• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Friday, July 11, 2025
29 °c
Guwahati
30 ° Sat
29 ° Sun
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পৰিয়ালৰ সৈতে আপোনাৰ আজিৰ দিনটো কেনে যাব? পঢ়ক ৰাশিফল

    গৱেষক শিক্ষাৰ্থীৰ পৰা লাখপতি বাইদেউলৈ… বহু গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৰাজ্যিক কেবিনেটৰ

    মেট্ৰিক পৰীক্ষাৰ্থীৰ পৰা অংগনৱাড়ী কৰ্মী, গাঁওপ্ৰধানলৈকে…. কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত কেবিনেটৰ

    অসমকে ধৰি ৬খন ৰাজ্যলৈ কেন্দ্ৰৰ ১০০০ কোটি টকাৰ অনুমোদন

    ‘চীন নহয়, তিব্বতৰ সৈতেহে সীমা ভাগ বতৰা কৰো’, চীনক উভতি ধৰিলে অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    সুপ্ত প্ৰতিভা বিকাশৰ উদ্দেশ্যে ৰামদিয়াত মহিলা ফুটবল খেলুৱৈৰ প্ৰশিক্ষণ শিবিৰ

    কোন ৰাশিৰ জাতক-জাতিকাৰ বাবে শুভ দিন; জানিবলৈ পঢ়ক ৰাশিফল

    অমিত শ্বাহক সাক্ষাৎ নিখিল বড়ো ছাত্ৰ সন্থাৰ এটি সঁজাতি দলৰ

    উচ্ছেদৰ সময়ত উত্তেজনাময় পৰিৱেশ; আৰক্ষীক আক্ৰমণ বেদখলকাৰীৰ

    Trending Tags

    • ৰাষ্ট্ৰীয়
    • আন্তঃ ৰাষ্ট্ৰীয়
    • বিনোদন
    • ক্ৰীড়া
    • ভিডিও
    No Result
    View All Result

      Home Top News

      দেশ নহয়, টকাহে গুৰুত্বপূৰ্ণ! ৫ তাৰকা খেলুৱৈয়ে ল’লে এই সিদ্ধান্ত

      Nation NE by Nation NE
      March 11, 2025
      in Top News, ক্ৰীড়া
      0 0
      দেশ নহয়, টকাহে গুৰুত্বপূৰ্ণ! ৫ তাৰকা খেলুৱৈয়ে ল’লে এই সিদ্ধান্ত
      Share on FacebookShare on TwitterWhatsApp

      ক্ৰিকেট অনুৰাগীসকলে এতিয়া আগ্ৰহেৰে অপেক্ষা কৰি আছে আই পি এল ২০২৫লৈ। ২২ মাৰ্চৰ পৰা ২৫ মে’লৈকে চলিব আই পি এলৰ ১৮ সংখ্যক ছিজন।

      বিশ্বৰ ভিতৰতে ধনী ক্ৰিকেট লীগ হৈছে আই পি এল। এই লীগত খেলুৱৈয়ে বহুত টকা উপাৰ্জন কৰে, যাৰ বাবে বিশ্বৰ সকলো ডাঙৰ ডাঙৰ খেলুৱৈ ভাৰতলৈ খেলিবলৈ আহে। এনে পৰিস্থিতিত আই পি এল ২০২৫ৰ প্ৰতি লক্ষ্য ৰাখি ৫ তাৰকা খেলুৱৈয়ে এক ডাঙৰ সিদ্ধান্ত লৈছে।

      এই আটাইকেইজন খেলুৱৈয়ে আই পি এল ২০২৫ৰ পূৰ্বে খেলিবলগীয়া আন্তঃৰাষ্ট্ৰীয় শৃংখলাত নিজৰ দেশৰ দলৰ হৈ খেলিব নোৱাৰিব।

      আগন্তুক আই পি এলৰ ছিৰিজৰ বাবে সকলো খেলুৱৈয়ে নিজৰ দলত যোগদান কৰিবলৈ সাজু। যাৰ বাবে নিউজিলেণ্ডৰ পাঁচ তাৰকা খেলুৱৈয়ে আই পি এল ২০২৫ত অংশগ্ৰহণ কৰাৰ সিদ্ধান্ত লৈছে।

      এই খেলুৱৈসকল হ’ল ডেভন কনৱে, লকি ফাৰ্গুচন, গ্লেন ফিলিপছ, ৰাচিন ৰবিন্দ্ৰ আৰু মিচেল ছাণ্টনাৰ।

      আই পি এল ২০২৫ৰ বাবে চেন্নাই ছুপাৰ কিংছত যোগদান কৰিবলৈ ওলাইছে ডেভন কনৱেই। একে সময়তে ৰচিন ৰবীন্দ্ৰয়ো চেন্নাই ছুপাৰ কিংছত অংশ ল’ব। লকি ফাৰ্গুচনৰ কথা ক’বলৈ গ’লে এইবাৰ তেওঁ পঞ্জাৱ কিংছ দলৰ হৈ খেলিব। আনহাতে, মিচেল ছাণ্টনাৰক মুম্বাই ইণ্ডিয়ানছৰ হৈ খেলা দেখা যাব। আনহাতে, শুভমান গিলৰ অধিনায়কত্বত এইবাৰ গুজৰাট টাইটানছৰ হৈ খেলিব গ্লেন ফিলিপছে।

      Tags: #cricketIPLSports

      Related Posts

      ব্ৰাজিলৰ পিছত ট্ৰাম্পৰ ওপৰত  ক্ষোভ  কানাডাৰ ! ৩৫ শতাংশ শুল্ক আৰোপ, কেতিয়াৰ পৰা হ’ব কাৰ্যকৰী…
      Top News

      July 11, 2025
      পৰিয়ালৰ সৈতে আপোনাৰ আজিৰ দিনটো কেনে যাব? পঢ়ক ৰাশিফল
      Top News

      পৰিয়ালৰ সৈতে আপোনাৰ আজিৰ দিনটো কেনে যাব? পঢ়ক ৰাশিফল

      July 11, 2025
      গৱেষক শিক্ষাৰ্থীৰ পৰা লাখপতি বাইদেউলৈ… বহু গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৰাজ্যিক কেবিনেটৰ
      BIG BREAKING

      মেট্ৰিক পৰীক্ষাৰ্থীৰ পৰা অংগনৱাড়ী কৰ্মী, গাঁওপ্ৰধানলৈকে…. কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত কেবিনেটৰ

      July 10, 2025
      অসমকে ধৰি ৬খন ৰাজ্যলৈ কেন্দ্ৰৰ ১০০০ কোটি টকাৰ অনুমোদন
      Top News

      অসমকে ধৰি ৬খন ৰাজ্যলৈ কেন্দ্ৰৰ ১০০০ কোটি টকাৰ অনুমোদন

      July 10, 2025
      প্ৰতিভাৱান টেনিছ খেলুৱৈ ৰাধিকাৰ সৈতে ভয়ংকৰ কাণ্ড পিতৃৰ

      বিহাৰৰ ভোটাৰ তালিকাৰ পুনৰীক্ষণক স্থগিত ৰাখিবলৈ অস্বীকাৰ সৰ্বোচ্চ ন্যায়ালয়ৰ

      শীৰ্ষ সংবাদ

      ব্ৰাজিলৰ পিছত ট্ৰাম্পৰ ওপৰত ক্ষোভ কানাডাৰ ! ৩৫ শতাংশ শুল্ক আৰোপ, কেতিয়াৰ পৰা হ’ব কাৰ্যকৰী…

      পৰিয়ালৰ সৈতে আপোনাৰ আজিৰ দিনটো কেনে যাব? পঢ়ক ৰাশিফল

      মেট্ৰিক পৰীক্ষাৰ্থীৰ পৰা অংগনৱাড়ী কৰ্মী, গাঁওপ্ৰধানলৈকে…. কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত কেবিনেটৰ

      অসমকে ধৰি ৬খন ৰাজ্যলৈ কেন্দ্ৰৰ ১০০০ কোটি টকাৰ অনুমোদন

      প্ৰতিভাৱান টেনিছ খেলুৱৈ ৰাধিকাৰ সৈতে ভয়ংকৰ কাণ্ড পিতৃৰ

      বিহাৰৰ ভোটাৰ তালিকাৰ পুনৰীক্ষণক স্থগিত ৰাখিবলৈ অস্বীকাৰ সৰ্বোচ্চ ন্যায়ালয়ৰ

      Nation NE

      © 2024 | Created and maintained by - Provibe Media LLP

      Navigate Site

      • About us
      • Contact us
      • Privacy Policy
      • Disclaimer
      • Grievance Redressal

      Follow Us

      Welcome Back!

      Login to your account below

      Forgotten Password?

      Retrieve your password

      Please enter your username or email address to reset your password.

      Log In

      Add New Playlist

      - Select Visibility -