• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, April 26, 2026
23 °c
Guwahati
22 ° Mon
21 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

অশান্ত মণিপুৰ; ৰাজ্যবাসীৰ ওচৰত ক্ষমা বিচাৰিলে মুখ্যমন্ত্ৰী এন বীৰেণ সিঙে

Nation NE by Nation NE
December 31, 2024
in Top News, মণিপুৰ, ৰাষ্ট্ৰীয়
0 0
বীৰেন সিঙক অপসাৰণৰ দাবীৰে প্ৰধানমন্ত্ৰী মোদীলৈ পত্ৰ প্ৰেৰণ বিজেপি বিধায়কৰ
Share on FacebookShare on TwitterWhatsApp

মণিপুৰৰ হিংসাৰ বাবে ক্ষমা বিচাৰিছে মুখ্যমন্ত্ৰী এন বীৰেণ সিঙে। ২০২৪ বৰ্ষক তেওঁ দুৰ্ভাগ্যৰে ভৰা বুলি অভিহিত কৰিছে। ৰাজ্যখনত ৩ মে’ৰ পৰা আজিলৈকে যি ঘটনা সংঘটিত হৈছে তাৰ বাবে মুখ্যমন্ত্ৰীয়ে ৰাজ্যবাসীৰ ওচৰত ক্ষমা বিচাৰিছে।

তেওঁ কয়, ‘এই গোটেই বছৰটো অতি দুৰ্ভাগ্যজনক। মই অত্যন্ত দুখী আৰু যোৱা ৩ মে’ৰ পৰা আজিলৈকে যি সংঘটিত হৈছে তাৰ বাবে ৰাজ্যবাসীৰ ওচৰত ক্ষমা খুজিব বিচাৰিছো। বহুতে নিজৰ আপোনজনক হেৰুৱাইছে। বহুতে গৃহহীন হৈছে। মই সঁচাকৈয়ে এই বেদনা অনুভৱ কৰিছো। এতিয়া আশা কৰিছো যে ২০২৫ চনৰ নতুন বছৰ আৰম্ভ হোৱাৰ লগে লগে ৰাজ্যখনত স্বাভাৱিকতা আৰু শান্তি ঘূৰি আহিব। ৰাজ্যৰ সকলো জনগোষ্ঠীলৈ আহ্বান জনাব বিচাৰো যে যিয়েই নহওক কিয়, আমি সকলোৱে অতীতৰ ভুলবোৰ পাহৰি এক শান্তিপূৰ্ণ মণিপুৰৰ বাবে একেলগে নতুন জীৱন আৰম্ভ কৰিব লাগিব।’

মুখ্যমন্ত্ৰী এন বীৰেণ সিঙে লগতে কয়, ‘এতিয়ালৈকে মুঠতে প্ৰায় ২০০ জন লোক নিহত হৈছে আৰু প্ৰায় ১২,২৪৭ টা এফআইআৰ পঞ্জীয়ন কৰা হৈছে আৰু ৬২৫ জন অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে। প্ৰায় ৫,৬০০ টা বিস্ফোৰক সামগ্ৰী আৰু প্ৰায় ৩৫,০০০ গোলাবাৰুদ উদ্ধাৰ কৰা হৈছে। গৃহহীণ হোৱা লোকসকলক সহায় কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে পৰ্যাপ্ত পৰিমাণৰ ধন যোগান ধৰিছে।

উল্লেখ্য যে, চলিত বৰ্ষৰ ৩ মে’ৰ পৰা মণিপুৰৰ দুই জনগোষ্ঠী মেইটেই আৰু কুকিৰ মাজত আৰম্ভ হৈছিল হিংসা। এই হিংসা নিমিষতে ভয়ংকৰ ৰূপ ধাৰণ কৰি ৰাজ্যৰ প্ৰতিটো প্ৰান্তত বিয়পি পৰে আৰু এই পৰ্যন্ত বহু লোক নিহত হোৱাৰ লগতে গৃহহীন হৈছে হাজাৰ-হাজাৰ লোক।

এই গোষ্ঠীগত সংঘৰ্ষ নিয়ন্ত্ৰণ কৰিবলৈ ৰাজ্য চৰকাৰ ব্যৰ্থ হোৱাত দেশবাসীৰ ক্ষুৰধাৰ সমালোচনাৰ সন্মুখীন হৈছিল এন বীৰেণ সিং।

Tags: #ManipurBiren SinghClash

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 26, 2026
অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক,  জানক এই ১০ পাৰ্শ্বক্ৰিয়া
Top News

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

April 25, 2026
‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান
Top News

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

April 25, 2026
নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা
Top News

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

April 25, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

April 25, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

April 25, 2026

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025