• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, March 12, 2026
26 °c
Guwahati
23 ° Fri
23 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আচৰিত! অবৈধ প্ৰেমিক ৰাহুল দাসৰ সৈতে মিলি খোদ পত্নীয়ে লুটিলে স্বামীৰ গহণাৰ দোকান

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

প্ৰকৃতিৰ ৰুষ্ট ৰূপত হাহাকাৰ পৰিস্থিতি, চৰকাৰী-বেচৰকাৰী সকলো বিদ্যালয় বন্ধ ঘোষণা

Nation NE by Nation NE
April 21, 2025
in Top News, ৰাষ্ট্ৰীয়
0 0
প্ৰকৃতিৰ ৰুষ্ট ৰূপত হাহাকাৰ পৰিস্থিতি, চৰকাৰী-বেচৰকাৰী সকলো বিদ্যালয় বন্ধ ঘোষণা
Share on FacebookShare on TwitterWhatsApp

ধাৰাসাৰ বৰষুণৰ ফলত জম্মু-কাশ্মীৰৰ ৰামবান জিলাত চলিছে ব্যাপক ধ্বংসলীলা। দেওবাৰে পুৱাৰ ভাগত ৰামবানৰ বিভিন্ন স্থানত হোৱা বৰষুণ বা ভূমিস্খলনৰ ফলত ৩জন লোকৰ প্ৰাণহানি হয়।

একে সময়তে ছেৰী বাগনা অঞ্চলত ডাৱৰ বিস্ফোৰণৰ এক কৰুণ ঘটনা সংঘটিত হয়। এই দুৰ্যোগৰ পিছত অঞ্চলটোত যথেষ্ট বিশৃংখলতাৰ সৃষ্টি হয়। স্থানীয় আৰক্ষী আৰু সাহায্যকাৰী দলে বিধ্বস্ত অঞ্চলত উদ্ধাৰৰ দায়িত্ব লয় আৰু প্ৰায় ১০০ জন লোকক নিৰাপদে উদ্ধাৰ কৰা হয়।

এই শোকাৱহ ঘটনাক লৈ গভীৰ শোক প্ৰকাশ কৰিছে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাই। ছ’চিয়েল মিডিয়া প্লেটফৰ্মত এটা পোষ্টৰ জৰিয়তে তেওঁ শোক প্ৰকাশ কৰি কয় যে, ৰামবানত হোৱা এই বিধ্বস্ত ভূমিস্খলন আৰু ক্ষন্তেকীয়া বানপানীত তেওঁ গভীৰভাৱে দুখী। ক্ষতিগ্ৰস্ত পৰিয়াল সমূহৰ প্ৰতি তেওঁ সমবেদনাও জ্ঞাপন কৰে।

লগতে তেওঁ কয় যে, জম্মু-কাশ্মীৰ চৰকাৰ বৰ্তমান স্থানীয় প্ৰশাসনৰ সৈতে যোগাযোগত আছে আৰু তাৎক্ষণিকভাৱে উদ্ধাৰ আৰু সাহায্য অভিযান যাতে য’তেই প্ৰয়োজন হয়, তাতেই উপস্থিত হোৱাটো নিশ্চিত কৰা হৈছে। বতৰ আৰু ভ্ৰমণ সম্পৰ্কীয় পৰামৰ্শ মানি চলাৰ লগতে স্পৰ্শকাতৰ আৰু বিপদজনক অঞ্চলত অপ্ৰয়োজনীয় চলাচলৰ পৰা আঁতৰি থাকিবলৈ তেওঁ নাগৰিকসকলক আহ্বান জনায়।

আনহাতে, বিষয়াসকলে জনোৱা মতে, অবিৰত বৰষুণৰ বাবে জম্মু-শ্ৰীনগৰ ৰাষ্ট্ৰীয় ঘাইপথৰ নশ্ৰী-বনিহালৰ মাজত প্ৰায় এক ডজন ঠাইত ভূমিস্খলন আৰু বোকা খহনীয়াৰ ঘটনা সংঘটিত হয়। ইয়াৰ বাবেই সকলো যাতায়ত বন্ধ হৈ পৰে। লগতে জিলাখনৰ সকলো চৰকাৰী-বেচৰকাৰী বিদ্যালয়-মহাবিদ্যালয় সোমবাৰে বন্ধ ঘোষণা কৰা হৈছে।

ৰামবানৰ ছেৰী বাগনা গাঁৱত ডাৱৰ বিস্ফোৰণত তিনিজন লোকৰ মৃত্যু হোৱা বুলি সকলো বিষয়াসকলে জানিবলৈ দিয়ে। নিহত দুজনৰ নাম আকিব আহমেদ আৰু মহম্মদ চাকিব। তেওঁ কয় যে, বৰ্তমানেও গাঁওখনত উদ্ধাৰ অভিযান চলি আছে।

ধৰ্ম কুণ্ড গাঁৱত ক্ষন্তেকীয়া বানপানীৰ ফলত প্ৰায় ৪০টা ঘৰ ক্ষতিগ্ৰস্ত হোৱা বুলি বিষয়াসকলে জানিবলৈ দিয়ে। তেওঁ কয় যে ১০টা ঘৰ সম্পূৰ্ণৰূপে ক্ষতিগ্ৰস্ত হোৱাৰ লগতে বাকীবোৰ আংশিকভাৱে ক্ষতিগ্ৰস্ত হৈছে। ডাৱৰ বিস্ফোৰণ আৰু অবিৰত বৰষুণৰ মাজতো আৰক্ষীয়ে সেই স্থানত উপস্থিত হৈ আৱদ্ধ হৈ থকা ১০০ৰো অধিক গাঁওবাসীক উদ্ধাৰ কৰে বুলি বিষয়াসকলে জানিবলৈ দিয়ে।

Tags: Jammu Kashmirland slideRamban

Related Posts

Mahakumbh Viral Girl মনালিছাৰ ভিডিঅ’ ভাইৰেল, মুছলমান প্ৰেমিকে শিৰত সেন্দুৰ পিন্ধালে নীলনয়নী মনালিছাৰ
Top News

March 12, 2026
যুদ্ধবিৰতি সন্দৰ্ভত ইৰাণৰ ৩ চৰ্ত, মধ্যপ্ৰাচ্যৰ যুদ্ধত বৰ্তমানলৈকে কি কি হৈছে? ১০টা বিশেষ আপডেট

ইৰাণ, আমেৰিকাৰ পৰা কুৱেইট, ওমানলৈকে… মধ্যপ্ৰাচ্যৰ যুদ্ধত কোন দেশে কিমান লোক হেৰুৱালে?
Top News

ট্ৰাম্পৰ ভাবুকিৰ পিছত তেহৰানে এক বৃহৎ পদক্ষেপ! পাৰস্য উপসাগৰত আমেৰিকাৰ তেল টেংকাৰত বিস্ফোৰণ ইৰাণৰ

March 12, 2026
ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

March 12, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

March 12, 2026

শীৰ্ষ সংবাদ

Mahakumbh Viral Girl মনালিছাৰ ভিডিঅ’ ভাইৰেল, মুছলমান প্ৰেমিকে শিৰত সেন্দুৰ পিন্ধালে নীলনয়নী মনালিছাৰ

যুদ্ধবিৰতি সন্দৰ্ভত ইৰাণৰ ৩ চৰ্ত, মধ্যপ্ৰাচ্যৰ যুদ্ধত বৰ্তমানলৈকে কি কি হৈছে? ১০টা বিশেষ আপডেট

ট্ৰাম্পৰ ভাবুকিৰ পিছত তেহৰানে এক বৃহৎ পদক্ষেপ! পাৰস্য উপসাগৰত আমেৰিকাৰ তেল টেংকাৰত বিস্ফোৰণ ইৰাণৰ

ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025