• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Friday, March 13, 2026
23 °c
Guwahati
23 ° Sat
23 ° Sun
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আচৰিত! অবৈধ প্ৰেমিক ৰাহুল দাসৰ সৈতে মিলি খোদ পত্নীয়ে লুটিলে স্বামীৰ গহণাৰ দোকান

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

পুনৰ গাজা চহৰ কঁপালে ইজৰাইলী সেনাই

Nation NE by Nation NE
January 4, 2025
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
যুদ্ধৰ দামামা! হ’ব নেকি তৃতীয় বিশ্বযুদ্ধ? জানক কোন কোন দেশ আছে ইজৰাইলৰ লক্ষ্যত
Share on FacebookShare on TwitterWhatsApp

বৃহস্পতিবাৰৰ পৰা গাজাত ইজৰাইলৰ আক্ৰমণত শিশুসহ কমেও ৪২ জন লোকে প্ৰাণ হেৰুৱায়। চিকিৎসালয় আৰু জৰুৰীকালীন কৰ্মীসকলে এই তথ্য প্ৰদান কৰে।

আল-আকছা শ্বহীদ চিকিৎসালয়ৰ কৰ্মচাৰীসকলে জনোৱা অনুসৰি, মধ্য গাজাৰ নুছৰত, জাৱিদা, মাঘাজী আৰু দেইৰ আল বালাহত সংঘটিত এই আক্ৰমণত এক ডজনতকৈও অধিক মহিলা আৰু শিশু নিহত হৈছে। এদিন পূৰ্বে ইজৰাইলৰ আক্ৰমণত এই অঞ্চলসমূহত কেইবা ডজন লোক নিহত হৈছিল।

মাঘাজী শৰণাৰ্থী শিবিৰত আব্দুল ৰহমান আল নাব্ৰিছিয়ে কয় যে, ক্ষেপণাস্ত্ৰ আক্ৰমণৰ শব্দত তেওঁলোকে সাৰ পাই উঠিছিল। বৃহস্পতিবাৰে হামাছৰ নিৰাপত্তা বিষয়া আৰু ইজৰাইলে ঘোষণা কৰা মানৱীয় অঞ্চলৰ ওপৰত আক্ৰমণ সংঘটিত হয়।

শুকুৰবাৰে পুৱা ইজৰাইলৰ জনসাধাৰণেও আক্ৰমণৰ সন্মুখীন হ’বলগীয়া হয়। ইজৰাইলে কয় যে, য়েমেনৰ পৰা দেশখনলৈ ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰাৰ ফলত জেৰুজালেম আৰু মধ্য ইজৰাইলত বিমান আক্ৰমণৰ ছাইৰেন বাজি উঠাৰ বাবে জনসাধাৰণে নিৰাপদ স্থানলৈ পলায়ন কৰে। জেৰুজালেমত ক্ষেপণাস্ত্ৰ বা ইন্টাৰচেপ্টৰৰ পৰা ক্ষীণ বিস্ফোৰণৰ শব্দ শুনা গ’ল যদিও তাৎক্ষণিকভাৱে কোনো লোকৰ আহত বা ক্ষতিৰ খবৰ পোৱা নগ’ল।

এই আক্ৰমণ অব্যাহত থকাৰ লগে লগে যুদ্ধবিৰতিৰ আলোচনাৰ প্ৰচেষ্টাও পুনৰ আৰম্ভ হোৱাৰ সম্ভাৱনা আছে। ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৰ কাৰ্যালয়ে কয় যে, তেওঁ মোছাদৰ চোৰাংচোৱা সংস্থা, শ্বিন বেট আভ্যন্তৰীণ নিৰাপত্তা সংস্থা আৰু সেনাৰ এটা প্ৰতিনিধি দলক কাটাৰত অনুষ্ঠিত হ’বলগীয়া আলোচনাৰ বাবে অনুমোদন জনাইছে।

২০২৩ চনৰ ৭ অক্টোবৰত হামাছৰ নেতৃত্বত উগ্ৰপন্থীয়ে ইজৰাইলৰ ওপৰত আক্ৰমণ চলাই আৰম্ভ হোৱা ১৫ মাহৰ যুদ্ধৰ সময়ছোৱাত আমেৰিকাৰ নেতৃত্বত আলোচনা বাৰে বাৰে স্থবিৰ হৈ পৰিছে। উগ্ৰপন্থীয়ে প্ৰায় ১২০০ লোকক হত্যা কৰাৰ লগতে প্ৰায় ২৫০ জন লোকক অপহৰণ কৰে। প্ৰায় ১০০ জন পণবন্দী এতিয়াও গাজাৰ ভিতৰত আছে, ইয়াৰে কমেও এক তৃতীয়াংশৰ মৃত্যুৰ আশংকা কৰা হৈছে।

Tags: GAZAIsraelWar

Related Posts

আমেৰিকাৰ আটাইতকৈ শক্তিশালী পাৰমাণৱিক যুদ্ধ জাহাজত অ*গ্নি*কাণ্ড, কেনেকৈ হ’ল এই কাণ্ড?
Top News

March 13, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

March 13, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

March 13, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

March 13, 2026
‘কোম্পানীবোৰে কিয় মোবাইল ছিমৰ ৰিচাৰ্ছ ২৮ দিনলৈ দিয়ে?’, টেলিকম কোম্পানীসমূহৰ বিৰুদ্ধে সৰৱ সাংসদ ৰাঘৱ চড্ডা

March 12, 2026
ইন্ধনৰ মূল্যবৃদ্ধিৰ আশংকা! পাম্পত উপস্থিত হৈ ৫ হাজাৰ লিটাৰ পেট্ৰ’ল ভৰালে টেংকাৰত, সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’

শীৰ্ষ সংবাদ

আমেৰিকাৰ আটাইতকৈ শক্তিশালী পাৰমাণৱিক যুদ্ধ জাহাজত অ*গ্নি*কাণ্ড, কেনেকৈ হ’ল এই কাণ্ড?

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

‘কোম্পানীবোৰে কিয় মোবাইল ছিমৰ ৰিচাৰ্ছ ২৮ দিনলৈ দিয়ে?’, টেলিকম কোম্পানীসমূহৰ বিৰুদ্ধে সৰৱ সাংসদ ৰাঘৱ চড্ডা

ইন্ধনৰ মূল্যবৃদ্ধিৰ আশংকা! পাম্পত উপস্থিত হৈ ৫ হাজাৰ লিটাৰ পেট্ৰ’ল ভৰালে টেংকাৰত, সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025