• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Friday, October 24, 2025
25 °c
Guwahati
25 ° Sat
25 ° Sun
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    কোনবোৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ; পঢ়ক আমাৰ ৰাশিফল

    বাক্সাত উপস্থিত হৈ পদত্যাগ সন্দৰ্ভত কি ক’লে মুখ্যমন্ত্ৰীয়ে?

    ৰাজহুৱা কৰা নহয় জুবিন গাৰ্গৰ মৰোণোত্তৰ পৰীক্ষাৰ ৰিপোৰ্ট, কি আছে ভিছেৰা ৰিপোৰ্টত?

    জুবিন গাৰ্গৰ মৃ*ত্যু*ৰ তদন্তৰ বাবে ছিংগাপুৰলৈ যাব অসম আৰক্ষীৰ SIT দল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    জুবিন গাৰ্গৰ বিয়োগত শোকস্তব্ধ বলীউড; কেইবাগৰাকীও তাৰকাৰ শোকপ্ৰকাশ

    নলবাৰীত নিৰ্মাণ হ’ব ‘মায়াবিনী’ নামৰ জুবিন উদ্যান

    মায়া আৰু নাই। জুবিন দাৰ দেশলৈ গুচি গ’ল মায়া…..

    ‘ঈশ্বৰপুত্ৰ’বিহীন এমাহ, সোণাপুৰত আদ্যশ্ৰাদ্ধ, আজিও ৩ কোটি মানুহৰ বাবে এক ডাঙৰ সাঁথৰ

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

পুনৰ ইৰাণৰ ওপৰত হ’ব পাৰে আমেৰিকা-ইজৰাইলৰ আক্ৰমণ, ৩টা ডাঙৰ ইংগিত…

Nation NE by Nation NE
August 20, 2025
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
পুনৰ ইৰাণৰ ওপৰত হ’ব পাৰে আমেৰিকা-ইজৰাইলৰ আক্ৰমণ, ৩টা ডাঙৰ ইংগিত…
Share on FacebookShare on TwitterWhatsApp

২ মাহৰ যুদ্ধবিৰতিৰ পিছত পুনৰ ইৰাণক  আমেৰিকা আৰু ইজৰাইলে আক্ৰমণৰ লক্ষ্য কৰি ল’ব পাৰে। তেহৰাণ, টেল আভিভ আৰু ৱাশ্বিংটনৰ পৰা এই বিষয়ে ৩টা ডাঙৰ ইংগিত পোৱা গৈছে।

এফালে আমেৰিকাই পুনৰ ডিয়েগো গাৰ্চিয়াৰ নৌসেনা ঘাটিত নিজৰ সৈন্য নিয়োগ কৰিছে। একে সময়তে তেহৰাণত খামেনেইৰ সামৰিক উপদেষ্টাগৰাকীয়েও যুদ্ধৰ সম্ভাৱনা প্ৰকাশ কৰিছে।

২০২৫ চনৰ জুন মাহত ইৰাণ আৰু ইজৰাইলৰ মাজত ১২ দিনীয়া যুদ্ধ হৈছিল।এই যুদ্ধত ডজনৰো অধিক ইৰাণৰ পাৰমাণৱিক বিজ্ঞানী আৰু সামৰিক সেনাপতি নিহত হৈছিল। যুদ্ধত ৬০০ৰো অধিক সাধাৰণ নাগৰিকৰ মৃত্যু হয়। ইজৰাইলেও যুদ্ধত বহুত কষ্ট পাইছিল।

যুদ্ধৰ সম্ভাৱনাময় ৩টা ডাঙৰ ইংগিত হৈছে-

১)আমেৰিকাই ইতিমধ্যে উপগ্ৰহৰ ছবি বিশ্লেষণ কৰিছে। এই অনুসৰি আমেৰিকাই পুনৰ ডিয়েগো গাৰ্চিয়া নৌসেনা ঘাটিত নিজৰ সৈন্য মোতায়েন কৰিছে। ইৰাণৰ ওপৰত শেষ আক্ৰমণৰ পূৰ্বে আমেৰিকাই ইয়াত নিজৰ সৈন্য আৰু জাহাজ নিয়োগ কৰিছিল। অৱশ্যে ইৰাণক পোনপটীয়াকৈ বি-২ বোমাৰু বিমানে আক্ৰমণ কৰে।

ভাৰত মহাসাগৰৰ মাজভাগত অৱস্থিত ডিয়েগো গাৰ্চিয়া। চীন আৰু ইৰাণৰ পৰা ২০০০ কিলোমিটাৰ দূৰত্বত অৱস্থিত। ইয়াৰ পৰা দুয়োখন দেশকে সহজে নিৰীক্ষণ কৰিব পাৰি। চীনে ইৰাণক অস্ত্ৰ যোগান ধৰাৰ অভিযোগ উত্থাপন হৈছে। অৱশ্যে বেইজিঙে কেতিয়াও মুকলিকৈ মানি লোৱা নাই।

২) ইৰাণৰ উচ্চতম নেতা আলী খামেনেইৰ সামৰিক উপদেষ্টা তথা আই আৰ জি চিৰ জ্যেষ্ঠ জেনেৰেল হিচাপে নিযুক্তি পোৱা ইয়াহ্যা ৰহিম ছাফাভিয়ে কয় যে, তেওঁলোক যুদ্ধবিৰতিৰ পৰ্যায়ত নহয়, বৰঞ্চ যুদ্ধৰহে পক্ষপাতী। যুদ্ধবিৰতি সন্দৰ্ভত আমাৰ আৰু আমেৰিকা বা ইজৰাইলৰ মাজত কোনো লিখিত চুক্তি নাই।

ছাফাৱীৰ মতে ইজৰাইল আৰু ইৰাণৰ মাজত যিকোনো সময়তে যুদ্ধ আৰম্ভ হ’ব পাৰে। ইৰাণৰ উপ-ৰাষ্ট্ৰপতিৰ মতে এতিয়া যুদ্ধ আৰম্ভ হ’লে ইৰাণে জয়ী হ’ব। তেওঁ ইজৰাইলক ধ্বংস কৰাৰ কথা কৈছে।

৩) আমেৰিকা আৰু ইজৰাইলে ইউৰেনিয়াম ধ্বংস কৰাৰ বাবে আগষ্ট মাহৰ সময়সীমা দিছে ইৰাণক। যোৱা সপ্তাহত ইৰাণে আন্তঃৰাষ্ট্ৰীয় পাৰমাণৱিক সংস্থাৰ বিষয়াসকলক তেহৰাণলৈ ফোন কৰিছিল যদিও ইউৰেনিয়ামৰ তথ্য প্ৰদান কৰা নাছিল। আনহাতে লেবানন আৰু য়েমেনে ইৰাণক উচটনি দিয়াৰ অভিযোগ উত্থাপন কৰিছে। এইবোৰ কাৰণত মধ্যপ্ৰাচ্যত উত্তেজনা আৰু অধিক বৃদ্ধি পাইছে।

Tags: IranIsraelWar

Related Posts

আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল
Top News

কোনবোৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ; পঢ়ক আমাৰ ৰাশিফল

October 24, 2025
ফেণ্টানিলক ৰাষ্ট্ৰীয় ভাবুকি হিচাপে ঘোষণা কৰাৰ প্ৰস্তুতি! কিন্তু কিয়? জানক সবিশেষ…

October 23, 2025
INDIA মিত্ৰজোঁটৰ চুক্তি! কোন হ’ব বিৰোধীৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী? শীঘ্ৰে ঘোষণা…

ট্ৰাম্পৰ শুল্কবাণৰ মাজতেই ভাৰত ভ্ৰমণলৈ আহিব ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিন
Top News

পুটিনৰ বিৰুদ্ধে বৃহৎ ব্যৱস্থা ট্ৰাম্পৰ! ৰাছিয়াৰ দুটা প্ৰধান তেল কোম্পানীত নিষেধাজ্ঞা

October 23, 2025
আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল
Top News

কোনবোৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ; পঢ়ক আমাৰ ৰাশিফল

October 23, 2025
ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ নিৰাপত্তাত বৃহৎ খামখেয়ালি! অৱতৰণৰ সময়ত হেলিপেডত আৱদ্ধ হৈ পৰে হেলিকপ্টাৰৰ চকা

October 22, 2025

শীৰ্ষ সংবাদ

কোনবোৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ; পঢ়ক আমাৰ ৰাশিফল

ফেণ্টানিলক ৰাষ্ট্ৰীয় ভাবুকি হিচাপে ঘোষণা কৰাৰ প্ৰস্তুতি! কিন্তু কিয়? জানক সবিশেষ…

INDIA মিত্ৰজোঁটৰ চুক্তি! কোন হ’ব বিৰোধীৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী? শীঘ্ৰে ঘোষণা…

পুটিনৰ বিৰুদ্ধে বৃহৎ ব্যৱস্থা ট্ৰাম্পৰ! ৰাছিয়াৰ দুটা প্ৰধান তেল কোম্পানীত নিষেধাজ্ঞা

কোনবোৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ; পঢ়ক আমাৰ ৰাশিফল

ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ নিৰাপত্তাত বৃহৎ খামখেয়ালি! অৱতৰণৰ সময়ত হেলিপেডত আৱদ্ধ হৈ পৰে হেলিকপ্টাৰৰ চকা

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025