• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, April 27, 2026
21 °c
Guwahati
23 ° Tue
24 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

Nation NE by Nation NE
March 10, 2026
in Top News, আন্তঃ ৰাষ্ট্ৰীয়, ৰাষ্ট্ৰীয়
0 0
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Share on FacebookShare on TwitterWhatsApp
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটো বহুকেইটা ঘটনাৰে লিপিবদ্ধ হৈ আছে। জানো আহক ইতিহাসৰ পাতত নথীভুক্ত হৈ থকা বহু ঘটনাৰ বিশেষত্বৰ বিষয়ে-

১৯২২- মহাত্মা গান্ধীক গ্ৰেপ্তাৰ কৰি দেশদ্ৰোহৰ অভিযোগ উত্থাপন কৰি ছবছৰ কাৰাবাস খাটিছিল যদিও দুবছৰৰ পিছত মুকলি কৰি দিয়া হয়।

১৯৯৮- ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতি চুহাৰ্টো একেৰাহে সপ্তমবাৰৰ বাবে ৰাষ্ট্ৰপতি পদৰ বাবে নিৰ্বাচিত হয়।

২০০২- পেলেষ্টাইনৰ ৰাষ্ট্ৰপতি ইয়াছিৰ আৰাফাতৰ ওপৰত থকা ভ্ৰমণ নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰা হয়; পাকিস্তানে সাৰ্কৰ গৃহমন্ত্ৰী সন্মিলনৰ প্ৰস্তাৱ আগবঢ়ায়।

২০০৩- উত্তৰ কোৰিয়াই ক্ৰুজ মিছাইল পৰীক্ষা কৰে; ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধান কফি আন্নানে নিৰাপত্তা পৰিষদৰ সদস্যসকলক তেওঁলোকৰ মতানৈক্য সমাধান কৰি ইৰাকৰ নিৰস্ত্ৰকৰণৰ ক্ষেত্ৰত একমতত উপনীত হ’বলৈ আহ্বান জনায়।

২০০৬- পাকিস্তানৰ কুৱেটাত লেণ্ডমাইন বিস্ফোৰণত ২৬ জন লোকৰ মৃত্যু হয়।

২০০৭- ইউক্ৰেইনৰ ভাচিলি ইভানচুকক পৰাস্ত কৰি বিশ্বনাথন আনন্দই দবাত প্ৰথম স্থান দখল কৰে।

২০০৮- মাণিক সৰকাৰৰ নেতৃত্বত বাওঁপন্থীয়ে ত্ৰিপুৰাত পুনৰ ক্ষমতা দখল কৰে। কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ডি.ডি. লাপাঙে মেঘালয়ৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে।

২০১০- ভাৰতীয় সংসদৰ উচ্চ সদন ৰাজ্যসভাত মহিলা সংৰক্ষণ বিধেয়ক গৃহীত হয়।

২০১৭- দক্ষিণ কোৰিয়াৰ ৰাষ্ট্ৰপতি পাৰ্ক গেউন-হাইক সাংবিধানিক আদালতে পদৰ পৰা অপসাৰণ কৰে।

২০১৮- শ্ৰীলংকাত সাম্প্ৰদায়িক দাঙ্গাত দুজন লোকৰ মৃত্যু হোৱাৰ লগতে আহত হৈছে দহজন।

Tags: global newsHistory EventsWorld news

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

April 27, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 26, 2026
অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক,  জানক এই ১০ পাৰ্শ্বক্ৰিয়া

April 25, 2026
‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান
Top News

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

April 25, 2026
নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা
Top News

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

April 25, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

April 25, 2026

শীৰ্ষ সংবাদ

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025