• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Saturday, June 7, 2025
29 °c
Guwahati
30 ° Sun
31 ° Mon
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    কঁকাল আৰু ভৰিৰ অনবৰতে বিষ হোৱাটো কোনটো ৰোগৰ লক্ষণ? জানক সবিশেষ…

    আপোনাৰ আজিৰ দিনটো ভালদৰে যাবনে? পঢ়ক ৰাশিফল

    দিনটো আৰম্ভ কৰাৰ পূৰ্বে জানি লওক আপোনাৰ আজিৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    সাৱধান! আপোনাৰ ম’বাইলতো এই দুটা অচিনাকী নম্বৰেৰে ক’ল আহিছে নেকি?

    পত্নীক বিচাৰি ওলাল স্বামী, কিন্তু পত্নী আছিলগৈ শ্বিলঙত! খঙতে কি কৰিলে স্বামীয়ে?

    ৰাজ্যৰ বান পৰিস্থিতিক লৈ উদ্বিগ্ন মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়া, সহায়ৰ আশ্বাস

    গৱেষক শিক্ষাৰ্থীৰ পৰা লাখপতি বাইদেউলৈ… বহু গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৰাজ্যিক কেবিনেটৰ

    অপেক্ষাৰ অন্ত! দেশত হ’বলগীয়া লোকপিয়লৰ সময় নিৰ্ধাৰণ

    Trending Tags

    • ৰাষ্ট্ৰীয়
    • আন্তঃ ৰাষ্ট্ৰীয়
    • বিনোদন
    • ক্ৰীড়া
    • ভিডিও
    No Result
    View All Result

      Home Top News

      প্ৰথমবাৰৰ বাবে আদালতৰ কাঠগড়াত ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহু

      Nation NE by Nation NE
      December 10, 2024
      in Top News, আন্তঃ ৰাষ্ট্ৰীয়
      0 0
      প্ৰথমবাৰৰ বাবে আদালতৰ কাঠগড়াত ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহু
      Share on FacebookShare on TwitterWhatsApp

      ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৱে দুৰ্নীতিৰ অভিযোগত দীৰ্ঘদিনৰ পৰা চলি থকা এটা গোচৰত মঙলবাৰে প্ৰথমবাৰৰ বাবে আদালতত উপস্থিত হৈ সাক্ষ্য দিয়ে। আন্তৰ্জাতিক অপৰাধ আদালতে গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰাৰ লগতে গাজাত অব্যাহত থকা যুদ্ধৰ সময়তে আদালতত উপস্থিত হৈ সাক্ষ্য দিয়া ঘটনাই বিশেষ চৰ্চা লাভ কৰিছে।

      প্ৰথমবাৰৰ বাবে কোনো এজন ইজৰাইলৰ প্ৰধানমন্ত্ৰীয়ে আদালতৰ কক্ষত থিয় হৈ অপৰাধমূলক প্ৰতিবাদী হিচাপে সাক্ষ্য দিয়ে।

      নেতান্যাহুৱে সাক্ষ্য দিবলৈ আৰম্ভ কৰাৰ লগে লগে ন্যায়াধীশসকলক ‘হেল্ল’ বুলি সম্বোধন কৰে। এজন ন্যায়াধীশে তেওঁক উদ্দেশ্যি কয় যে তেওঁৰ আন সাক্ষীৰ দৰেই বিশেষাধিকাৰ আছে আৰু তেওঁ ইচ্ছামতে বহিব বা থিয় হ’ব পাৰে।

      টেল আভিভৰ এখন ভৰ্তি আদালতত নেতান্যাহুৱে কয়, ‘সঁচা কথা ক’বলৈ মই এই মুহূৰ্তটোৰ বাবে আঠ বছৰৰ অপেক্ষা কৰিছো।’

      তেওঁ লগতে তেওঁৰ বিৰুদ্ধে উত্থাপিত অভিযোগক ‘অৰ্থহীনতাৰ ভঁৰাল’ বুলি অভিহিত কৰি প্ৰতিশ্ৰুতি দিয়ে যে তেওঁৰ বক্তব্যৰ পিছতে তেওঁৰ বিৰুদ্ধে থকা গোচৰটোৰ সমাপ্তি ঘটিব।

      উল্লেখ্য যে, বেঞ্জামিন নেতান্যাহুৰ বিৰুদ্ধে ব্যক্তিগত আৰু ব্যৱসায়িক স্বাৰ্থত সহায়ৰ বিনিময়ত হলিউডৰ এজন কোটিপতি প্ৰযোজকৰ পৰা হাজাৰ হাজাৰ ডলাৰৰ চিগাৰ আৰু চেম্পেইন লোৱাৰ অভিযোগ উত্থাপিত হৈছিল।

      Tags: Benjamin NetanyahuCorruption CaseCourtIsrael

      Related Posts

      ভাৰতৰ স্বাধীনতা প্ৰসংগক লৈ RSS প্ৰধান মোহন ভাগৱতৰ ডাঙৰ মন্তব্য
      Top News

      June 7, 2025
      শুভমন গিল সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য ৰিকি পণ্টিঙৰ
      Top News

      শুভমন গিল সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য ৰিকি পণ্টিঙৰ

      June 7, 2025
      কঁকাল আৰু ভৰিৰ অনবৰতে বিষ হোৱাটো কোনটো ৰোগৰ লক্ষণ? জানক সবিশেষ…
      Top News

      কঁকাল আৰু ভৰিৰ অনবৰতে বিষ হোৱাটো কোনটো ৰোগৰ লক্ষণ? জানক সবিশেষ…

      June 7, 2025
      কিডনী ষ্টোন বা পিত্তথলীৰ ষ্টোন, দুয়োটাৰ মাজত পাৰ্থক্য কি আৰু কোনটোৰ চিকিৎসা কৰাটো বেছি কঠিন?

      কুকুৰাতকৈও অধিক হৈ পৰিছে কুকুৰাৰ কণীৰ মূল্য! জানক সবিশেষ…
      Top News

      মহম্মদ ইউনুছৰ ডাঙৰ ঘোষণা, বাংলাদেশত অনুষ্ঠিত হ’ব সাধাৰণ নিৰ্বাচন…

      June 7, 2025
      ১খন ৫ টকীয়া বিস্কুটৰ মূল্য ২৪০০ টকা, প্ৰতি কিলো চেনীৰ মূল্য ৫০০০ টকা!তীব্ৰ অৰ্থসংকটত গাজা

      শীৰ্ষ সংবাদ

      ভাৰতৰ স্বাধীনতা প্ৰসংগক লৈ RSS প্ৰধান মোহন ভাগৱতৰ ডাঙৰ মন্তব্য

      শুভমন গিল সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য ৰিকি পণ্টিঙৰ

      কঁকাল আৰু ভৰিৰ অনবৰতে বিষ হোৱাটো কোনটো ৰোগৰ লক্ষণ? জানক সবিশেষ…

      উদ্ধাৰ হৈছে কোটি কোটি মূল্যৰ তিমিৰ ওকালি, ৩ জনক গ্ৰেপ্তাৰ

      কিডনী ষ্টোন বা পিত্তথলীৰ ষ্টোন, দুয়োটাৰ মাজত পাৰ্থক্য কি আৰু কোনটোৰ চিকিৎসা কৰাটো বেছি কঠিন?

      মহম্মদ ইউনুছৰ ডাঙৰ ঘোষণা, বাংলাদেশত অনুষ্ঠিত হ’ব সাধাৰণ নিৰ্বাচন…

      Nation NE

      © 2024 | Created and maintained by - Provibe Media LLP

      Navigate Site

      • About us
      • Contact us
      • Privacy Policy
      • Disclaimer
      • Grievance Redressal

      Follow Us

      Welcome Back!

      Login to your account below

      Forgotten Password?

      Retrieve your password

      Please enter your username or email address to reset your password.

      Log In

      Add New Playlist