বহু উৎকণ্ঠাৰ অন্তত আজি ঘোষণা কৰা হ’ব চলিত বৰ্ষৰ হায়াৰ চেকেণ্ডাৰী পৰীক্ষাৰ ফলাফল। পুৱা ৯ বজাত ঘোষণা কৰা হ’ব ফলাফল। সামাজিক মাধ্যমযোগে এই ঘোষণা কৰে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে।
পৰীক্ষাৰ্থীয়ে সৰ্বমুঠ ১২ টা ৱেবচাইট ঘোষণা চাব পাৰিব পৰীক্ষাৰ ফলাফল।
- assam.gov.in
- com
- co.in
- in
- com
- com
- com
- ndtv.com
- com
- shiksha
- net
- com
এছএমএছৰ জৰিয়তেও সকলোৱে চাব পাৰিব পৰীৰক্ষাৰ ফলাফল।
মেছজিং এপেৰেও চাব পাৰিব পৰীক্ষাৰ ফলাফল। ইয়াৰ বাবে প্ৰথমে ফোনৰ মেছেজিং এপটো খুলি লব।তাৰ পিছত তাত নতুন মেছেজ লিখব: ASSAM12<space>Roll Number.
তাৰ পিছত ৫৬২৬৩ নম্বৰলৈ এছএমএছ প্ৰেৰণ কৰিব লাগিব। ফলাফল একে নম্বৰলৈ টেক্সট মেছেজ হিচাপে প্ৰেৰণ কৰা হ’ব।