• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Saturday, May 17, 2025
29 °c
Guwahati
24 ° Sun
26 ° Mon
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    নিজ গাঁৱতেই প্ৰৱেশ বন্ধ হ’ল অভিনেতাৰ সৈতে ভয়ংকৰ কাণ্ডৰ লগত জড়িত মহিলাৰ

    ই-ৰিক্সাত উঠোতে সাৱধান! ৰঙিয়াত চালকৰ কামনাৰ বলি হ’ল এগৰাকী ২৪ বছৰীয়া যুৱতী

    নিশা আন্ধাৰৰ সুযোগ লৈ ৫৭ বছৰীয়া ই-ৰিক্সা চালক অনন্ত কলিতাই যুৱতীৰে কৰিলে এই ভয়ংকৰ কাণ্ড…

    আপোনাৰ আজিৰ দিনটো ভালদৰে যাবনে? পঢ়ক ৰাশিফল

    গাহৰি বিক্ৰীত নিষেধাজ্ঞা অসমৰ এইখন জিলাত; কিন্তু কিয়?

    মহিলাক অশালীন ব্যৱহাৰ কৰি আৰক্ষীৰ জালত ইছমাইল হুছেইন

    পাকিস্তানৰ সমৰ্থনত প’ষ্ট শ্বেয়াৰ কৰি গোসাঁইগাঁৱত গ্ৰেপ্তাৰ এজন প্ৰবক্তা

    আৰ্থিক ক্ষেত্ৰত কেনে যাব আপোনাৰ আজিৰ দিনটো? জানিবলৈ পঢ়ক ৰাশিফল…

    GOLDEN BOY নীৰজ চোপ্ৰাৰ বাবে ভাল খবৰ, ভাৰতীয় সেনাবাহিনীত নীৰজে চম্ভালিব এই দায়িত্ব…

    Trending Tags

    • ৰাষ্ট্ৰীয়
    • আন্তঃ ৰাষ্ট্ৰীয়
    • বিনোদন
    • ক্ৰীড়া
    • ভিডিও
    No Result
    View All Result

      Home Top News

      IPL ২০২৫ৰ মেগা নিলাম: ক্ৰয় কৰা ১৯ খেলুৱৈয়ে এইবাৰ জয়ৰ সোৱাদ দিবনে RCBক?

      Nation NE by Nation NE
      November 26, 2024
      in Top News, ক্ৰীড়া
      0 0
      IPL ২০২৫ৰ মেগা নিলাম: ক্ৰয় কৰা ১৯ খেলুৱৈয়ে এইবাৰ জয়ৰ সোৱাদ দিবনে RCBক?
      Share on FacebookShare on TwitterWhatsApp

      আই পি এল ২০২৫ৰ নিলামত RCB য়ে নিজৰ বলিং বহু পৰিমাণে শক্তিশালী কৰিছে। এই নিলামত মুঠ ১৯ গৰাকী খেলুৱৈ ক্ৰয় কৰিছে RCB য়ে।

      আই পি এল ২০২৫ মেগা অকচনৰ দ্বিতীয় দিনা ভুৱনেশ্বৰ কুমাৰৰ সৈতে ডাঙৰ চুক্তি কৰে ৰয়েল চেলেঞ্জাৰছ বাংগালোৰে। ভুৱীক ক্ৰয় কৰি RCB য়ে নিজৰ বলিং আৰু অধিক দৃঢ়তৰ কৰাৰ চেষ্টা কৰিছে।কিয়নো এই দলটোত ইতিমধ্যে হেজলউডৰ দৰে বলাৰো আছে আৰু এতিয়া যেতিয়া ভুৱী আৰু হেজলউডে একেলগে বলিং কৰিব, তেতিয়া স্পষ্টভাৱে বিপক্ষ দলৰ বাবে পৰিস্থিতি ভাল দেখা নাযাব।

      ১০.৭৫ কোটি টকাত RCB য়ে ক্ৰয় কৰে ভুৱনেশ্বৰ কুমাৰক। ইয়াৰ পূৰ্বে এই দলটোৱে ১২.৫০ কোটিত হেজলউডক ক্ৰয় কৰিছিল, যি এই দলৰ নিলামত আটাইতকৈ দামী খেলুৱৈ। ৬ কোটি টকাত ৰসিক চালামক ক্ৰয় কৰাটো আৰচিবিৰ সৰ্বোত্তম চুক্তি হিচাপে বিবেচিত হৈছে।

      ইয়াৰ উপৰিও এই দলটোৱে উইকেটকীপাৰ বেটছমেন জিতেশ শৰ্মা, ফিল ছল্ট আৰু লিয়াম লিভিংষ্টনকো ক্ৰয় কৰিছে, যাৰ বাবে বলিঙৰ লগতে বেটিংও সজীৱ হ’বলৈ আৰম্ভ কৰিছে। ভাৰতীয় উইকেটকীপাৰ জিতেশ শৰ্মাকো RCB য়ে ১১ কোটি টকাৰ বিপুল মূল্যত ক্ৰয় কৰিছিল। এই খেলুৱৈজন মেচ ফিনিছাৰৰ ভূমিকা পালন কৰাত পাকৈত।

      ৩গৰাকী ৰিটেনচন খেলুৱৈ-

      বিৰাট কোহলী (২১ কোটি), ৰজত পাটিদাৰ (১১ কোটি) আৰু যশ দয়াল (৫ কোটি)

      RCB ৰ নতুন খেলুৱৈ

      লিয়াম লিভিংষ্টন (৮.৭৫ কোটি), ফিল ছল্ট (১১.৫০ কোটি), জিতেশ শৰ্মা (১১ কোটি), হেজলউড (১২.৫০ কোটি), ৰসিক চালাম (৬ কোটি), সুৱাশ শৰ্মা-২.৬ কোটি, ক্ৰুনাল পাণ্ডিয়া- ৫.৭৫ কোটি, ভুৱনেশ্বৰ কুমাৰ-১০.৭৫, মোহিত ৰাথী (৩০ লাখ), অভিনন্দন সিং(৩০ লাখ), লুংগী ঙিদি (১ কোটি)।

      Tags: #cricketRCBSports

      Related Posts

      আজিৰ পৰা পুনৰ আৰম্ভ হ’ব আই পি এল; প্লে অফত স্থান নিশ্চিত কৰাৰ লক্ষ্যৰে নামিব RCB
      Top News

      May 17, 2025
      পাকিস্তানৰ হৈ চোৰাংচোৱাগিৰিৰ অভিযোগত গ্ৰেপ্তাৰ ইউটিউবাৰ জ্যোতি

      কুকুৰাতকৈও অধিক হৈ পৰিছে কুকুৰাৰ কণীৰ মূল্য! জানক সবিশেষ…
      Top News

      কুকুৰাতকৈও অধিক হৈ পৰিছে কুকুৰাৰ কণীৰ মূল্য! জানক সবিশেষ…

      May 17, 2025
      নিজ গাঁৱতেই প্ৰৱেশ বন্ধ হ’ল অভিনেতাৰ সৈতে ভয়ংকৰ কাণ্ডৰ লগত জড়িত মহিলাৰ
      Top News

      নিজ গাঁৱতেই প্ৰৱেশ বন্ধ হ’ল অভিনেতাৰ সৈতে ভয়ংকৰ কাণ্ডৰ লগত জড়িত মহিলাৰ

      May 17, 2025
      কৃষ্ণসাৰ হৰিণৰ চিকাৰৰ গোচৰত ছলমান খান সহিতে অন্য তাৰকাৰ বিৰুদ্ধে শুনানি…

      পুনৰ গাজাত ইজৰাইলৰ বিমান আক্ৰমণ, ৩১টা শিশুসহ ১০৮জনৰ সৈতে শোকাৱহ ঘটনা

      শীৰ্ষ সংবাদ

      আজিৰ পৰা পুনৰ আৰম্ভ হ’ব আই পি এল; প্লে অফত স্থান নিশ্চিত কৰাৰ লক্ষ্যৰে নামিব RCB

      পাকিস্তানৰ হৈ চোৰাংচোৱাগিৰিৰ অভিযোগত গ্ৰেপ্তাৰ ইউটিউবাৰ জ্যোতি

      কুকুৰাতকৈও অধিক হৈ পৰিছে কুকুৰাৰ কণীৰ মূল্য! জানক সবিশেষ…

      নিজ গাঁৱতেই প্ৰৱেশ বন্ধ হ’ল অভিনেতাৰ সৈতে ভয়ংকৰ কাণ্ডৰ লগত জড়িত মহিলাৰ

      কৃষ্ণসাৰ হৰিণৰ চিকাৰৰ গোচৰত ছলমান খান সহিতে অন্য তাৰকাৰ বিৰুদ্ধে শুনানি…

      পুনৰ গাজাত ইজৰাইলৰ বিমান আক্ৰমণ, ৩১টা শিশুসহ ১০৮জনৰ সৈতে শোকাৱহ ঘটনা

      Nation NE

      © 2024 | Created and maintained by - Provibe Media LLP

      Navigate Site

      • About us
      • Contact us
      • Privacy Policy
      • Disclaimer
      • Grievance Redressal

      Follow Us

      Welcome Back!

      Login to your account below

      Forgotten Password?

      Retrieve your password

      Please enter your username or email address to reset your password.

      Log In

      Add New Playlist

      - Select Visibility -