• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Saturday, October 25, 2025
25 °c
Guwahati
25 ° Sun
25 ° Mon
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    ৰাজহুৱা কৰা নহয় জুবিন গাৰ্গৰ মৰোণোত্তৰ পৰীক্ষাৰ ৰিপোৰ্ট, কি আছে ভিছেৰা ৰিপোৰ্টত?

    জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্ত অব্যাহত, কি তথ্য লাভ কৰিছে ছিংগাপুৰত SITয়ে?

    জুবিন ক্ষেত্ৰত SOP, পূৰ্বৰ দৰে মাজনিশালৈ ভিৰ কৰিব নোৱাৰিব অনুৰাগীয়ে, কি ক’লে গৰিমা শইকীয়া গাৰ্গে?

    কোনবোৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ; পঢ়ক আমাৰ ৰাশিফল

    বাক্সাত উপস্থিত হৈ পদত্যাগ সন্দৰ্ভত কি ক’লে মুখ্যমন্ত্ৰীয়ে?

    জুবিন গাৰ্গৰ মৃ*ত্যু*ৰ তদন্তৰ বাবে ছিংগাপুৰলৈ যাব অসম আৰক্ষীৰ SIT দল

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

হামাছ-ইজৰাইল যুদ্ধ কাইলৈ ​​শেষ হ’ব; কিন্তু বেঞ্জামিন নেতান্যাহুয়ে বান্ধি দিলে এক বিশেষ চৰ্ত

Nation NE by Nation NE
October 18, 2024
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
হামাছ-ইজৰাইল যুদ্ধ কাইলৈ ​​শেষ হ’ব; কিন্তু বেঞ্জামিন নেতান্যাহুয়ে বান্ধি দিলে এক বিশেষ চৰ্ত
Share on FacebookShare on TwitterWhatsApp

ইজৰাইলৰ সেনাই হামাছৰ নেতা য়াহয়া ছিনৱাৰক হত্যা কৰা বুলি দাবী কৰাৰ পিছতে দেশখনৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৱে এটা ডাঙৰ ঘোষণা কৰিছে। বৃহস্পতিবাৰে দেশবাসীক কৰা সম্বোধনত তেওঁ কয় যে হামাছৰ সৈতে চলি থকা যুদ্ধ কালিলৈ শেষ কৰিম, কিন্তু ইয়াৰ বাবে হামাছে তেওঁলোকৰ হাতত বন্দী হৈ থকা পণবন্দীসকলক মুকলি কৰি দিব লাগিব।

অৱশ্যে হামাছে ইজৰাইলৰ চৰ্ত মানি লয় নে নলয় সেয়া লক্ষ্যণীয় হ’ব, কাৰণ ইজৰাইলৰ সেনাই হামাছৰ কেইবাগৰাকীও ডাঙৰ নেতাক হত্যা কৰিছে।

জানিব পৰা অনুসৰি, এতিয়াও হামাছৰ হাতত বন্দী হৈ আছে অতি কমেও ১০২ গৰাকী লোক আৰু এই লোকসকলক উদ্ধাৰৰ বাবে ইজৰাইলে সৰ্বতোপ্ৰকাৰৰ চেষ্ট অব্যাহত ৰাখিছে।

বেঞ্জামিন নেতান্যাহুৱে ভিডিঅ’ বাৰ্তাযোগে গাজাৰ লোকসকলক এক বিশেষ বাৰ্তা প্ৰদান কৰি কয় যে আপোনালোকে সিংহ বুলি ভাবি থকা ছিনৱাৰ নিজেই গুহাত আত্মগোপন কৰি আছিল। তেওঁ আপোনালোকৰ কোনো উপকাৰ কৰা নাছিল।

উল্লেখ্য যে, ছিনৱাৰৰ মৃত্যুত অত্যন্ত সুখী আমেৰিকা। হামাছৰ শীৰ্ষ নেতাগৰাকীৰ মৃত্যুৰ খবৰ লাভ কৰাৰ লগে লগে আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইডেনে কালি ইজৰাইলৰ প্ৰধানমন্ত্ৰীক ফোন কৰি শুভেচ্ছা প্ৰদান কৰে। তদুপৰি যুদ্ধ সন্দৰ্ভত ইজৰাইলৰ আগন্তুক পৰিকল্পনা সন্দৰ্ভতো আলোচনা কৰে।

ইজৰাইল আক্ৰমণৰ মূল মাষ্টাৰমাইণ্ড ছিনৱাৰ

বিগত বৰ্ষৰ ৭ অক্টোবৰত হঠাতে ইজৰাইলৰ ওপৰত আক্ৰমণ চলোৱাৰ আঁৰত মূল ভূমিকা আছিল পেলেষ্টাইনৰ সন্ত্ৰাসবাদী সংগঠন হামাছৰ শীৰ্ষ নেতা য়াহয়া ছিনৱাৰ। এই যুদ্ধৰ এবছৰৰ দহ দিনৰ মূৰত ইজৰাইৰ সেনাই এই শীৰ্ষ নেতাজনক নিশেষ কৰিবলৈ সক্ষম হয়। ছিনৱাৰৰ মৃত্যু হামাছৰ বাবে মোক্ষম আঘাত হিচাপে চিহ্নিত হৈছে। কিয়নো ইয়াৰ পূৰ্বে ৩১ জুলাইত হামাছৰ মুৰব্বী ইছমাইল হানিয়া আৰু কিছুদিন পূৰ্বে তেওঁৰ সহযোগী হিজবুল্লাহ প্ৰধান হাছান নচৰল্লাহকো ইজৰাইল সেনাই হত্যা কৰিবলৈ সক্ষম হৈছে।

Tags: Benjamin NetanyahuHamasIsraelWar

Related Posts

আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

October 25, 2025
ৰাজহুৱা কৰা নহয় জুবিন গাৰ্গৰ মৰোণোত্তৰ পৰীক্ষাৰ ৰিপোৰ্ট, কি আছে ভিছেৰা ৰিপোৰ্টত?
Top News

জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্ত অব্যাহত, কি তথ্য লাভ কৰিছে ছিংগাপুৰত SITয়ে?

October 24, 2025
মহিলা বিশ্বকাপৰ ছেমি ফাইনেলৰ বাবে যোগ্যতা অৰ্জন টীম-ইণ্ডিয়াৰ, জানক আগন্তুক সূচী…
Top News

মহিলা বিশ্বকাপৰ ছেমি ফাইনেলৰ বাবে যোগ্যতা অৰ্জন টীম-ইণ্ডিয়াৰ, জানক আগন্তুক সূচী…

October 24, 2025
জুবিন ক্ষেত্ৰত SOP, পূৰ্বৰ দৰে মাজনিশালৈ ভিৰ কৰিব নোৱাৰিব অনুৰাগীয়ে, কি ক’লে গৰিমা শইকীয়া গাৰ্গে?
Top News

জুবিন ক্ষেত্ৰত SOP, পূৰ্বৰ দৰে মাজনিশালৈ ভিৰ কৰিব নোৱাৰিব অনুৰাগীয়ে, কি ক’লে গৰিমা শইকীয়া গাৰ্গে?

October 24, 2025
গুগলৰ ওপৰত ২৯ হাজাৰ কোটি টকাৰ জৰিমনা; ক্ষুণ্ণ ড’নাল্ড ট্ৰাম্প
Top News

ট্ৰাম্পৰ শান্তি চুক্তিক ভেঙুচালি নেতান্যায়াহুৰ! ক্ষুব্ধ আমেৰিকাই জাৰি কৰিছে সতৰ্কবাণী

October 24, 2025
বেংগালুৰু-হায়দৰাবাদ ঘাইপথত ভয়ংকৰ দুৰ্ঘটনা, কেইবাজনৰো প্ৰাণহানি

শীৰ্ষ সংবাদ

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্ত অব্যাহত, কি তথ্য লাভ কৰিছে ছিংগাপুৰত SITয়ে?

মহিলা বিশ্বকাপৰ ছেমি ফাইনেলৰ বাবে যোগ্যতা অৰ্জন টীম-ইণ্ডিয়াৰ, জানক আগন্তুক সূচী…

জুবিন ক্ষেত্ৰত SOP, পূৰ্বৰ দৰে মাজনিশালৈ ভিৰ কৰিব নোৱাৰিব অনুৰাগীয়ে, কি ক’লে গৰিমা শইকীয়া গাৰ্গে?

ট্ৰাম্পৰ শান্তি চুক্তিক ভেঙুচালি নেতান্যায়াহুৰ! ক্ষুব্ধ আমেৰিকাই জাৰি কৰিছে সতৰ্কবাণী

বেংগালুৰু-হায়দৰাবাদ ঘাইপথত ভয়ংকৰ দুৰ্ঘটনা, কেইবাজনৰো প্ৰাণহানি

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025