• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, March 12, 2026
26 °c
Guwahati
23 ° Fri
23 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আচৰিত! অবৈধ প্ৰেমিক ৰাহুল দাসৰ সৈতে মিলি খোদ পত্নীয়ে লুটিলে স্বামীৰ গহণাৰ দোকান

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

অহা চাৰি-পাঁচ দশকত বিশ্বক নেতৃত্ব দিব ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে : অষ্ট্ৰেলিয়াৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী এবট

Nation NE by Nation NE
October 17, 2025
in Top News, আন্তঃ ৰাষ্ট্ৰীয়, ৰাষ্ট্ৰীয়
0 0
অহা চাৰি-পাঁচ দশকত বিশ্বক নেতৃত্ব দিব ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে : অষ্ট্ৰেলিয়াৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী এবট
Share on FacebookShare on TwitterWhatsApp

ভাৰতৰ প্ৰশংসাত গদগদ অষ্ট্ৰেলিয়াৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী টনি এবটৰ। তেওঁ কয় যে একবিংশ শতিকা ভাৰতৰ শতিকা, আৰু অহা চাৰি-পাঁচ দশকত ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে বিশ্বক নেতৃত্ব দিব পাৰিব।

এবটে কয় যে ভাৰত এতিয়া বিশ্ব শক্তি হিচাপে আত্মপ্ৰকাশ কৰিছে আৰু এছিয়া-পেচিফিক অঞ্চলত চীনক প্ৰতিহত কৰি গণতান্ত্ৰিক শক্তি হিচাপে নিজৰ ভূমিকা পালন কৰিব লাগে। অষ্ট্ৰেলিয়াৰ বাবে এক শক্তিশালী আৰু নিৰ্ভৰযোগ্য অংশীদাৰ হ’ব লাগে বুলিও তেওঁ উল্লেখ কৰে।

টনি এবটে কয় যে অষ্ট্ৰেলিয়া (২০২২) আৰু ব্ৰিটেইন (২০২৪)ৰ সৈতে ভাৰতৰ যি মুক্ত বাণিজ্য চুক্তি হৈছে, সেয়া হৈছে গণতান্ত্ৰিক বিশ্বই এতিয়া চীনৰ পৰা আঁতৰি থকাৰ সংকেত।

তেওঁ চীন, পাকিস্তান আৰু আমেৰিকাৰ সৈতে ভাৰতৰ সম্পৰ্ক সন্দৰ্ভত কয় যে বেইজিঙৰ ‘গোলকীয় আধিপত্য’ৰ উচ্চাকাংক্ষাক প্ৰতিহত কৰাৰ চাবিকাঠি দিল্লীৰ হাতত আছে। তেওঁ কয় যে চীনে আধিপত্য বিস্তাৰ কৰাৰ ইচ্ছা সকলো চুবুৰীয়া দেশৰ বাবে আতংকজনক।

উল্লেখ্য যে, দেশৰ আগশাৰীৰ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমে আয়োজন কৰা ৱৰ্ল্ড ছামিটত ভাৰত সম্পৰ্কত এই মন্তব্য কৰে অষ্ট্ৰেলিয়াৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী টনি এবটে।

Tags: AustraliaIndiaPrime MinisterTony Abbott

Related Posts

Mahakumbh Viral Girl মনালিছাৰ ভিডিঅ’ ভাইৰেল, মুছলমান প্ৰেমিকে শিৰত সেন্দুৰ পিন্ধালে নীলনয়নী মনালিছাৰ
Top News

March 12, 2026
যুদ্ধবিৰতি সন্দৰ্ভত ইৰাণৰ ৩ চৰ্ত, মধ্যপ্ৰাচ্যৰ যুদ্ধত বৰ্তমানলৈকে কি কি হৈছে? ১০টা বিশেষ আপডেট

ইৰাণ, আমেৰিকাৰ পৰা কুৱেইট, ওমানলৈকে… মধ্যপ্ৰাচ্যৰ যুদ্ধত কোন দেশে কিমান লোক হেৰুৱালে?
Top News

ট্ৰাম্পৰ ভাবুকিৰ পিছত তেহৰানে এক বৃহৎ পদক্ষেপ! পাৰস্য উপসাগৰত আমেৰিকাৰ তেল টেংকাৰত বিস্ফোৰণ ইৰাণৰ

March 12, 2026
ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

March 12, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

March 12, 2026

শীৰ্ষ সংবাদ

Mahakumbh Viral Girl মনালিছাৰ ভিডিঅ’ ভাইৰেল, মুছলমান প্ৰেমিকে শিৰত সেন্দুৰ পিন্ধালে নীলনয়নী মনালিছাৰ

যুদ্ধবিৰতি সন্দৰ্ভত ইৰাণৰ ৩ চৰ্ত, মধ্যপ্ৰাচ্যৰ যুদ্ধত বৰ্তমানলৈকে কি কি হৈছে? ১০টা বিশেষ আপডেট

ট্ৰাম্পৰ ভাবুকিৰ পিছত তেহৰানে এক বৃহৎ পদক্ষেপ! পাৰস্য উপসাগৰত আমেৰিকাৰ তেল টেংকাৰত বিস্ফোৰণ ইৰাণৰ

ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025