• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, December 11, 2025
18 °c
Guwahati
18 ° Fri
19 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    জুবিনৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰা ছাত্ৰক সমালোচনা নাগালেণ্ডৰ মন্ত্ৰীৰ

    কোনে কিয় প্ৰাণ লৈছিল জুবিন গাৰ্গৰ? কাইলৈ ফাদিল হ’ব সকলো তথ্য…

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    ফুটপাথত ব্যৱসায় কৰিব নোৱাৰিব অচিনাকী লোকে! অচিনাকী লোকলৈ মুখ্যমন্ত্ৰীৰ সকীয়নি

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    ‘হিন্দু জাগিলে কোনো ঔৰংগজেৱ, ওছামা জীয়াই থাকিব নোৱাৰে’, বিহাৰত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

    দুবাৰকৈ বিয়া পতাসকল সাৱধান! শীঘ্ৰে চৰকাৰে মুকলি কৰিব এটা বিশেষ নম্বৰ

    সাজু বুলড’জাৰ, সাজু আৰক্ষী;  ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ

    কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

আহি গ’ল ICC চেম্পিয়নছ ট্ৰফীৰ সম্পূৰ্ণ সূচী; জানো আহক ভাৰতৰ মেচসমূহৰ সবিশেষ…

Nation NE by Nation NE
December 24, 2024
in Top News, ক্ৰীড়া
0 0
আহি গ’ল ICC চেম্পিয়নছ ট্ৰফীৰ সম্পূৰ্ণ সূচী; জানো আহক ভাৰতৰ মেচসমূহৰ সবিশেষ…

প্ৰতিনিধিত্বমূলক চিত্ৰ

Share on FacebookShare on TwitterWhatsApp

প্ৰকাশ পালে আইচিচি চেম্পিয়নছ ট্ৰফী ২০২৫ৰ সম্পূৰ্ণ সূচী। অহা ২৩ ফেব্ৰুৱাৰীত ডুবাইত অনুষ্ঠিত হ’ব ভাৰত আৰু পাকিস্তানৰ মাজৰ মেচ। প্ৰতিযোগিতাখনৰ প্ৰথমখন খেলত বাংলাদেশৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব ভাৰত। এই খেলখনো ডুবাইতে অনুষ্ঠিত হ’ব।

হাইব্ৰিড মডেলৰ বাবে পাকিস্তান ক্ৰিকেট ব’ৰ্ডে ইউ এ ইক বাছনি কৰিছিল। সেয়ে ভাৰতীয় দলে প্ৰতিযোগিতাৰ আটাইকেইখন খেল ইউ এ ইত খেলিব।

প্ৰকাশ পোৱা সূচী অনুসৰি, লাহোৰত অনুষ্ঠিত হ’ব চেম্পিয়নছ ট্ৰফী ২০২৫ৰ ফাইনেল মেচ। কিন্তু যদি ভাৰতীয় দলটোৱে ফাইনেলত প্ৰৱেশ কৰে তেন্তে মেচখন হ’ব ডুবাইত।

চেম্পিয়নছ ট্ৰফীৰ প্ৰথমখন খেল পাকিস্তান আৰু নিউজিলেণ্ডৰ মাজত অনুষ্ঠিত হ’ব। এই খেলখন ১৯ ফেব্ৰুৱাৰীত কৰাচীত অনুষ্ঠিত হ’ব। ইয়াৰ পিছত ভাৰত আৰু বাংলাদেশৰ মাজত খেল অনুষ্ঠিত হ’ব। এই খেলখন ২০ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’ব।

আফগানিস্তানৰ প্ৰথমখন খেল দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে। এই খেলখন কৰাচীত অনুষ্ঠিত হ’ব। অহা ২২ ফেব্ৰুৱাৰীত অষ্ট্ৰেলিয়া আৰু ইংলেণ্ডৰ মাজত অনুষ্ঠিত হ’ব হাইভল্টেজ মেচ।

ভাৰতে কেতিয়া আৰু ক’ত কাৰ লগত খেলিব?

প্ৰথমখন খেলত বাংলাদেশৰ বিৰুদ্ধে মুখামুখি হ’ব টিম ইণ্ডিয়া। ইয়াৰ পিছত পাকিস্তানৰ মুখামুখি হ’ব। এই খেলখন ২৩ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’ব। ২ মাৰ্চত ভাৰত আৰু নিউজিলেণ্ডৰ মাজত অনুষ্ঠিত হ’ব এই খেলখন। টিম ইণ্ডিয়াই নিজৰ সকলো মেচ কেৱল ডুবাইতহে খেলিব।

আইচিচি পুৰুষৰ চেম্পিয়নছ ট্ৰফী ২০২৫ৰ সূচী –

১৯ ফেব্ৰুৱাৰী – পাকিস্তান বনাম নিউজিলেণ্ড, নেচনেল ষ্টেডিয়াম, কৰাচী

২০ ফেব্ৰুৱাৰী – বাংলাদেশ বনাম ভাৰত, ডুবাই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়াম, ডুবাই

২১ ফেব্ৰুৱাৰী – আফগানিস্তান বনাম দক্ষিণ আফ্ৰিকা, নেচনেল ষ্টেডিয়াম, কৰাচী

২২ ফেব্ৰুৱাৰী – অষ্ট্ৰেলিয়া বনাম ইংলেণ্ড, গাদ্দাফি ষ্টেডিয়াম, লাহোৰ

২৩ ফেব্ৰুৱাৰী – পাকিস্তান বনাম ভাৰত, ডুবাই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়াম, ডুবাই

২৪ ফেব্ৰুৱাৰী – বাংলাদেশ বনাম নিউজিলেণ্ড, ৰাৱালপিণ্ডি ক্ৰিকেট ষ্টেডিয়াম, ৰাৱালপিণ্ডি

২৫ ফেব্ৰুৱাৰী – অষ্ট্ৰেলিয়া বনাম দক্ষিণ আফ্ৰিকা, ৰাৱালপিণ্ডি ক্ৰিকেট ষ্টেডিয়াম, ৰাৱালপিণ্ডি

২৬ ফেব্ৰুৱাৰী – আফগানিস্তান বনাম ইংলেণ্ড, গাদ্দাফি ষ্টেডিয়াম, লাহোৰ

২৭ ফেব্ৰুৱাৰী – পাকিস্তান বনাম বাংলাদেশ, ৰাৱালপিণ্ডি ক্ৰিকেট ষ্টেডিয়াম, ৰাৱালপিণ্ডি

২৮ ফেব্ৰুৱাৰী – আফগানিস্তান বনাম অষ্ট্ৰেলিয়া, গাদ্দাফি ষ্টেডিয়াম, লাহোৰ

১ মাৰ্চ – দক্ষিণ আফ্ৰিকা বনাম ইংলেণ্ড, নেচনেল ষ্টেডিয়াম, কৰাচী

২ মাৰ্চ – নিউজিলেণ্ড বনাম ভাৰত, ডুবাই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়াম, ডুবাই

ফাইনেল আৰু ছেমি ফাইনেল খেল ক’ত অনুষ্ঠিত হ’ব –

৪ মাৰ্চ – ছেমি ফাইনেল ১, ডুবাই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়াম, ডুবাই

৫ মাৰ্চ – ছেমিফাইনেল ২, গাদ্দাফি ষ্টেডিয়াম, লাহোৰ

৯ মাৰ্চ – ফাইনেল – গাদ্দাফি ষ্টেডিয়াম, লাহোৰ

Tags: Champions TrophyICCIndiaPakistan

Related Posts

জুবিনৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰা ছাত্ৰক সমালোচনা নাগালেণ্ডৰ মন্ত্ৰীৰ
Top News

কোনে কিয় প্ৰাণ লৈছিল জুবিন গাৰ্গৰ? কাইলৈ ফাদিল হ’ব সকলো তথ্য…

December 11, 2025
ভাৰতৰ ওপৰত শুল্ক আৰোপক লৈ ক্ষুব্ধ আমেৰিকাৰ ৰাজনীতিবিদ, ট্ৰাম্পলৈ সকীয়নি…
Top News

ভাৰতৰ ওপৰত শুল্ক আৰোপক লৈ ক্ষুব্ধ আমেৰিকাৰ ৰাজনীতিবিদ, ট্ৰাম্পলৈ সকীয়নি…

December 11, 2025
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

December 11, 2025
ফুটপাথত ব্যৱসায় কৰিব নোৱাৰিব অচিনাকী লোকে! অচিনাকী লোকলৈ মুখ্যমন্ত্ৰীৰ সকীয়নি
Top News

ফুটপাথত ব্যৱসায় কৰিব নোৱাৰিব অচিনাকী লোকে! অচিনাকী লোকলৈ মুখ্যমন্ত্ৰীৰ সকীয়নি

December 10, 2025
ট্ৰাম্পৰ বিৰুদ্ধে উত্থাপিত কণ্ঠ  আমেৰিকাতেই, ভাৰতৰ ওপৰত শুল্ক হ্ৰাস কৰাৰ দাবীৰ লগতে ক্ষমা বিচৰাৰ দাবী তীব্ৰতৰ
Top News

ভাৰতীয়ৰ বিৰুদ্ধে ট্ৰাম্পৰ ডাঙৰ এক্সন! আমেৰিকাই বাতিল কৰিলে ৮৫ হাজাৰ ভিছা

December 10, 2025
মাত্ৰ ৮০০ টকা উপাৰ্জন কৰি হৈ উঠিব ভাৰতত কোটিপতি! জানক এই মুছলমান দেশৰ সবিশেষ

শীৰ্ষ সংবাদ

কোনে কিয় প্ৰাণ লৈছিল জুবিন গাৰ্গৰ? কাইলৈ ফাদিল হ’ব সকলো তথ্য…

ভাৰতৰ ওপৰত শুল্ক আৰোপক লৈ ক্ষুব্ধ আমেৰিকাৰ ৰাজনীতিবিদ, ট্ৰাম্পলৈ সকীয়নি…

আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

ফুটপাথত ব্যৱসায় কৰিব নোৱাৰিব অচিনাকী লোকে! অচিনাকী লোকলৈ মুখ্যমন্ত্ৰীৰ সকীয়নি

ভাৰতীয়ৰ বিৰুদ্ধে ট্ৰাম্পৰ ডাঙৰ এক্সন! আমেৰিকাই বাতিল কৰিলে ৮৫ হাজাৰ ভিছা

মাত্ৰ ৮০০ টকা উপাৰ্জন কৰি হৈ উঠিব ভাৰতত কোটিপতি! জানক এই মুছলমান দেশৰ সবিশেষ

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025