• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Tuesday, February 3, 2026
21 °c
Guwahati
21 ° Wed
21 ° Thu
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ধেমালিতে স্বামীয়ে পত্নীক ক’লে ‘বান্দৰী’ বুলি; খঙত পত্নীয়ে কৰিলে ভয়ংকৰ কাণ্ড, জানক সৱিশেষ

    দিল্লী কাণ্ডক সমৰ্থন কৰা প্ৰতিজন লোক যাব লাগিব জে’ললৈ

    ‘সকলো সমস্যাৰ সমাধান হৈ যাব’, মিঞাৰ প্ৰসংগত পুনৰ সৰৱ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

অলিম্পিকত পদক লাভ কৰা খেলুৱৈয়ে কিমান টকা পায়? জানিলে আচৰিত হ’ব আপুনি…

Nation NE by Nation NE
August 3, 2024
in Top News, ক্ৰীড়া
0 0
অলিম্পিকত পদক লাভ কৰা খেলুৱৈয়ে কিমান টকা পায়? জানিলে আচৰিত হ’ব আপুনি…
Share on FacebookShare on TwitterWhatsApp

পেৰিছ অলিম্পিকৰ খেলুৱৈসকলৰ ওপৰত বিশ্ববাসীৰ দৃষ্টি নিৱদ্ধ। স্বৰ্ণ জয়ৰ লক্ষ্য়ৰে বিশ্বৰ আটাইতকৈ প্ৰতিভাশালী খেলুৱৈসকলে অংশ লৈছে অলিম্পিকত। এতিয়ালৈ ভাৰতে অলিম্পিকত ৩টা পদক লাভ কৰিছে।

অলিম্পিকত পদক লাভ কৰা খেলুৱৈ এজনে কিমান ধন লাভ কৰে? আপুনি বাৰু জানেনে? অলিম্পিকত পদক লাভ কৰা খেলুৱৈসকলে লাভ কৰা ধনৰ পৰিমাণৰ বিষয়ে জানিলে আচৰিত হ’ব আপুনি।

বিশ্ববাসীৰ দৃষ্টি আকৰ্ষণ কৰা অলিম্পিকত পদক জয়ী খেলুৱৈসকলক অলিম্পিক কমিটিয়ে নগদ ধন প্ৰদান নকৰে। একেদৰে ভাৰতীয় অলিম্পিক সংস্থায়ো পদক বিজেতাসকলক নগদ ধন প্ৰদান নকৰে।

অৱশ্যে অলিম্পিকত পদক বিজয়ীসকলৰ বাবে নগদ ধনৰ পুৰস্কাৰ ঘোষণা কৰিছে ভাৰত চৰকাৰে। সোণৰ পদক লাভ কৰা খেলুৱৈক ৭৫লাখ, ৰূপৰ পদক লাভ কৰা খেলুৱৈক ৫০ লাখ আৰু ব্ৰঞ্জৰ পদক লাভ কৰা খেলুৱৈক ৩০ লাখ টকা প্ৰদান কৰাৰ কথা ঘোষণা কৰিছে কেন্দ্ৰীয় চৰকাৰে।

ইয়াৰ উপৰি ৰাজ্য চৰকাৰেও অলিম্পিকত অংশগ্ৰহণকাৰী খেলুৱৈ বা পদক দখল কৰা খেলুৱৈসকলক আৰ্থিক ধন আগবঢ়োৱাৰ লগতে চৰকাৰী চাকৰি প্ৰদান কৰাৰ নিয়ম আমাৰ দেশত আছে।

উল্লেখ্য যে নীৰজ চোপ্ৰাই ২০২০ টকিঅ’ অলিম্পিকত জেভলিন থ্ৰ’ ইভেণ্টত সোণৰ পদক লাভ কৰিছিল। ইয়াৰ পিছত কেন্দ্ৰীয় চৰকাৰে তেওঁক ৭৫ লাখ টকা প্ৰদান কৰে। একে সময়তে হাৰিয়ানা চৰকাৰেও নীৰজ চোপ্ৰালৈ ৬ কোটি টকাৰ পুৰস্কাৰ আৰু গ্ৰেড-১ৰ চৰকাৰী চাকৰিৰ অফাৰ আগবঢ়ায়।

একেদৰে ভাৰোত্তোলক মীৰাবাঈ চানুৱে টকিঅ’ অলিম্পিকত ৰূপৰ পদক জয় কৰিছিল। ইয়াৰ বাবে তেওঁ কেন্দ্ৰীয় চৰকাৰৰ পৰা ৫০ লাখ টকা আৰু মণিপুৰ চৰকাৰৰ পৰা ১ কোটি টকাৰ নগদ পুৰস্কাৰ লাভ কৰে। এগৰাকী ৰে’ল কৰ্মচাৰী হোৱাৰ বাবে তেওঁক বিভাগৰ পৰা পৃথকে ২ কোটি টকাৰ নগদ পুৰস্কাৰ প্ৰদান কৰা হয়। ইয়াৰ উপৰি মণিপুৰ চৰকাৰে তেওঁক অতিৰিক্ত আৰক্ষী অধীক্ষক হিচাপে পদোন্নতি দিয়ে।

ইউএছএ টুডে স্পৰ্টছে আন দেশত নগদ পুৰষ্কাৰৰ তুলনা কৰি এখন প্ৰতিবেদন প্ৰকাশ কৰিছে। প্ৰকাশিত প্ৰতিবেদন মতে, চীনা টাইপেই আৰু ছিংগাপুৰে টকিঅ’ অলিম্পিকত তেওঁলোকৰ খেলুৱৈসকলক সৰ্বাধিক নগদ পুৰস্কাৰ প্ৰদান কৰে।

ছিংগাপুৰে টকিঅ’ অলিম্পিকত সোণৰ পদক লাভ কৰা খেলুৱৈক ১  নিযুত ডলাৰ দিয়াৰ ঘোষণা কৰিছিল। চীনা টাইপেই একমাত্ৰ স্বৰ্ণ পদক বিজয়ী ভাৰোত্তোলক চিং-চুন কুওক ৭,১৬,০০০ ডলাৰৰে পুৰস্কৃত কৰিছিল।

ইপিনে, মালয়েছিয়া, মৰক্কো আৰু ছাৰ্বিয়াৰ স্বৰ্ণ পদক বিজয়ীসকলে দেশখনৰ চৰকাৰ বা ৰাষ্ট্ৰীয় অলিম্পিক সমিতিৰ পৰা অলিম্পিকৰ স্বৰ্ণ পদকত ২,০০,০০০ আমেৰিকান ডলাৰৰ অধিক লাভ কৰিব।

চাৰ্বিয়াৰ সোণৰ পদক লাভ কৰা খেলুৱৈয়ে লাভ কৰিব ২,১৪,০০০ ডলাৰ। সোণৰ পদক লাভ কৰা খেলুৱৈক মালেছিয়াই ২১১৮০ ডলাৰ আৰু মৰক্কো চৰকাৰে  ২০০৫২৫ ডলাৰ প্ৰদান কৰাৰ ঘোষণা কৰিছে। ইটালী, লিথুওনিয়া, হাংগেৰী, ইউক্ৰেইন, কোছাৱা আৰু স্পেইনে সোণৰ পদক লাভ কৰা খেলুৱৈক ১ লাখ ডলাৰতকৈ অধিক টকা দিয়াৰ ঘোষণা কৰিছে। অলিম্পিকত অভিলেখ গঢ়া খেলুৱৈৰ বাবেও বিশেষ উপহাৰ আগবঢ়ায় এইসমূহ দেশে।

আমেৰিকাৰ অলিম্পিক আৰু পেৰা অলিম্পিক সমিতিয়ে পেৰিছ অলিম্পিকক ‘অপাৰেচন গোল্ড’ বুলি নামকৰণ কৰিছে। ইয়াৰ প্ৰতিজন খেলুৱৈয়ে পেৰিছত সোণৰ পদক জয় কৰাৰ বাবে ৩৭,৫০০ আমেৰিকান ডলাৰ লাভ কৰিব। ৰূপৰ পদক লাভ কৰাসকলক ২২,৫০০ আমেৰিকান ডলাৰ আৰু ব্ৰঞ্জৰ পদক বিজয়ী খেলুৱৈক প্ৰদান কৰা হব ১৫,০০০ ডলাৰ।

টকিঅ’ অলিম্পিকত আমেৰিকাই ৩৯ টা স্বৰ্ণ, ৪১ টা ৰূপ আৰু ৩৩ টা ব্ৰঞ্জৰ সৈতে পদক তালিকাৰ শীৰ্ষস্থান লাভ কৰিছিল। চলিত অলিম্পিকত আমেৰিকাই বৰ্তমান ৯ টা সোণসহ ৪৩টা পদকেৰে তালিকাৰ চতুৰ্থ স্থানত আছে।

Tags: MedalistsOlympics 2024Paris Olympics 2024

Related Posts

মহাশিৱৰাত্ৰিত ভুলতো নকৰিব এইকেইটা কাম, অন্যথা ৰুষ্ট হ’ব দেৱাদিদেৱ মহাদেৱ
Top News

মহাশিৱৰাত্ৰিত ভুলতো নকৰিব এইকেইটা কাম, অন্যথা ৰুষ্ট হ’ব দেৱাদিদেৱ মহাদেৱ

February 3, 2026
ভাৰতৰ সন্মুখত হাৰ মানিলে আমেৰিকাই! শুল্কহ্ৰাসৰ বাবে  কি কি সামগ্ৰীৰ মূল্য হ্ৰাস হ’ব ?
Top News

ভাৰতৰ সন্মুখত হাৰ মানিলে আমেৰিকাই! শুল্কহ্ৰাসৰ বাবে কি কি সামগ্ৰীৰ মূল্য হ্ৰাস হ’ব ?

February 3, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

February 3, 2026
কৰ্তব্যৰত আৰক্ষীক দাঁতেৰে কামুৰিলে মহিলাই, চৰকাৰী কাম-কাজত বাধাৰ সৃষ্টি
Top News

কৰ্তব্যৰত আৰক্ষীক দাঁতেৰে কামুৰিলে মহিলাই, চৰকাৰী কাম-কাজত বাধাৰ সৃষ্টি

February 3, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

February 3, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

February 3, 2026

শীৰ্ষ সংবাদ

মহাশিৱৰাত্ৰিত ভুলতো নকৰিব এইকেইটা কাম, অন্যথা ৰুষ্ট হ’ব দেৱাদিদেৱ মহাদেৱ

ভাৰতৰ সন্মুখত হাৰ মানিলে আমেৰিকাই! শুল্কহ্ৰাসৰ বাবে কি কি সামগ্ৰীৰ মূল্য হ্ৰাস হ’ব ?

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

কৰ্তব্যৰত আৰক্ষীক দাঁতেৰে কামুৰিলে মহিলাই, চৰকাৰী কাম-কাজত বাধাৰ সৃষ্টি

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025