• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Friday, May 1, 2026
22 °c
Guwahati
23 ° Sat
22 ° Sun
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    উৎকণ্ঠাৰ অৱসান! কি কি ৱেৱছাইটযোগে লাভ কৰিব পৰীক্ষাৰ ফলাফল?

    ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল, ১২ টা ৱেব চাইটত উপলব্ধ হৈছে ফলাফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ভাৰতৰ ভাগ্য পাকিস্তানৰ হাতত; আজি দেশৰ ক্ৰিকেট অনুৰাগীয়ে সমৰ্থন আগবঢ়াব পাকিস্তানক

চ

Nation NE by Nation NE
October 14, 2024
in Top News, ক্ৰীড়া
0 0
ভাৰতৰ ভাগ্য পাকিস্তানৰ হাতত; আজি দেশৰ ক্ৰিকেট অনুৰাগীয়ে সমৰ্থন আগবঢ়াব পাকিস্তানক
Share on FacebookShare on TwitterWhatsApp

মহিলা টি-২০ বিশ্বকাপত ভাৰতীয় দলৰ ভাগ্য এতিয়া চিৰশত্ৰুৰূপে পৰিচিত পাকিস্তানৰ ওপৰত নিৰ্ভৰ। ভাৰতৰ চুবুৰীয়া ৰাষ্ট্ৰখনে আজি এখন অতি গুৰুত্বপূৰ্ণ মেচত মুখামুখি হ’ব নিউজিলেণ্ডৰ বিৰুদ্ধে। নিউজিলেণ্ডৰ বিৰুদ্ধে খেলিবলগীয়া আজিৰ মেচখনত যদি পাকিস্তান দলে জয়লাভ কৰে তেন্তে এই সন্মানীয় প্ৰতিযোগিতাখনৰ ছেমি ফাইনেলত প্ৰৱেশ কৰাৰ দুৱাৰ খোল খাব ভাৰতৰ।

উল্লেখ্য যে, ভাৰতীয় মহিলা দলটোৱে টুৰ্ণামেণ্টৰ অন্তিমখন লীগ মেচত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে পৰাস্ত হোৱাৰ বাবে ছেমি ফাইনেলত প্ৰৱেশৰ বাট প্ৰায় ৰুদ্ধ হৈ পৰিছিল।

ভাৰতে গ্ৰুপ এ’ৰ চাৰিখন মেচৰ দুখনত জয় আৰু সমসংখ্যক মেচত পৰাস্ত হৈ চাৰি পইণ্ট আৰু +০.৩২২ ৰানৰেটৰ সহায়ত তালিকাৰ দ্বিতীয় স্থানত আছে। সমসংখ্যক পইণ্ট তথা +০.২৮২ ৰানৰেটৰ সহায়ত তৃতীয় স্থানত আছে নিউজিলেণ্ড।

যদি আজিৰ মেচখনত নিউজিলেণ্ড জয়ী হয় তেন্তে অনায়াসে ছেমিত প্ৰৱেশ কৰিবলৈ সক্ষম হ’ব। অৱশ্যে যদি পাকিস্তানৰ হাতত নিউজিলেণ্ড পৰাস্ত হয় তেন্তে উন্নত ৰানৰেটৰ সহায়ত অন্তিম চাৰিত প্ৰৱেশ কৰিব ভাৰতে।

এই সমীকৰণৰ বাবেই সমগ্ৰ ভাৰতৰ ক্ৰিকেট অনুৰাগীয়ে আজিৰ মেচখনত চুবুৰীয়া পাকিস্তান দলক সমৰ্থন আগবঢ়োৱাৰ লগতে দলটো জয়ী হোৱাৰ বাবে প্ৰাৰ্থনা কৰিব।

Tags: IndiaIndia WomenPakistan CricketWomen's T20 World Cup

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 30, 2026
অসমত জয়ৰ হেট্ৰিক কৰিব নেকি বিজেপিয়ে? EXIT POLLত অসমৰ ক’ত ক’ত কংগ্ৰেছ?
Top News

অসমত জয়ৰ হেট্ৰিক কৰিব নেকি বিজেপিয়ে? EXIT POLLত অসমৰ ক’ত ক’ত কংগ্ৰেছ?

April 30, 2026
দেশ কঁপোৱা ভয়ংকৰ পথ দুৰ্ঘটনা, প্ৰাণ হেৰুৱালে ১৬ জনকৈ লোকে
Top News

দেশ কঁপোৱা ভয়ংকৰ পথ দুৰ্ঘটনা, প্ৰাণ হেৰুৱালে ১৬ জনকৈ লোকে

April 30, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

April 30, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

April 30, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 30, 2026

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অসমত জয়ৰ হেট্ৰিক কৰিব নেকি বিজেপিয়ে? EXIT POLLত অসমৰ ক’ত ক’ত কংগ্ৰেছ?

দেশ কঁপোৱা ভয়ংকৰ পথ দুৰ্ঘটনা, প্ৰাণ হেৰুৱালে ১৬ জনকৈ লোকে

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025