• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, March 12, 2026
26 °c
Guwahati
23 ° Fri
23 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আচৰিত! অবৈধ প্ৰেমিক ৰাহুল দাসৰ সৈতে মিলি খোদ পত্নীয়ে লুটিলে স্বামীৰ গহণাৰ দোকান

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ইৰাণৰ বিৰুদ্ধে ইজৰাইলৰ ডাঙৰ অভিসন্ধি! আমেৰিকাৰ ফাদিল নথি-পত্ৰই সৃষ্টি কৰিলে আলোড়নৰ

Nation NE by Nation NE
October 20, 2024
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
ইজৰাইলৰ ওপৰত ইৰাণৰ আক্ৰমণ সন্দৰ্ভত কোন কোন দেশে কি মন্তব্য দিলে
Share on FacebookShare on TwitterWhatsApp

বৰ্তমান মধ্যপ্ৰাচ্যৰ বহু ফ্ৰণ্টত ইজৰাইলে যুদ্ধ চলাই আছে। ইজৰাইলৰ আক্ৰমণত হামাছৰ মুৰব্বী ইয়াহ্যা সিনৱাৰৰ মৃত্যুৰ পিছতেই ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেনেইয়ে কয় যে, হামাছ শেষ হোৱা নাই।

হামাছৰ পিছত ইজৰাইলৰ পৰৱৰ্তী লক্ষ্য হৈছে ইৰাণ। নিউয়ৰ্ক টাইমছৰ প্ৰতিবেদন অনুসৰি, আমেৰিকাৰ চোৰাংচোৱা সংস্থাটোৰ এখন নথি ফাদিল হৈছে, য’ত ইজৰাইল এতিয়া ইৰাণৰ ওপৰত বৃহৎ আক্ৰমণৰ বাবে সাজু হৈছে।

ইৰাণক আক্ৰমণ কৰিবলৈ সাজু  ইজৰাইল

আমেৰিকাৰ ছেটেলাইট নেশ্যনেল জিঅ’স্পেচিয়েল-ইণ্টেলিজেন্স এজেন্সীয়ে (এন জি এ) এনে কিছুমান ছবি বন্দী কৰিছে, য’ত ইজৰাইলী সেনাৰ প্ৰস্তুতি চালে এনে লাগে যেন ইজৰাইলে ডাঙৰ পদক্ষেপ লোৱাৰ অপেক্ষাত আছে।

২০২৪ চনৰ ১৫ আৰু ১৬ অক্টোবৰত ইৰাণক সমৰ্থন কৰা কেইবাটাও টেলিগ্ৰাম একাউণ্টেও এনে দুটা নথি শ্বেয়াৰ কৰিছিল। এই নথিসমূহত ইজৰাইলৰ সামৰিক অনুশীলনসমূহ সম্পূৰ্ণ বিশদভাৱে দেখুওৱা হৈছে, যাৰ পৰা বুজা যায় যে ইজৰাইলে এতিয়া ইৰাণৰ ওপৰত এক বৃহৎ আক্ৰমণ চলাব পাৰে।

ইৰাণে ২০২৪ চনৰ ১ অক্টোবৰত ইজৰাইলক প্ৰায় ২০০টা ক্ষেপণাস্ত্ৰৰে আক্ৰমণ কৰিছিল, তাৰ পিছত সমগ্ৰ বিশ্বৰ দৃষ্টি নিবদ্ধ হৈ পৰিছিল ইজৰাইলে কেনেকৈ ইয়াৰ প্ৰতিশোধ ল’ব। অৱশ্যে ইৰাণৰ সেই আক্ৰমণৰ প্ৰতি ইজৰাইলে বৰ্তমানেও কোনো সঁহাৰি দিয়া নাই। এনে পৰিস্থিতিত, দুয়োখন দেশৰ মাজত ক্ৰমবৰ্ধমান উত্তেজনাৰ মাজতে এই নথি প্ৰকাশ কৰাটো অতি গুৰুত্বপূৰ্ণ বুলি বিবেচিত কৰা হৈছে।

ফাদিল হোৱা এখন নথিৰ শিৰোনাম হৈছে ‘ইজৰাইল: বায়ুসেনাৰ ইৰাণৰ ওপৰত আক্ৰমণৰ বাবে প্ৰস্তুতি অব্যাহত’ আৰু ইয়াত ইজৰাইলৰ শেহতীয়া সামৰিক অনুশীলনৰ ৰূপৰেখা দাঙি ধৰা হৈছে। এই প্ৰস্তুতিৰ ভিতৰত বিমানত ইন্ধন ভৰোৱা অভিযান, অনুসন্ধান আৰু উদ্ধাৰ অভিযান, ইৰাণৰ সম্ভাৱ্য আক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি মিছাইল ব্যৱস্থাৰ ৰেট্ৰ’ফিটিং আদি অন্তৰ্ভুক্ত বুলি জানিব পৰা গৈছে। দ্বিতীয়খন নথিত ইজৰাইলে অস্ত্ৰ-শস্ত্ৰ আৰু অন্যান্য সামৰিক সম্পত্তি কৌশলগত স্থানলৈ স্থানান্তৰিত কৰাৰ প্ৰচেষ্টা উন্মোচন কৰিছে। এই ফাদিল নথি-পত্ৰই দেখুৱাইছে যে, ইজৰাইলে ইৰাণৰ ওপৰত বৃহৎ আক্ৰমণৰ বাবে প্ৰস্তুতি চলাইছে।

তদন্ত আৰম্ভ  আমেৰিকা চৰকাৰৰ

এই চোৰাংচোৱা নথিসমূহ ফাদিল হোৱাৰ লগে লগে আমেৰিকা চৰকাৰৰ ভিতৰত আলোড়নৰ সৃষ্টি হোৱা বুলি জানিব পৰা গৈছে। আমেৰিকাৰ বিষয়াসকলে এই ফাদিলৰ ভয়াৱহতাৰ বিষয়ে অৱগত আৰু ইয়াৰ তদন্ত অব্যাহত ৰাখিছে। এই তথ্য ফাদিল হোৱাৰ সঠিক উৎস জানিব পৰা হোৱা নাই যদিও প্ৰাৰম্ভিক ইংগিত পোৱা গৈছে যে, এই নথি-পত্ৰসমূহ আমেৰিকা চৰকাৰৰ কোনো নিম্ন পৰ্যায়ৰ কৰ্মচাৰীয়ে ফাদিল কৰা হ’ব পাৰে। এই তথ্য কেনেকৈ ফাদিল হ’ল আৰু অধিক নথি ফাদিল হ’ব পাৰে নেকি সেইটো নিৰ্ণয় কৰিবলৈ পেন্টাগন, আমেৰিকাৰ চোৰাংচোৱা সংস্থা আৰু এফ বি আইৰ যৌথ তদন্ত অব্যাহত আছে।

Tags: IranIsraelWar

Related Posts

Mahakumbh Viral Girl মনালিছাৰ ভিডিঅ’ ভাইৰেল, মুছলমান প্ৰেমিকে শিৰত সেন্দুৰ পিন্ধালে নীলনয়নী মনালিছাৰ
Top News

March 12, 2026
যুদ্ধবিৰতি সন্দৰ্ভত ইৰাণৰ ৩ চৰ্ত, মধ্যপ্ৰাচ্যৰ যুদ্ধত বৰ্তমানলৈকে কি কি হৈছে? ১০টা বিশেষ আপডেট

ইৰাণ, আমেৰিকাৰ পৰা কুৱেইট, ওমানলৈকে… মধ্যপ্ৰাচ্যৰ যুদ্ধত কোন দেশে কিমান লোক হেৰুৱালে?
Top News

ট্ৰাম্পৰ ভাবুকিৰ পিছত তেহৰানে এক বৃহৎ পদক্ষেপ! পাৰস্য উপসাগৰত আমেৰিকাৰ তেল টেংকাৰত বিস্ফোৰণ ইৰাণৰ

March 12, 2026
ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

March 12, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

March 12, 2026

শীৰ্ষ সংবাদ

Mahakumbh Viral Girl মনালিছাৰ ভিডিঅ’ ভাইৰেল, মুছলমান প্ৰেমিকে শিৰত সেন্দুৰ পিন্ধালে নীলনয়নী মনালিছাৰ

যুদ্ধবিৰতি সন্দৰ্ভত ইৰাণৰ ৩ চৰ্ত, মধ্যপ্ৰাচ্যৰ যুদ্ধত বৰ্তমানলৈকে কি কি হৈছে? ১০টা বিশেষ আপডেট

ট্ৰাম্পৰ ভাবুকিৰ পিছত তেহৰানে এক বৃহৎ পদক্ষেপ! পাৰস্য উপসাগৰত আমেৰিকাৰ তেল টেংকাৰত বিস্ফোৰণ ইৰাণৰ

ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025