• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, September 7, 2025
30 °c
Guwahati
30 ° Tue
26 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আজিৰ দিনটোৰ ৰাশিফল; কি কয় ৰাশিচক্ৰই?

    আজিৰ দিনটোৱে এই ৰাশিৰ লোকসকলৰ বাবে কঢ়িয়াই আনিব আশাৰ বতৰা

    আজিৰ দিনটো আৰ্থিক ক্ষেত্ৰত কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক ৰাশিফল

    ২২ ছেপ্তেম্বৰত ৫ খনকৈ জিলাত চৰকাৰী বন্ধ ঘোষণা, বন্ধ থাকিব স্কুল-কলেজ, কাৰ্যালয়-ব্যৱসায়িক প্ৰতিষ্ঠান

    চাকৰিৰ নামত এতিয়াও প্ৰবঞ্চনাৰে একাংশই লুটিছে ধন! ৰঙিয়া আৰক্ষী থানাত এগৰাকী অসহায় যুৱতী!

    ICC বিশ্বকাপ মহিলা দলত অসমৰ উমা চেত্ৰী

    আজিৰ দিনটো আপোনাৰ বাবে শুভ নে? জানিবলৈ পঢ়ক ৰাশিফল

    অতুল বৰাক দোষাৰোপ কৰি দল ত্যাগ প্ৰাক্তন অগপ বিধায়ক সত্যব্ৰত কলিতাৰ

    কোনবোৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ; জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    Trending Tags

    • ৰাষ্ট্ৰীয়
    • আন্তঃ ৰাষ্ট্ৰীয়
    • বিনোদন
    • ক্ৰীড়া
    • ভিডিও
    No Result
    View All Result

      Home Top News

      প্ৰশ্ন কাকত ফাদিল আৰু নকল কৰাসকলক লৈ আহিল কঠোৰ আইন

      জামিনবিহীন ধাৰাত ১০ বছৰলৈ লগে লগে যাব লাগিব কাৰাগাৰলৈ

      Nation NE by Nation NE
      June 22, 2024
      in Top News, ৰাষ্ট্ৰীয়
      0 0
      প্ৰশ্ন কাকত ফাদিল আৰু নকল কৰাসকলক লৈ আহিল কঠোৰ আইন

      পেপাৰ ফাদিল কৰাসকলক লৈ আহিল কঠোৰ আইন

      Share on FacebookShare on TwitterWhatsApp

      প্ৰশ্ন কাকত ফাদিল কৰাসকলক লৈ কেন্দ্ৰই আনিলে নতুন নিয়ম। এতিয়াৰে পৰা প্ৰশ্ন কাকত ফাদিল কৰি ধৰা পৰিলে লগে লগে ১০ বছৰলৈ যাব লাগিব জে’ললৈ। জামিনবিহীন ধাৰাত ৰুজু হ’ব গোচৰ। পেপাৰ লীক বিৰোধী আইন প্ৰৱৰ্তন কৰিলে কেন্দ্ৰই। ভৱিষ্যতে পেপাৰ ফাদিল ঘটনা যাতে ৰোধ কৰিব পৰা যায় তাৰ বাবে কঠোৰৰ পৰা কঠোৰ আইন প্ৰৱৰ্তন কৰিলে কেন্দ্ৰই।

      দেশজুৰি অনুষ্ঠিত হ’বলদীয়া পৰীক্ষাসমূহত যাতে নকল আৰু পেপাৰ ফাদিল নহয় তাৰ বাবেই আনিলে এই আইন। যদিহে এই ঘটনাত ধৰা পৰে তেন্তে লগে লগে যাব লাগিব কাৰাগাৰলৈ। এইবছৰৰ ফেব্ৰুৱাৰী মাহত সদনত উত্থাপন হৈছিল আইন। ২০২৪ৰ ২১ জুনত এই আইনক স্বীকৃতি দি পৰৱৰ্তী সময়ত পেপাৰ ফাদিল যাতে ৰোধ কৰিব পৰা যায় তাৰ বাবেই এই আনিলে এই আইন। পৰীক্ষাত নকল যদি কৰি ধৰা পৰে তেন্তে ৩ৰ পৰা ৫ বছৰৰ বাবে যাব লাগিব জে’ললৈ। পেপাৰ ফাদিল চক্ৰৰ লগত জড়িত ব্যক্তিক ১০ বছৰ পৰ্যন্ত কাৰাবাস দিয়া হ’ব। তাৰ উপৰিও ১ কোটি টকা পৰ্যন্ত জৰিমণা বিহা হ’ব।

      আনহাতে জৰিমণাৰ ক্ষেত্ৰতো কঠোৰ কৰা হৈছে। পেপাৰ ফাদিলত ধৰা পৰা লোকৰ পৰা মাটি-সম্পত্তি বিক্ৰী কৰি হ’লেও প্ৰশাসনে ১ কোটি টকা জৰিমণা আদায় কৰিব। নহ’লে সম্পত্তি জব্দ কৰাৰো প্ৰৱাধান কৰা হৈছে এই আইনৰ আওতাত। পৰীক্ষাৰ অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত খৰছ হোৱা ধনৰাশিও দোষীৰ পৰা সংগ্ৰহ কৰা হ’ব।

      Tags: #paperleak #exam #india

      Related Posts

      মুম্বাইৰ এখন হাস্পতাল বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি
      Top News

      September 7, 2025
      দলৰ ভিতৰচ’ৰাত ক্ষোভ-অসন্তুষ্টি; শীঘ্ৰেই পদত্যাগ কৰিব জাপানৰ প্ৰধানমন্ত্ৰী শ্বিগেৰু ইছিবাই
      BIG BREAKING

      দলৰ ভিতৰচ’ৰাত ক্ষোভ-অসন্তুষ্টি; শীঘ্ৰেই পদত্যাগ কৰিব জাপানৰ প্ৰধানমন্ত্ৰী শ্বিগেৰু ইছিবাই

      September 7, 2025
      গুগলৰ ওপৰত ২৯ হাজাৰ কোটি টকাৰ জৰিমনা; ক্ষুণ্ণ ড’নাল্ড ট্ৰাম্প

      ক্ৰিকেট মেচ চলি থকাৰ সময়তে ভয়ংকৰ বিস্ফোৰণ; এজনৰ মৃত্যু, কেইবাজনো আহত

      চীনক ৭-০ গ’লত পৰাস্ত কৰি হকী এছিয়া কাপৰ ফাইনেলত ভাৰত

      September 6, 2025
      ক’ত আৰু কেতিয়া হ’ব BCCI নিৰ্বাচন? প্ৰকাশ পালে তাৰিখ…

      শীৰ্ষ সংবাদ

      মুম্বাইৰ এখন হাস্পতাল বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি

      দলৰ ভিতৰচ’ৰাত ক্ষোভ-অসন্তুষ্টি; শীঘ্ৰেই পদত্যাগ কৰিব জাপানৰ প্ৰধানমন্ত্ৰী শ্বিগেৰু ইছিবাই

      গুগলৰ ওপৰত ২৯ হাজাৰ কোটি টকাৰ জৰিমনা; ক্ষুণ্ণ ড’নাল্ড ট্ৰাম্প

      ক্ৰিকেট মেচ চলি থকাৰ সময়তে ভয়ংকৰ বিস্ফোৰণ; এজনৰ মৃত্যু, কেইবাজনো আহত

      আজিৰ দিনটোৱে এই ৰাশিৰ লোকসকলৰ বাবে কঢ়িয়াই আনিব আশাৰ বতৰা

      চীনক ৭-০ গ’লত পৰাস্ত কৰি হকী এছিয়া কাপৰ ফাইনেলত ভাৰত

      Nation NE

      © 2024 | Created and maintained by - Provibe Media LLP

      Navigate Site

      • About us
      • Contact us
      • Privacy Policy
      • Disclaimer
      • Grievance Redressal

      Follow Us

      Welcome Back!

      Login to your account below

      Forgotten Password?

      Retrieve your password

      Please enter your username or email address to reset your password.

      Log In

      Add New Playlist