No Result
View All Result
বহু প্ৰতীক্ষাৰ অন্তত আজি ঘোষণা কৰা হ’ব চলিত বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল। পুৱা ১০:৩০ বজাত ঘোষণা হ’ব কৰা ফলাফল।সামাজিক মাধ্যমযোগে এই ঘোষণা কৰে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে।
পৰীক্ষাৰ্থীসকলে অনলাইনযোগে চাব পাৰিব পৰীক্ষাৰ ফলাফল। শিক্ষাৰ্থীসকলে ১৫টা ৱেবছাইটযোগে মেট্ৰিক পৰীক্ষাৰ ফলাফল চাব পাৰিব। সেইকেইটা হ’ল-
-
https://sebaonline.org
-
www.results.shiksha
-
www.indiaresults.com
-
www.assamresult.in
- www.assam.shiksha.com
উল্লেখ্য যে, চলিত শিক্ষাবৰ্ষত প্ৰায় ৪.৩০ লাখ পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছিল হাইস্কুল শিক্ষান্ত পৰীক্ষাত। প্ৰতিটো বিষয়ৰ পৰীক্ষাতে আছিল বস্তুনিষ্ঠ আৰু বাখ্যাত্মক প্ৰশ্নকাকত। এইবাৰ উভয় প্ৰশ্নকাকততে উত্তীৰ্ণ হ’ব লাগিব ছাত্ৰ-ছাত্ৰী।
অৱশ্যে এই বৰ্ষত শীৰ্ষ ১০ টা স্থান ঘোষণা কৰা হ’ব নে নাই এই সম্পৰ্কে নিশ্চিত কোনো ঘোষণা কৰা হোৱা নাই।
No Result
View All Result