• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, April 26, 2026
24 °c
Guwahati
21 ° Mon
22 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

প্ৰথমবাৰৰ বাবে আদালতৰ কাঠগড়াত ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহু

Nation NE by Nation NE
December 10, 2024
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
প্ৰথমবাৰৰ বাবে আদালতৰ কাঠগড়াত ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহু
Share on FacebookShare on TwitterWhatsApp

ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৱে দুৰ্নীতিৰ অভিযোগত দীৰ্ঘদিনৰ পৰা চলি থকা এটা গোচৰত মঙলবাৰে প্ৰথমবাৰৰ বাবে আদালতত উপস্থিত হৈ সাক্ষ্য দিয়ে। আন্তৰ্জাতিক অপৰাধ আদালতে গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰাৰ লগতে গাজাত অব্যাহত থকা যুদ্ধৰ সময়তে আদালতত উপস্থিত হৈ সাক্ষ্য দিয়া ঘটনাই বিশেষ চৰ্চা লাভ কৰিছে।

প্ৰথমবাৰৰ বাবে কোনো এজন ইজৰাইলৰ প্ৰধানমন্ত্ৰীয়ে আদালতৰ কক্ষত থিয় হৈ অপৰাধমূলক প্ৰতিবাদী হিচাপে সাক্ষ্য দিয়ে।

নেতান্যাহুৱে সাক্ষ্য দিবলৈ আৰম্ভ কৰাৰ লগে লগে ন্যায়াধীশসকলক ‘হেল্ল’ বুলি সম্বোধন কৰে। এজন ন্যায়াধীশে তেওঁক উদ্দেশ্যি কয় যে তেওঁৰ আন সাক্ষীৰ দৰেই বিশেষাধিকাৰ আছে আৰু তেওঁ ইচ্ছামতে বহিব বা থিয় হ’ব পাৰে।

টেল আভিভৰ এখন ভৰ্তি আদালতত নেতান্যাহুৱে কয়, ‘সঁচা কথা ক’বলৈ মই এই মুহূৰ্তটোৰ বাবে আঠ বছৰৰ অপেক্ষা কৰিছো।’

তেওঁ লগতে তেওঁৰ বিৰুদ্ধে উত্থাপিত অভিযোগক ‘অৰ্থহীনতাৰ ভঁৰাল’ বুলি অভিহিত কৰি প্ৰতিশ্ৰুতি দিয়ে যে তেওঁৰ বক্তব্যৰ পিছতে তেওঁৰ বিৰুদ্ধে থকা গোচৰটোৰ সমাপ্তি ঘটিব।

উল্লেখ্য যে, বেঞ্জামিন নেতান্যাহুৰ বিৰুদ্ধে ব্যক্তিগত আৰু ব্যৱসায়িক স্বাৰ্থত সহায়ৰ বিনিময়ত হলিউডৰ এজন কোটিপতি প্ৰযোজকৰ পৰা হাজাৰ হাজাৰ ডলাৰৰ চিগাৰ আৰু চেম্পেইন লোৱাৰ অভিযোগ উত্থাপিত হৈছিল।

Tags: Benjamin NetanyahuCorruption CaseCourtIsrael

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 26, 2026
অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক,  জানক এই ১০ পাৰ্শ্বক্ৰিয়া

April 25, 2026
‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান
Top News

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

April 25, 2026
নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা
Top News

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

April 25, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025