• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, December 8, 2025
18 °c
Guwahati
19 ° Tue
18 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

    সাজু বুলড’জাৰ, বেদখলকাৰীৰ ঘৰে ঘৰে বৃহৎ আৰক্ষীৰ দল

    সাজু প্ৰশাসনৰ বুলড’জাৰ, উচ্ছেদস্থলীত মোতায়েন শ শ আৰক্ষী

    আপোনাৰ আজিৰ দিনটো কেনে যাব: কি কয় ৰাশিচক্ৰই

    প্ৰতিবাদ কৰি বিপদত ১০৮ৰ কৰ্মচাৰী, জাননী নিদিয়াকৈ চাকৰিৰ পৰা অব্যাহতি

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

জম্মুত ভয়াৱহ ভূমিস্খলন; তিনিজনৰ মৃতদেহ উদ্ধাৰ, কেইবাজনো সন্ধানহীন

Nation NE by Nation NE
August 30, 2025
in Top News, ৰাষ্ট্ৰীয়
0 0
জম্মুত ভয়াৱহ ভূমিস্খলন; তিনিজনৰ মৃতদেহ উদ্ধাৰ, কেইবাজনো সন্ধানহীন
Share on FacebookShare on TwitterWhatsApp

বিগত কেইবাদিনো ধৰি থকা নেৰানেপেৰা বৰষুণৰ ফলত জম্মুৰ ৰিয়াছি জিলাৰ মাহোৰত সংঘটিত হৈছে ভয়ংকৰ ভূমিস্খলন। এই ঘটনাত অঞ্চলটোৰ কেইবাটাও বাসগৃহ ধ্বংসস্তূপত পৰিণত হোৱাৰ লগতে প্ৰায় ৭ গৰাকী লোক সন্ধানহীন হৈ থকাৰ খবৰ পোৱা গৈছে।

আনহাতে ৰামবন জিলাৰ ৰাজগড় অঞ্চলটো ভূমিস্খলনৰ ফলত যথেষ্ট ক্ষয়-ক্ষতি হৈছে। ইয়াত ভূমিস্খলনৰ ফলত তিনিজন লোকৰ মৃত্যু হোৱাৰ লগতে দুগৰাকী লোক সন্ধানহীন হৈ আছে। প্ৰশাসন আৰু উদ্ধাৰকাৰী দলে উদ্ধাৰ কাৰ্য অব্যাহত ৰাখিছে।

আৰক্ষী-প্ৰশাসনে জনোৱা অনুসৰি এই ভূমিস্খলনৰ ফলত দুটা ঘৰ আৰু এখন বিদ্যালয় সম্পূৰ্ণৰূপে ক্ষতিগ্ৰস্ত হৈছে।

ইফালে জম্মু-কাশ্মীৰৰ বান্দীপুৰা জিলাৰ দুৰেজ ছেক্টৰত শুকুৰবাৰে নিশা ডাৱৰ বিস্ফোৰণৰ ঘটনা সংঘটিত হয়। ইয়াৰ পিছতে অঞ্চলটোত অভাৱনীয় বান পৰিস্থিতিৰ সৃষ্টি হয় যদিও ঘটনাত কোনো লোকৰে হতাহত হোৱাৰ খবৰ লাভ কৰা নাই।

আনহাতে বৰ্তমান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি শুকুৰবাৰে জম্মু, কাটৰা আৰু উধমপুৰ ৰে’লৱে ষ্টেশ্যনৰ পৰা অহা যোৱা কৰা ৪৬ খন ৰে’ল সেৱা বাতিল কৰাৰ কথা ঘোষণা কৰে।

উল্লেখ্য যে, শেহতীয়াকৈ জম্মু-কাশ্মীৰত হোৱা ধাৰাসাৰ বৰষুণৰ ফলত উপত্যকাটোত হোৱা অস্বাভাৱিক পৰিস্থিতিৰ ফলত ১১০ গৰাকীৰো অধিক লোকৰ মৃত্যু হৈছে। মৃত লোকসকলৰ অধিকাংশই হৈছে তীৰ্থযাত্ৰী।

ইফালে জম্মু-কাশ্মীৰৰ শেহতীয়া পৰিস্থিতিৰ বুজ লোৱাৰ উদ্দেশ্যে ৩১ আগষ্ট অৰ্থাত দেওবাৰে দুদিনীয়া ভ্ৰমণসূচীৰে জম্মু ভ্ৰমণ কৰাৰ সম্ভাৱনা আছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ।

Tags: #LandslideAmit ShahJammuRambanReasi

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

December 8, 2025
‘বাবৰি মছজিদৰ স্মৃতিত নিৰ্মাণ হ’ব এটা স্মৃতিসৌধ’, ঘোষণা এই মুছলমান সংগঠনৰ

December 7, 2025
গুগলৰ ওপৰত ২৯ হাজাৰ কোটি টকাৰ জৰিমনা; ক্ষুণ্ণ ড’নাল্ড ট্ৰাম্প
Top News

ড’নাল্ড ট্ৰাম্পৰ নতুন ভিছা নিয়ম জাৰি, জানক কেনেদৰে প্ৰভাৱিত হ’ব ভাৰতীয়সকল…

December 7, 2025
পুটিনৰ ভাৰত ভ্ৰমণৰ সময়তে পাকিস্তানৰ ঘৃণনীয় কাণ্ড! চীনৰ এই কাৰ্যক মুকলিকৈ সমৰ্থন…

ক্লাৱত নৃত্য চলি থকাৰ মাজতে লাগিল হাহাকাৰ, পোহৰলৈ আহিছে গোৱা NIGHT CLUB ৰ ভিডিঅ’….
Top News

ক্লাৱত নৃত্য চলি থকাৰ মাজতে লাগিল হাহাকাৰ, পোহৰলৈ আহিছে গোৱা NIGHT CLUB ৰ ভিডিঅ’….

December 7, 2025
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

December 6, 2025

শীৰ্ষ সংবাদ

কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

‘বাবৰি মছজিদৰ স্মৃতিত নিৰ্মাণ হ’ব এটা স্মৃতিসৌধ’, ঘোষণা এই মুছলমান সংগঠনৰ

ড’নাল্ড ট্ৰাম্পৰ নতুন ভিছা নিয়ম জাৰি, জানক কেনেদৰে প্ৰভাৱিত হ’ব ভাৰতীয়সকল…

পুটিনৰ ভাৰত ভ্ৰমণৰ সময়তে পাকিস্তানৰ ঘৃণনীয় কাণ্ড! চীনৰ এই কাৰ্যক মুকলিকৈ সমৰ্থন…

ক্লাৱত নৃত্য চলি থকাৰ মাজতে লাগিল হাহাকাৰ, পোহৰলৈ আহিছে গোৱা NIGHT CLUB ৰ ভিডিঅ’….

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025