ট তথা +০.২৮২ ৰানৰেটৰ সহায়ত তৃতীয় স্থানত আছে নিউজিলেণ্ড।

যদি আজিৰ মেচখনত নিউজিলেণ্ড জয়ী হয় তেন্তে অনায়াসে ছেমিত প্ৰৱেশ কৰিবলৈ সক্ষম হ’ব। অৱশ্যে যদি পাকিস্তানৰ হাতত নিউজিলেণ্ড পৰাস্ত হয় তেন্তে উন্নত ৰানৰেটৰ সহায়ত অন্তিম চাৰিত প্ৰৱেশ কৰিব ভাৰতে।

এই সমীকৰণৰ বাবেই সমগ্ৰ ভাৰতৰ ক্ৰিকেট অনুৰাগীয়ে আজিৰ মেচখনত চুবুৰীয়া পাকিস্তান দলক সমৰ্থন আগবঢ়োৱাৰ লগতে দলটো জয়ী হোৱাৰ বাবে প্ৰাৰ্থনা কৰিব।

Tags: IndiaIndia WomenPakistan CricketWomen's T20 World Cup

Related Posts

ফিলিপাইনছৰ ৰাজধানীত ভয়ংকৰ অগ্নিকাণ্ড, ৫০০ লোক গৃহহীন
Top News

December 13, 2025
আৰক্ষীলৈ সাৱধানবাণী! ইউনিফৰ্মত ৰীল বনালেই পৰিব বিপদত, SOP জাৰী

ট্ৰাম্পৰ শুল্কৰ মাজতে চীন সন্দৰ্ভত এটা ডাঙৰ সিদ্ধান্ত ভাৰতৰ, উত্তেজনা বৃদ্ধি আমেৰিকাৰ!
Top News

ট্ৰাম্পৰ শুল্কৰ মাজতে চীন সন্দৰ্ভত এটা ডাঙৰ সিদ্ধান্ত ভাৰতৰ, উত্তেজনা বৃদ্ধি আমেৰিকাৰ!

December 13, 2025
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

December 13, 2025
দেশৰ স্বাধীনতাৰ বাবে যুঁজ দিয়া বাংলাদেশৰ সমালোকৰ এপৰত বিধ্বংসী ৰূপ ধাৰণ ইউনুছ চৰকাৰৰ
Top News

বাংলাদেশত নিৰ্বাচনৰ দিন ঘোষণা, প্ৰতিদ্বন্দ্বিতাত নামিব নোৱাৰিব নেকি শ্বেখ হাছিনাৰ আৱামী লীগে?

December 13, 2025
অৰুণাচল প্ৰদেশত ট্ৰাক বাগৰি পৰি ১৮ জন অসমীয়া শ্ৰমিকৰ প্ৰাণহানি,  বৰ্তমানেও নিৰুদ্দেশ ৩ জনকৈ লোক
Top News

অৰুণাচল প্ৰদেশত ট্ৰাক বাগৰি পৰি ১৮ জন অসমীয়া শ্ৰমিকৰ প্ৰাণহানি, বৰ্তমানেও নিৰুদ্দেশ ৩ জনকৈ লোক

December 12, 2025

শীৰ্ষ সংবাদ

ফিলিপাইনছৰ ৰাজধানীত ভয়ংকৰ অগ্নিকাণ্ড, ৫০০ লোক গৃহহীন

আৰক্ষীলৈ সাৱধানবাণী! ইউনিফৰ্মত ৰীল বনালেই পৰিব বিপদত, SOP জাৰী

ট্ৰাম্পৰ শুল্কৰ মাজতে চীন সন্দৰ্ভত এটা ডাঙৰ সিদ্ধান্ত ভাৰতৰ, উত্তেজনা বৃদ্ধি আমেৰিকাৰ!

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

বাংলাদেশত নিৰ্বাচনৰ দিন ঘোষণা, প্ৰতিদ্বন্দ্বিতাত নামিব নোৱাৰিব নেকি শ্বেখ হাছিনাৰ আৱামী লীগে?

অৰুণাচল প্ৰদেশত ট্ৰাক বাগৰি পৰি ১৮ জন অসমীয়া শ্ৰমিকৰ প্ৰাণহানি, বৰ্তমানেও নিৰুদ্দেশ ৩ জনকৈ লোক

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025