• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Saturday, May 2, 2026
23 °c
Guwahati
25 ° Mon
25 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    উৎকণ্ঠাৰ অৱসান! কি কি ৱেৱছাইটযোগে লাভ কৰিব পৰীক্ষাৰ ফলাফল?

    ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল, ১২ টা ৱেব চাইটত উপলব্ধ হৈছে ফলাফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

    কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

১৩ হাজাৰ জনসংখ্যাৰ দেশত স্থাপন প্ৰথম ATM, কেক কাটি উদযাপন

Nation NE by Nation NE
April 19, 2025
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
১৩ হাজাৰ জনসংখ্যাৰ দেশত স্থাপন প্ৰথম ATM, কেক কাটি উদযাপন
Share on FacebookShare on TwitterWhatsApp

টুভালু দক্ষিণ প্ৰশান্ত মহাসাগৰত অৱস্থিত এখন দ্বীপ দেশ। এইখন পৃথিৱীৰ অন্যতম সৰু দেশ। এতিয়ালৈকে এই দেশত সকলোধৰণৰ লেনদেন কেৱল নগদ ধনেৰেহে হৈছিল।

প্ৰশান্ত মহাসাগৰত অৱস্থিত এই দেশখনে ১৫ এপ্ৰিলত প্ৰথমটো এটিএম স্থাপন কৰি ইতিহাসৰ সৃষ্টি কৰিছে।বিশ্বৰ অন্যতম কম জনবসতিপূৰ্ণ দেশ টুভালুৰ জনসংখ্যা ১২-১৩ হাজাৰৰ ভিতৰত। এই দেশখন মাত্ৰ ২৬ বৰ্গ কিলোমিটাৰ এলেকাত বিস্তৃত। এই দেশখন সৌন্দৰ্য আৰু শান্তিপূৰ্ণ পৰিৱেশৰ বাবে জনাজাত।

সংবাদ মাধ্যমৰ প্ৰতিবেদন অনুসৰি, অষ্ট্ৰেলিয়া আৰু হাৱাইৰ মাজত অৱস্থিত এই সৰু দেশখনত এটিএমৰ প্ৰৱৰ্তনক এক ডাঙৰ কৃতিত্ব বুলি বিবেচিত হৈছে। মূল দ্বীপ ফুনাফুটিত প্ৰধানমন্ত্ৰী ফেলেটি টিওৱে উদ্বোধন কৰে এই ATM। স্থানীয় লোকৰ সৈতে কেক কাটি ফেলেটি টিওৱে ইয়াক টুভালুৰ বাবে এক গুৰুত্বপূৰ্ণ মুহূৰ্ত বুলি অভিহিত কৰে।

নেশ্যনেল বেংক অৱ টুভালুৰ জেনেৰেল মেনেজাৰ ছিঅ’জে টিঅ’ই এই ATM ৰ সুবিধাক গেম চেঞ্জাৰ বুলি অভিহিত কৰে। তেওঁ কয় যে ইয়াৰ দ্বাৰা দেশৰ ১১,২০০ জন লোকৰ বাবে প্ৰগতিৰ এক নতুন বাট মুকলি হ’ব। পেচিফিক টেকন’লজি লিমিটেডৰ নিছাৰ আলীয়ে কয় যে, এই ATM ৰ জৰিয়তে মানুহক আধুনিক বেংকিং সেৱাৰ সৈতে সংযোগ কৰা হ’ব।

উল্লেখ্য যে, টুভালুত ৯টা দ্বীপ আছে। ইমান সৰু দেশ হোৱাৰ পিছতো ২০২৩ চনত ৩ হাজাৰতকৈও অধিক পৰ্যটক এই ঠাইলৈ আহিছিল।ফুনাফুটিত দেশখনৰ একমাত্ৰ বিমানবন্দৰ আছে, য’ত চুবুৰীয়া দেশ ফিজিলৈ বিমান সেৱা আগবঢ়োৱা হয়।

টুভালুৰ ভৌগোলিক অৱস্থানে ইয়াক এক জটিল দেশ কৰি তুলিছে আৰু সাগৰৰ জলপৃষ্ঠ অবিৰতভাৱে বৃদ্ধি পোৱাৰ বাবে দেশখনৰ ভূমি হ্ৰাস পাইছে। জলবায়ু পৰিৱৰ্তনৰ ফলত আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত দেশসমূহৰ ভিতৰত অন্যতম হৈছে টুভালু।

Tags: ATMISLANDPACIFIC

Related Posts

হাঁহি-ফূৰ্তিৰে বিবাহলৈ গৈ থকা বাহন দুৰ্ঘটনাগ্ৰস্ত, প্ৰাণ হেৰুৱালে ৩ জনে
Top News

হাঁহি-ফূৰ্তিৰে বিবাহলৈ গৈ থকা বাহন দুৰ্ঘটনাগ্ৰস্ত, প্ৰাণ হেৰুৱালে ৩ জনে

May 2, 2026
বংগত ইভিএম ষ্ট্ৰং ৰুমক লৈ বিতৰ্ক: ১০ বাৰ খোলাৰ অভিযোগত নিলম্বিত ৬ বিষয়া
Top News

বংগত ইভিএম ষ্ট্ৰং ৰুমক লৈ বিতৰ্ক: ১০ বাৰ খোলাৰ অভিযোগত নিলম্বিত ৬ বিষয়া

May 2, 2026
আমেৰিকা-ইজৰাইল যুদ্ধৰ মাজতে ভাৰতক বৃহৎ তেলৰ প্ৰস্তাৱ ইৰাণৰ; চুক্তিখন কেতিয়া চূড়ান্ত হ’ব?
Top News

হৰমুজ সংকটৰ মাজতে আমেৰিকাৰ বৃহৎ পদক্ষেপ, চীনৰ কোম্পানীক ইৰাণৰ তেল ক্ৰয় কৰাত নিষেধাজ্ঞা আৰোপ

May 2, 2026
পশ্চিম বংগৰ ১৫টা ভোটগ্ৰহণ কেন্দ্ৰত ভোটদানৰ সময়ত টিএমচি-বিজেপি কৰ্মীৰ মাজত সংঘৰ্ষ
Top News

পশ্চিম বংগৰ ১৫টা ভোটগ্ৰহণ কেন্দ্ৰত ভোটদানৰ সময়ত টিএমচি-বিজেপি কৰ্মীৰ মাজত সংঘৰ্ষ

May 2, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

May 2, 2026
যিমানেই শক্তি নাথাকক, ভয় নাখায় ইৰাণে; আলোচনা সফল নোহোৱাৰ পিছতেই কিয় এনেদৰে ক’লে ইৰাণৰ কৰ্তৃপক্ষই?
Top News

আমেৰিকাক দোষাৰোপ! সৰ্বোচ্চ নেতাৰ স্বাস্থ্য সম্পৰ্কীয় বিভ্ৰান্তিকৰ বাতৰি পৰিৱেশনৰ দাবী ইৰাণৰ…

May 1, 2026

শীৰ্ষ সংবাদ

হাঁহি-ফূৰ্তিৰে বিবাহলৈ গৈ থকা বাহন দুৰ্ঘটনাগ্ৰস্ত, প্ৰাণ হেৰুৱালে ৩ জনে

বংগত ইভিএম ষ্ট্ৰং ৰুমক লৈ বিতৰ্ক: ১০ বাৰ খোলাৰ অভিযোগত নিলম্বিত ৬ বিষয়া

হৰমুজ সংকটৰ মাজতে আমেৰিকাৰ বৃহৎ পদক্ষেপ, চীনৰ কোম্পানীক ইৰাণৰ তেল ক্ৰয় কৰাত নিষেধাজ্ঞা আৰোপ

পশ্চিম বংগৰ ১৫টা ভোটগ্ৰহণ কেন্দ্ৰত ভোটদানৰ সময়ত টিএমচি-বিজেপি কৰ্মীৰ মাজত সংঘৰ্ষ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

আমেৰিকাক দোষাৰোপ! সৰ্বোচ্চ নেতাৰ স্বাস্থ্য সম্পৰ্কীয় বিভ্ৰান্তিকৰ বাতৰি পৰিৱেশনৰ দাবী ইৰাণৰ…

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025