• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Saturday, December 6, 2025
19 °c
Guwahati
19 ° Sun
19 ° Mon
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

    সাজু বুলড’জাৰ, বেদখলকাৰীৰ ঘৰে ঘৰে বৃহৎ আৰক্ষীৰ দল

    সাজু প্ৰশাসনৰ বুলড’জাৰ, উচ্ছেদস্থলীত মোতায়েন শ শ আৰক্ষী

    আপোনাৰ আজিৰ দিনটো কেনে যাব: কি কয় ৰাশিচক্ৰই

    প্ৰতিবাদ কৰি বিপদত ১০৮ৰ কৰ্মচাৰী, জাননী নিদিয়াকৈ চাকৰিৰ পৰা অব্যাহতি

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    অমানৱীয়! কিশোৰীৰ সৈতে কু-কাণ্ড কৰি গ্ৰেপ্তাৰ কমলাকান্ত ৰায়

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

১৩ হাজাৰ জনসংখ্যাৰ দেশত স্থাপন প্ৰথম ATM, কেক কাটি উদযাপন

Nation NE by Nation NE
April 19, 2025
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
১৩ হাজাৰ জনসংখ্যাৰ দেশত স্থাপন প্ৰথম ATM, কেক কাটি উদযাপন
Share on FacebookShare on TwitterWhatsApp

টুভালু দক্ষিণ প্ৰশান্ত মহাসাগৰত অৱস্থিত এখন দ্বীপ দেশ। এইখন পৃথিৱীৰ অন্যতম সৰু দেশ। এতিয়ালৈকে এই দেশত সকলোধৰণৰ লেনদেন কেৱল নগদ ধনেৰেহে হৈছিল।

প্ৰশান্ত মহাসাগৰত অৱস্থিত এই দেশখনে ১৫ এপ্ৰিলত প্ৰথমটো এটিএম স্থাপন কৰি ইতিহাসৰ সৃষ্টি কৰিছে।বিশ্বৰ অন্যতম কম জনবসতিপূৰ্ণ দেশ টুভালুৰ জনসংখ্যা ১২-১৩ হাজাৰৰ ভিতৰত। এই দেশখন মাত্ৰ ২৬ বৰ্গ কিলোমিটাৰ এলেকাত বিস্তৃত। এই দেশখন সৌন্দৰ্য আৰু শান্তিপূৰ্ণ পৰিৱেশৰ বাবে জনাজাত।

সংবাদ মাধ্যমৰ প্ৰতিবেদন অনুসৰি, অষ্ট্ৰেলিয়া আৰু হাৱাইৰ মাজত অৱস্থিত এই সৰু দেশখনত এটিএমৰ প্ৰৱৰ্তনক এক ডাঙৰ কৃতিত্ব বুলি বিবেচিত হৈছে। মূল দ্বীপ ফুনাফুটিত প্ৰধানমন্ত্ৰী ফেলেটি টিওৱে উদ্বোধন কৰে এই ATM। স্থানীয় লোকৰ সৈতে কেক কাটি ফেলেটি টিওৱে ইয়াক টুভালুৰ বাবে এক গুৰুত্বপূৰ্ণ মুহূৰ্ত বুলি অভিহিত কৰে।

নেশ্যনেল বেংক অৱ টুভালুৰ জেনেৰেল মেনেজাৰ ছিঅ’জে টিঅ’ই এই ATM ৰ সুবিধাক গেম চেঞ্জাৰ বুলি অভিহিত কৰে। তেওঁ কয় যে ইয়াৰ দ্বাৰা দেশৰ ১১,২০০ জন লোকৰ বাবে প্ৰগতিৰ এক নতুন বাট মুকলি হ’ব। পেচিফিক টেকন’লজি লিমিটেডৰ নিছাৰ আলীয়ে কয় যে, এই ATM ৰ জৰিয়তে মানুহক আধুনিক বেংকিং সেৱাৰ সৈতে সংযোগ কৰা হ’ব।

উল্লেখ্য যে, টুভালুত ৯টা দ্বীপ আছে। ইমান সৰু দেশ হোৱাৰ পিছতো ২০২৩ চনত ৩ হাজাৰতকৈও অধিক পৰ্যটক এই ঠাইলৈ আহিছিল।ফুনাফুটিত দেশখনৰ একমাত্ৰ বিমানবন্দৰ আছে, য’ত চুবুৰীয়া দেশ ফিজিলৈ বিমান সেৱা আগবঢ়োৱা হয়।

টুভালুৰ ভৌগোলিক অৱস্থানে ইয়াক এক জটিল দেশ কৰি তুলিছে আৰু সাগৰৰ জলপৃষ্ঠ অবিৰতভাৱে বৃদ্ধি পোৱাৰ বাবে দেশখনৰ ভূমি হ্ৰাস পাইছে। জলবায়ু পৰিৱৰ্তনৰ ফলত আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত দেশসমূহৰ ভিতৰত অন্যতম হৈছে টুভালু।

Tags: ATMISLANDPACIFIC

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

December 6, 2025
মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ
Top News

মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

December 5, 2025
ধাৰ্মিক চোৰৰ কাণ্ড! গীতাৰ মাজত থৈ গ’ল টকা

ED ৰ ডাঙৰ এক্সন, বিকানেৰৰ এডুকেশ্যনেল ট্ৰাষ্টৰ প্ৰাক্তন সভাপতিক গ্ৰেপ্তাৰ

মিজোৰামৰ প্ৰাক্তন ৰাজ্যপাল স্বৰাজ কৌশলৰ দেহাৱসান

ডিচেম্বৰত ভাৰত ভ্ৰমণলৈ আহিব ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিন
Top News

ৰাজঘাটলৈ যাব ৰাষ্ট্ৰপতি পুটিন, জানক ৰাছিয়াৰ পুটিনৰ আজিৰ সম্পূৰ্ণ কাৰ্যসূচী…

December 5, 2025

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

ধাৰ্মিক চোৰৰ কাণ্ড! গীতাৰ মাজত থৈ গ’ল টকা

ED ৰ ডাঙৰ এক্সন, বিকানেৰৰ এডুকেশ্যনেল ট্ৰাষ্টৰ প্ৰাক্তন সভাপতিক গ্ৰেপ্তাৰ

মিজোৰামৰ প্ৰাক্তন ৰাজ্যপাল স্বৰাজ কৌশলৰ দেহাৱসান

ৰাজঘাটলৈ যাব ৰাষ্ট্ৰপতি পুটিন, জানক ৰাছিয়াৰ পুটিনৰ আজিৰ সম্পূৰ্ণ কাৰ্যসূচী…

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025