• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Tuesday, March 10, 2026
28 °c
Guwahati
27 ° Wed
25 ° Thu
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আচৰিত! অবৈধ প্ৰেমিক ৰাহুল দাসৰ সৈতে মিলি খোদ পত্নীয়ে লুটিলে স্বামীৰ গহণাৰ দোকান

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ইৰাণ যুদ্ধৰ প্ৰভাৱ! বন্ধ স্কুল-কলেজ,বিষয়া আৰু ৰাজনীতিবিদৰ দৰমহা কৰ্তন

Nation NE by Nation NE
March 10, 2026
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
ইৰাণ যুদ্ধৰ প্ৰভাৱ! বন্ধ স্কুল-কলেজ,বিষয়া আৰু ৰাজনীতিবিদৰ দৰমহা কৰ্তন
Share on FacebookShare on TwitterWhatsApp

মধ্যপ্ৰাচ্যত বৃদ্ধি পোৱা উত্তেজনা অৰ্থাৎ ইৰাণ-ইজৰাইল যুদ্ধ আৰু খাৰুৱা তেলৰ মূল্য প্ৰতি বেৰেলত ১০০ ডলাৰ অতিক্ৰম কৰাৰ পিছত পাকিস্তান চৰকাৰে ইন্ধন সংৰক্ষণৰ বাবে কেইবাটাও কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে।

প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফে ঘোষণা কৰিছে যে সমগ্ৰ দেশৰ বিদ্যালয়সমূহ দুসপ্তাহৰ বাবে বন্ধ থাকিব আনহাতে চৰকাৰী কাৰ্যালয়সমূহ এতিয়া সপ্তাহত মাত্ৰ চাৰিদিনহে চলিব। এক প্ৰতিবেদন অনুসৰি চৰকাৰে উল্লেখ কৰিছে যে, ইন্ধনৰ ব্যৱহাৰ হ্ৰাস কৰিবলৈ বেংকৰ বাহিৰে বেছিভাগ চৰকাৰী কাৰ্যালয়ে সীমিত দিনত কাম কৰিব। তদুপৰি উচ্চ শিক্ষানুষ্ঠানসমূহত আপাততঃ অনলাইনযোগে পাঠদান কৰা হ’ব।

চৰকাৰৰ সিদ্ধান্ত অনুসৰি অত্যাৱশ্যকীয় সেৱা আগবঢ়োৱা বিভাগৰ বাহিৰে বহু চৰকাৰী বিভাগৰ ৫০ শতাংশ কৰ্মচাৰীয়ে ঘৰৰ পৰাই কাম কৰিব। তদুপৰি অহা দুমাহৰ বাবে চৰকাৰী বিভাগসমূহলৈ ইন্ধনৰ যোগান ৫০ শতাংশ হ্ৰাস কৰাৰ কথা ঘোষণা কৰা হৈছে।

পাকিস্তানত ইন্ধন সংকটৰ মূল কাৰণ মধ্যপ্ৰাচ্যত ক্ৰমাৎ বৃদ্ধি পোৱা যুদ্ধ আৰু হৰমুজ জলদ্বীপত বৃদ্ধি পোৱা উত্তেজনা বুলি কোৱা হৈছে। এই সাগৰীয় পথেৰে পাকিস্তানে তেলৰ বৃহৎ যোগান লাভ কৰে। অৱনতি ঘটা আঞ্চলিক পৰিস্থিতিয়ে যোগান ব্যৱস্থাত ব্যাঘাত জন্মোৱাৰ লগতে মূল্যৰ তীব্ৰ বৃদ্ধিৰ সূচনা কৰিছে।

৭ মাৰ্চৰ গভীৰ নিশা চৰকাৰে প্ৰতি লিটাৰ পেট্ৰ’লৰ মূল্য ৫৫ পাকিস্তানী টকা বৃদ্ধি কৰাৰ কথা ঘোষণা কৰে, যিটো দেশৰ ইতিহাসত সৰ্বাধিক বৃদ্ধি বুলি ধাৰণা কৰা হৈছে। সংবাদমেলত পেট্ৰলিয়াম মন্ত্ৰী আলী পাৰৱাইজ মালিক, উপ-প্ৰধানমন্ত্ৰী আৰু বৈদেশিক মন্ত্ৰী ইছহাক দাৰ, বিত্তমন্ত্ৰী মহম্মদ ঔৰংজেবো উপস্থিত থাকে। কেৱল পেট্ৰ’ল নহয়, তীব্ৰবেগী ডিজেলৰ মূল্যও প্ৰায় ২০ শতাংশ বৃদ্ধি কৰা হৈছে। ডিজেলৰ মূল্য ২৮০.৮৬ পাকিস্তানী টকাৰ পৰা ৩৩৫.৮৬ টকালৈ বৃদ্ধি কৰা হৈছে।

মন্ত্ৰী আলী পাৰৱাইজ মালিকে কয় যে, চুবুৰীয়া অঞ্চলটোত যি সংঘাতৰ সৃষ্টি হৈছিল, সেই সংঘাতে এতিয়া সমগ্ৰ অঞ্চলটোকে প্ৰভাৱিত কৰিছে, আৰু এই সংকট কিমান দিনলৈ চলি থাকিব সেয়া বৰ্তমান স্পষ্ট নহয়। চৰকাৰৰ মতে যদি এতিয়া ইন্ধনৰ ব্যৱহাৰ নিয়ন্ত্ৰণ কৰা নহয় তেন্তে ভৱিষ্যতে অৰ্থনৈতিক চাপ আৰু বৃদ্ধি পাব পাৰে, সেয়েহে এই কঠোৰ পদক্ষেপসমূহ সাময়িকভাৱে গ্ৰহণ কৰা হৈছে।

Tags: Middle EastPakistanwar impact

Related Posts

ইৰাণৰ দ্বাৰা বেলিষ্টিক মিছাইল নিক্ষেপক লৈ ক্ষুব্ধ তুৰস্ক, যুদ্ধ ঘোষণা কৰি সাগৰত নিক্ষেপ ক্ষেপণাস্ত্ৰ
Top News

ইৰাণৰ দ্বাৰা বেলিষ্টিক মিছাইল নিক্ষেপক লৈ ক্ষুব্ধ তুৰস্ক, যুদ্ধ ঘোষণা কৰি সাগৰত নিক্ষেপ ক্ষেপণাস্ত্ৰ

March 10, 2026
জ্ঞানবাপি মছজিদক লৈ ডাঙৰ আপডেট, এলাহাবাদ উচ্চ ন্যায়ালয়ত আজি শুনানি

ইৰাণত ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰাক লৈ ইজৰাইলৰ ওপৰত ক্ষুব্ধ আমেৰিকা! প্ৰেৰণ কৰিলে এই তীক্ষ্ণ বাৰ্তা

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

March 10, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

March 10, 2026

শীৰ্ষ সংবাদ

ইৰাণ যুদ্ধৰ প্ৰভাৱ! বন্ধ স্কুল-কলেজ,বিষয়া আৰু ৰাজনীতিবিদৰ দৰমহা কৰ্তন

ইৰাণৰ দ্বাৰা বেলিষ্টিক মিছাইল নিক্ষেপক লৈ ক্ষুব্ধ তুৰস্ক, যুদ্ধ ঘোষণা কৰি সাগৰত নিক্ষেপ ক্ষেপণাস্ত্ৰ

জ্ঞানবাপি মছজিদক লৈ ডাঙৰ আপডেট, এলাহাবাদ উচ্চ ন্যায়ালয়ত আজি শুনানি

ইৰাণত ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰাক লৈ ইজৰাইলৰ ওপৰত ক্ষুব্ধ আমেৰিকা! প্ৰেৰণ কৰিলে এই তীক্ষ্ণ বাৰ্তা

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025