• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, May 4, 2026
25 °c
Guwahati
26 ° Tue
25 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    উৎকণ্ঠাৰ অৱসান! কি কি ৱেৱছাইটযোগে লাভ কৰিব পৰীক্ষাৰ ফলাফল?

    ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল, ১২ টা ৱেব চাইটত উপলব্ধ হৈছে ফলাফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

    কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

দেশ নহয়, টকাহে গুৰুত্বপূৰ্ণ! ৫ তাৰকা খেলুৱৈয়ে ল’লে এই সিদ্ধান্ত

Nation NE by Nation NE
March 11, 2025
in Top News, ক্ৰীড়া
0 0
দেশ নহয়, টকাহে গুৰুত্বপূৰ্ণ! ৫ তাৰকা খেলুৱৈয়ে ল’লে এই সিদ্ধান্ত
Share on FacebookShare on TwitterWhatsApp

ক্ৰিকেট অনুৰাগীসকলে এতিয়া আগ্ৰহেৰে অপেক্ষা কৰি আছে আই পি এল ২০২৫লৈ। ২২ মাৰ্চৰ পৰা ২৫ মে’লৈকে চলিব আই পি এলৰ ১৮ সংখ্যক ছিজন।

বিশ্বৰ ভিতৰতে ধনী ক্ৰিকেট লীগ হৈছে আই পি এল। এই লীগত খেলুৱৈয়ে বহুত টকা উপাৰ্জন কৰে, যাৰ বাবে বিশ্বৰ সকলো ডাঙৰ ডাঙৰ খেলুৱৈ ভাৰতলৈ খেলিবলৈ আহে। এনে পৰিস্থিতিত আই পি এল ২০২৫ৰ প্ৰতি লক্ষ্য ৰাখি ৫ তাৰকা খেলুৱৈয়ে এক ডাঙৰ সিদ্ধান্ত লৈছে।

এই আটাইকেইজন খেলুৱৈয়ে আই পি এল ২০২৫ৰ পূৰ্বে খেলিবলগীয়া আন্তঃৰাষ্ট্ৰীয় শৃংখলাত নিজৰ দেশৰ দলৰ হৈ খেলিব নোৱাৰিব।

আগন্তুক আই পি এলৰ ছিৰিজৰ বাবে সকলো খেলুৱৈয়ে নিজৰ দলত যোগদান কৰিবলৈ সাজু। যাৰ বাবে নিউজিলেণ্ডৰ পাঁচ তাৰকা খেলুৱৈয়ে আই পি এল ২০২৫ত অংশগ্ৰহণ কৰাৰ সিদ্ধান্ত লৈছে।

এই খেলুৱৈসকল হ’ল ডেভন কনৱে, লকি ফাৰ্গুচন, গ্লেন ফিলিপছ, ৰাচিন ৰবিন্দ্ৰ আৰু মিচেল ছাণ্টনাৰ।

আই পি এল ২০২৫ৰ বাবে চেন্নাই ছুপাৰ কিংছত যোগদান কৰিবলৈ ওলাইছে ডেভন কনৱেই। একে সময়তে ৰচিন ৰবীন্দ্ৰয়ো চেন্নাই ছুপাৰ কিংছত অংশ ল’ব। লকি ফাৰ্গুচনৰ কথা ক’বলৈ গ’লে এইবাৰ তেওঁ পঞ্জাৱ কিংছ দলৰ হৈ খেলিব। আনহাতে, মিচেল ছাণ্টনাৰক মুম্বাই ইণ্ডিয়ানছৰ হৈ খেলা দেখা যাব। আনহাতে, শুভমান গিলৰ অধিনায়কত্বত এইবাৰ গুজৰাট টাইটানছৰ হৈ খেলিব গ্লেন ফিলিপছে।

Tags: #cricketIPLSports

Related Posts

দুসপ্তাহৰ যুদ্ধবিৰতিৰ পিছত ২০,৪০০ মেট্ৰিক টন এল পি জি লৈ ভাৰতত উপস্থিত হ’ব প্ৰথমখন জাহাজ জগ বিক্ৰম
Top News

হৰমুজৰ চক্ৰব্যহুৰ পৰা ওলাই আহিছে ভাৰতৰ ‘সৰ্ব শক্তি’, ইৰাণৰ অৱৰোধৰ মাজতে ৪৫ হাজাৰ টন এল পি জি লৈ উভতনি

May 3, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

May 3, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

May 3, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

May 3, 2026
হাঁহি-ফূৰ্তিৰে বিবাহলৈ গৈ থকা বাহন দুৰ্ঘটনাগ্ৰস্ত, প্ৰাণ হেৰুৱালে ৩ জনে
Top News

হাঁহি-ফূৰ্তিৰে বিবাহলৈ গৈ থকা বাহন দুৰ্ঘটনাগ্ৰস্ত, প্ৰাণ হেৰুৱালে ৩ জনে

May 2, 2026
বংগত ইভিএম ষ্ট্ৰং ৰুমক লৈ বিতৰ্ক: ১০ বাৰ খোলাৰ অভিযোগত নিলম্বিত ৬ বিষয়া
Top News

বংগত ইভিএম ষ্ট্ৰং ৰুমক লৈ বিতৰ্ক: ১০ বাৰ খোলাৰ অভিযোগত নিলম্বিত ৬ বিষয়া

May 2, 2026

শীৰ্ষ সংবাদ

হৰমুজৰ চক্ৰব্যহুৰ পৰা ওলাই আহিছে ভাৰতৰ ‘সৰ্ব শক্তি’, ইৰাণৰ অৱৰোধৰ মাজতে ৪৫ হাজাৰ টন এল পি জি লৈ উভতনি

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

হাঁহি-ফূৰ্তিৰে বিবাহলৈ গৈ থকা বাহন দুৰ্ঘটনাগ্ৰস্ত, প্ৰাণ হেৰুৱালে ৩ জনে

বংগত ইভিএম ষ্ট্ৰং ৰুমক লৈ বিতৰ্ক: ১০ বাৰ খোলাৰ অভিযোগত নিলম্বিত ৬ বিষয়া

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025