• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Wednesday, June 4, 2025
26 °c
Guwahati
28 ° Thu
29 ° Fri
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    গৱেষক শিক্ষাৰ্থীৰ পৰা লাখপতি বাইদেউলৈ… বহু গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৰাজ্যিক কেবিনেটৰ

    অপেক্ষাৰ অন্ত! দেশত হ’বলগীয়া লোকপিয়লৰ সময় নিৰ্ধাৰণ

    ৰেপিড’ ব্যৱহাৰকাৰীৰ বাবে ডাঙৰ খবৰ; এটা নতুন নিয়মৰ বাবে ভৰিব লাগিব অধিক ধন

    কামৰ মিছা প্ৰলোভনেৰে বহিঃৰাজ্যলৈ যুৱতী সৰবৰাহ এক দম্পতীৰ! জানক সবিশেষ

    অন্ধবিশ্বাসৰ বলি হৈ ৰাজ্যত এক নাভুত-নাশ্ৰুত ঘটনা! জানক সবিশেষ…

    আপোনাৰ আজিৰ দিনটো ভালদৰে যাবনে? পঢ়ক ৰাশিফল

    দিনটো আৰম্ভ কৰাৰ পূৰ্বে জানি লওক আপোনাৰ আজিৰ ৰাশিফল

    নৱ গঠিত তিতাবৰ আৰু যোৰহাট সমষ্টিত আৱতৰীয়া দিপাৱালী; কিন্তু কিয়? জানক সবিশেষ

    ৰাজ্যসভাৰ এখন আসনৰ বাবে বিজেপিৰ ১৩ গৰাকী প্ৰাৰ্থী; চূড়ান্ত সিদ্ধান্ত ল’ব কেন্দ্ৰীয় সমিতিয়ে

    ব্ৰহ্মপুত্ৰৰ পানী সন্দৰ্ভত পাকিস্তানক সঠিক উত্তৰ দিলে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই

    Trending Tags

    • ৰাষ্ট্ৰীয়
    • আন্তঃ ৰাষ্ট্ৰীয়
    • বিনোদন
    • ক্ৰীড়া
    • ভিডিও
    No Result
    View All Result

      Home Top News

      অশান্ত মণিপুৰ; ৰাজ্যবাসীৰ ওচৰত ক্ষমা বিচাৰিলে মুখ্যমন্ত্ৰী এন বীৰেণ সিঙে

      Nation NE by Nation NE
      December 31, 2024
      in Top News, মণিপুৰ, ৰাষ্ট্ৰীয়
      0 0
      বীৰেন সিঙক অপসাৰণৰ দাবীৰে প্ৰধানমন্ত্ৰী মোদীলৈ পত্ৰ প্ৰেৰণ বিজেপি বিধায়কৰ
      Share on FacebookShare on TwitterWhatsApp

      মণিপুৰৰ হিংসাৰ বাবে ক্ষমা বিচাৰিছে মুখ্যমন্ত্ৰী এন বীৰেণ সিঙে। ২০২৪ বৰ্ষক তেওঁ দুৰ্ভাগ্যৰে ভৰা বুলি অভিহিত কৰিছে। ৰাজ্যখনত ৩ মে’ৰ পৰা আজিলৈকে যি ঘটনা সংঘটিত হৈছে তাৰ বাবে মুখ্যমন্ত্ৰীয়ে ৰাজ্যবাসীৰ ওচৰত ক্ষমা বিচাৰিছে।

      তেওঁ কয়, ‘এই গোটেই বছৰটো অতি দুৰ্ভাগ্যজনক। মই অত্যন্ত দুখী আৰু যোৱা ৩ মে’ৰ পৰা আজিলৈকে যি সংঘটিত হৈছে তাৰ বাবে ৰাজ্যবাসীৰ ওচৰত ক্ষমা খুজিব বিচাৰিছো। বহুতে নিজৰ আপোনজনক হেৰুৱাইছে। বহুতে গৃহহীন হৈছে। মই সঁচাকৈয়ে এই বেদনা অনুভৱ কৰিছো। এতিয়া আশা কৰিছো যে ২০২৫ চনৰ নতুন বছৰ আৰম্ভ হোৱাৰ লগে লগে ৰাজ্যখনত স্বাভাৱিকতা আৰু শান্তি ঘূৰি আহিব। ৰাজ্যৰ সকলো জনগোষ্ঠীলৈ আহ্বান জনাব বিচাৰো যে যিয়েই নহওক কিয়, আমি সকলোৱে অতীতৰ ভুলবোৰ পাহৰি এক শান্তিপূৰ্ণ মণিপুৰৰ বাবে একেলগে নতুন জীৱন আৰম্ভ কৰিব লাগিব।’

      মুখ্যমন্ত্ৰী এন বীৰেণ সিঙে লগতে কয়, ‘এতিয়ালৈকে মুঠতে প্ৰায় ২০০ জন লোক নিহত হৈছে আৰু প্ৰায় ১২,২৪৭ টা এফআইআৰ পঞ্জীয়ন কৰা হৈছে আৰু ৬২৫ জন অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে। প্ৰায় ৫,৬০০ টা বিস্ফোৰক সামগ্ৰী আৰু প্ৰায় ৩৫,০০০ গোলাবাৰুদ উদ্ধাৰ কৰা হৈছে। গৃহহীণ হোৱা লোকসকলক সহায় কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে পৰ্যাপ্ত পৰিমাণৰ ধন যোগান ধৰিছে।

      উল্লেখ্য যে, চলিত বৰ্ষৰ ৩ মে’ৰ পৰা মণিপুৰৰ দুই জনগোষ্ঠী মেইটেই আৰু কুকিৰ মাজত আৰম্ভ হৈছিল হিংসা। এই হিংসা নিমিষতে ভয়ংকৰ ৰূপ ধাৰণ কৰি ৰাজ্যৰ প্ৰতিটো প্ৰান্তত বিয়পি পৰে আৰু এই পৰ্যন্ত বহু লোক নিহত হোৱাৰ লগতে গৃহহীন হৈছে হাজাৰ-হাজাৰ লোক।

      এই গোষ্ঠীগত সংঘৰ্ষ নিয়ন্ত্ৰণ কৰিবলৈ ৰাজ্য চৰকাৰ ব্যৰ্থ হোৱাত দেশবাসীৰ ক্ষুৰধাৰ সমালোচনাৰ সন্মুখীন হৈছিল এন বীৰেণ সিং।

      Tags: #ManipurBiren SinghClash

      Related Posts

      গৱেষক শিক্ষাৰ্থীৰ পৰা লাখপতি বাইদেউলৈ… বহু গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৰাজ্যিক কেবিনেটৰ
      Top News

      June 4, 2025
      অপেক্ষাৰ অন্ত! দেশত হ’বলগীয়া লোকপিয়লৰ সময় নিৰ্ধাৰণ
      BIG BREAKING

      অপেক্ষাৰ অন্ত! দেশত হ’বলগীয়া লোকপিয়লৰ সময় নিৰ্ধাৰণ

      June 4, 2025
      কান্দোনৰ ৰোলত পৰিণত হ’ল RCBৰ বিজয় উৎসৱ; পদপিষ্ট হৈ ১১ জনৰ মৃত্যু
      Top News

      কান্দোনৰ ৰোলত পৰিণত হ’ল RCBৰ বিজয় উৎসৱ; পদপিষ্ট হৈ ১১ জনৰ মৃত্যু

      June 4, 2025
      ৰেপিড’ ব্যৱহাৰকাৰীৰ বাবে ডাঙৰ খবৰ; এটা নতুন নিয়মৰ বাবে ভৰিব লাগিব অধিক ধন
      Top News

      ৰেপিড’ ব্যৱহাৰকাৰীৰ বাবে ডাঙৰ খবৰ; এটা নতুন নিয়মৰ বাবে ভৰিব লাগিব অধিক ধন

      June 4, 2025
      কামৰ মিছা প্ৰলোভনেৰে বহিঃৰাজ্যলৈ যুৱতী সৰবৰাহ এক দম্পতীৰ! জানক সবিশেষ
      Top News

      কামৰ মিছা প্ৰলোভনেৰে বহিঃৰাজ্যলৈ যুৱতী সৰবৰাহ এক দম্পতীৰ! জানক সবিশেষ

      June 4, 2025
      অন্ধবিশ্বাসৰ বলি হৈ ৰাজ্যত এক নাভুত-নাশ্ৰুত ঘটনা! জানক সবিশেষ…
      Top News

      অন্ধবিশ্বাসৰ বলি হৈ ৰাজ্যত এক নাভুত-নাশ্ৰুত ঘটনা! জানক সবিশেষ…

      June 4, 2025

      শীৰ্ষ সংবাদ

      গৱেষক শিক্ষাৰ্থীৰ পৰা লাখপতি বাইদেউলৈ… বহু গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৰাজ্যিক কেবিনেটৰ

      অপেক্ষাৰ অন্ত! দেশত হ’বলগীয়া লোকপিয়লৰ সময় নিৰ্ধাৰণ

      কান্দোনৰ ৰোলত পৰিণত হ’ল RCBৰ বিজয় উৎসৱ; পদপিষ্ট হৈ ১১ জনৰ মৃত্যু

      ৰেপিড’ ব্যৱহাৰকাৰীৰ বাবে ডাঙৰ খবৰ; এটা নতুন নিয়মৰ বাবে ভৰিব লাগিব অধিক ধন

      কামৰ মিছা প্ৰলোভনেৰে বহিঃৰাজ্যলৈ যুৱতী সৰবৰাহ এক দম্পতীৰ! জানক সবিশেষ

      অন্ধবিশ্বাসৰ বলি হৈ ৰাজ্যত এক নাভুত-নাশ্ৰুত ঘটনা! জানক সবিশেষ…

      Nation NE

      © 2024 | Created and maintained by - Provibe Media LLP

      Navigate Site

      • About us
      • Contact us
      • Privacy Policy
      • Disclaimer
      • Grievance Redressal

      Follow Us

      Welcome Back!

      Login to your account below

      Forgotten Password?

      Retrieve your password

      Please enter your username or email address to reset your password.

      Log In

      Add New Playlist