• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, March 12, 2026
26 °c
Guwahati
23 ° Fri
23 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আচৰিত! অবৈধ প্ৰেমিক ৰাহুল দাসৰ সৈতে মিলি খোদ পত্নীয়ে লুটিলে স্বামীৰ গহণাৰ দোকান

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ভাৰতলৈ ভ্ৰমণলৈ শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি, ১৫ ডিচেম্বৰৰ পৰা প্ৰথম বিদেশ ভ্ৰমণ

Nation NE by Nation NE
December 14, 2024
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
ভাৰতলৈ ভ্ৰমণলৈ শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি, ১৫ ডিচেম্বৰৰ পৰা প্ৰথম বিদেশ ভ্ৰমণ
Share on FacebookShare on TwitterWhatsApp

শ্ৰীলংকাৰ নতুন ৰাষ্ট্ৰপতি অনুৰা কুমাৰ দিসানায়াকে দেওবাৰে ভাৰত ভ্ৰমণলৈ আহিব। শুকুৰবাৰে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰকাশ কৰে যে, শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি দিছানায়াকে ৩ দিনীয়া ভ্ৰমণসূচীৰে ১৫ ডিচেম্বৰত ভাৰত ভ্ৰমণ কৰিব।

এই ভ্ৰমণৰ সময়ত তেওঁ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰিব।

আজি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছৱালে সংবাদ মাধ্যমৰ সন্মুখত ভাষণ প্ৰদান কৰি কয় যে, শ্ৰীলংকাত সদ্য সমাপ্ত ৰাষ্ট্ৰপতি আৰু সংসদীয় নিৰ্বাচনৰ পিছত ৰাষ্ট্ৰপতি দিসানায়াকেৰ এইয়া প্ৰথমটো ভাৰত ভ্ৰমণ। তেওঁ কয় যে, ৰাষ্ট্ৰপতি দিছনায়কে দিল্লীত এক ব্যৱসায়িক অনুষ্ঠানতোত অংশগ্ৰহণ কৰিব।

ৰাষ্ট্ৰপতি হোৱাৰ পিছত এয়া তেওঁৰ প্ৰথম বিদেশ ভ্ৰমণ।

উল্লেখ্য যে, ভ্ৰমণৰ সময়ত তেওঁ নতুন দিল্লীত উপস্থিত হৈ ৰাষ্ট্ৰপতি ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক সাক্ষাৎ কৰিব। তদুপৰি তেওঁ প্ৰধানমন্ত্ৰী মোদীৰ সৈতে পাৰস্পৰিক স্বাৰ্থৰ দ্বিপাক্ষিক, আঞ্চলিক আৰু আন্তঃৰাষ্ট্ৰীয় বিষয়সমূহৰ ওপৰত আলোচনা কৰিব।

ভাৰত ভ্ৰমণৰ সময়ত তেওঁ বৌদ্ধ-গয়াও ভ্ৰমণ কৰিব। ৰাষ্ট্ৰপতি দিসানায়াকৰ ভাৰত ভ্ৰমণে দুয়োখন দেশৰ বহুমাত্ৰিক আৰু পাৰস্পৰিকভাৱে লাভজনক সহযোগিতাক আৰু অধিক শক্তিশালী কৰিব বুলি বিশ্বাস কৰা হৈছে।

ইয়াৰ পূৰ্বে অক্টোবৰৰ আৰম্ভণিতে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে কলম্বো ভ্ৰমণৰ সময়ত ৰাষ্ট্ৰপতি দিসানায়াকক সাক্ষাৎ কৰিছিল। ভাৰত আৰু শ্ৰীলংকাৰ জনসাধাৰণৰ স্বাৰ্থত সহযোগিতা গভীৰ আৰু দ্বিপাক্ষিক সম্পৰ্ক সুদৃঢ় কৰাৰ উপায় সন্দৰ্ভত দুয়োগৰাকী নেতাই দীৰ্ঘদিনীয়া আলোচনাত মিলিত হয়।

এই বৈঠকৰ সময়ত বৈদেশিক মন্ত্ৰী জয়শংকৰে ৰাষ্ট্ৰপতি দিসানায়াকলৈ প্ৰধানমন্ত্ৰী মোদী আৰু ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে প্ৰেৰণ কৰা উষ্ম শুভেচ্ছা জ্ঞাপন কৰিছিল। ছেপ্টেম্বৰ মাহত অনুষ্ঠিত হোৱা নিৰ্বাচনত তেওঁ ৰাষ্ট্ৰপতি নিৰ্বাচিত হৈছিল।

Tags: IndiaPresidentSri Lanka

Related Posts

যুদ্ধবিৰতি সন্দৰ্ভত ইৰাণৰ ৩ চৰ্ত, মধ্যপ্ৰাচ্যৰ যুদ্ধত বৰ্তমানলৈকে কি কি হৈছে? ১০টা বিশেষ আপডেট
Top News

March 12, 2026
ইৰাণ, আমেৰিকাৰ পৰা কুৱেইট, ওমানলৈকে… মধ্যপ্ৰাচ্যৰ যুদ্ধত কোন দেশে কিমান লোক হেৰুৱালে?
Top News

ট্ৰাম্পৰ ভাবুকিৰ পিছত তেহৰানে এক বৃহৎ পদক্ষেপ! পাৰস্য উপসাগৰত আমেৰিকাৰ তেল টেংকাৰত বিস্ফোৰণ ইৰাণৰ

March 12, 2026
ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

March 12, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

March 12, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

March 12, 2026

শীৰ্ষ সংবাদ

যুদ্ধবিৰতি সন্দৰ্ভত ইৰাণৰ ৩ চৰ্ত, মধ্যপ্ৰাচ্যৰ যুদ্ধত বৰ্তমানলৈকে কি কি হৈছে? ১০টা বিশেষ আপডেট

ট্ৰাম্পৰ ভাবুকিৰ পিছত তেহৰানে এক বৃহৎ পদক্ষেপ! পাৰস্য উপসাগৰত আমেৰিকাৰ তেল টেংকাৰত বিস্ফোৰণ ইৰাণৰ

ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025